VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজনৈতিক সমীকৰণঃ দেশৰ সমূহ বিদ্যালয়ৰ শিক্ষার্থীলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰিব পত্ৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 9, 2023
in ৰাজনীতি
ৰাজনৈতিক সমীকৰণঃ দেশৰ সমূহ বিদ্যালয়ৰ শিক্ষার্থীলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰিব পত্ৰ
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

স্বাধীনতাৰ ‘অমৃতকালৰ’ অংশ হিচাপে  ২০৪৭ চনলৈকে দেশখনক সজাই তোলাৰ পৰিকল্পনা কৰিছে নৰেন্দ্ৰ মোদীয়ে। সেই ইচ্ছা তেওঁ বিভিন্ন ভাষণত প্ৰকাশ কৰিছিল। ইয়াৰ আধাৰত তেওঁ পঞ্চম শ্ৰেণীৰ পৰা দ্বাদশ মানলৈকে দেশৰ সকলো ছাত্ৰ-ছাত্ৰীলৈ এখন চিঠি লিখাৰ পৰিকল্পনা কৰিছে। শীৰ্ষ ৰাজনৈতিক সূত্ৰই এই খবৰ প্ৰকাশ কৰিছে। প্ৰথম পৰ্যায়ৰ চিঠি পৰিকল্পনা সফল হ’লে দ্বিতীয় পৰ্যায়তো কলেজীয়া ছাত্ৰ-ছাত্ৰীলৈ চিঠি লিখাৰ কথা চিন্তা কৰা হ’ব। সূত্ৰৰ পৰা জানিব পৰা মতে, সংশ্লিষ্ট বিভাগ আৰু বিষয়াসকলৰ মাজত ইতিমধ্যে এই কাম-কাজ আৰম্ভ হৈছে। প্ৰাপ্ত তথ্য অনুসৰি  বিজেপি নেতৃত্বইও এইক্ষেত্ৰত  সহায় কৰিছে । ২৪ সংখ্যক লোকসভা নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ চলিত বৰ্ষৰ মাজভাগত এই চিঠি প্ৰেৰণ কৰাৰ কার্য আৰম্ভ হ’ব ৷

 

এই পদক্ষেপটো নতুন আৰু যথেষ্ট ব্যয়বহুল। ৰাজনৈতিক সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰীৰ পত্ৰৰ মুল কথা একেই থাকিব। ইয়াৰ দ্বাৰা দেশৰ ছাত্ৰ-ছাত্ৰীৰ মাজত নৈতিকতা, দেশপ্ৰেম, জাতীয়তাবাদ আৰু দেশপ্ৰেমৰ ভাৱ জগাই তোলা বুলি কোৱা হ’ব। এই পত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে দলীয় ৰাজনীতিৰ প্ৰতি এতিয়াও অৱগত নোহোৱা ভৱিষ্যত প্ৰজন্মৰ সৈতে প্ৰত্যক্ষ সংযোগৰ সেতু নিৰ্মাণ কৰিব। অৱশ্যে সূত্ৰটোৱে জনোৱা মতে, চিঠিখনত হয়তো কোনো ৰাজনৈতিক প্ৰসংগ নাথাকিবও পাৰে, বৰঞ্চ ভাৰতৰ পৰম্পৰাগত সংস্কৃতি আৰু আধ্যাত্মিক মূল্যবোধৰ কথাহে উল্লেখ কৰা হৈছে ৷ এই গোটেই পৰিকল্পনা আৰ এছ এছ আৰু সংঘ পৰিয়ালৰ অনুমোদন লাভ কৰিছে।

 

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে যুৱ প্ৰজন্মৰ সৈতে সংযোগ স্থাপনৰ বাবে ‘পৰীক্ষা পে চর্চা’ আৰম্ভ কৰিছিল। তাত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ দিয়া দেখা গৈছিল। ইয়াত দেশৰ প্ৰায় ২০ লাখ ছাত্ৰ-ছাত্ৰীৰ নাম আৰু ঠিকনা পঞ্জীয়ন কৰা হৈছে। এই সংখ্যা অধিক বৃদ্ধি পাব। ৰাজনৈতিক সূত্ৰ অনুসৰি এই পঞ্জীয়ন প্ৰক্ৰিয়াৰ লগত জড়িত বিজেপি নেতাসকলকো এই চিঠি-প্ৰেৰণৰ আঁচনিত ব্যৱহাৰ কৰা হ’ব। এক কথাত ক’বলৈ গ’লে দেশৰ ছাত্ৰ-ছাত্ৰীৰ ডাটাবেছ ‘এক্সাম পে প্ৰেকটিছ’ৰ বাবে ব্যৱহাৰ কৰা হ’ব।

 

এই প্ৰসংগত বিৰোধী ৰাজনৈতিক শিবিৰে কয় যে ই বিজেপি আৰু আৰএছএছৰ ভোট পৰিকল্পনা কৌশলৰ বাহিৰে আন একো নহয়। চহৰ, বিদ্যালয়, গাওঁ-গাঁৱৰ ছাত্ৰ-ছাত্ৰীলৈ প্ৰধানমন্ত্ৰীয়ে লিখা চিঠিখন আচলতে ৰাজনৈতিক প্ৰচাৰৰ অংশ । স্কুলীয়া ল’ৰাজনে ভোট নিদিবও পাৰে, কিন্তু এই চিঠিখন পঠিয়ালে তেওঁৰ পৰিয়ালটো প্ৰভাৱিত হ’ব পাৰে। ইয়াৰ উপৰিও বিৰোধীয়ে দাবী কৰিছে যে আৰ এছ এছ ভৱিষ্যতে হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ লক্ষ্যৰ  পৰিকল্পনাৰ অংশ হ’ব পাৰে। তেওঁলোকৰ স্পষ্ট অভিযোগ কৰে যে সমগ্ৰ প্ৰকল্পটোৰ বিপুল খৰচ দেশৰ মধ্যবিত্তীয় কৰদাতাৰ পৰা সংগ্ৰহ কৰা হ’ব।

Previous Post

পেলেৰ ইচ্ছা! অচিনাকি মহিলাৰ নামত লিখি থৈ গ’ল পত্নীতকৈয়ো অধিক সম্পত্তি

Next Post

ভাৰতত উপস্থিত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী , আজি উপভোগ কৰিব ভাৰত –অষ্ট্ৰেলিয়াৰ টেষ্ট মেচ

Related Posts

আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই  “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন
ৰাজনীতি

আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন

March 20, 2023
মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ  প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!
ৰাজনীতি

মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!

March 17, 2023
ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ
আইন

ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ

March 15, 2023
প্ৰধানমন্ত্ৰী মোদী –গৃহমন্ত্ৰী শ্বাহৰ উপস্থিতিত দ্বিতীয় কাৰ্যকালৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মাণিক সাহাৰ
ৰাজনীতি

প্ৰধানমন্ত্ৰী মোদী –গৃহমন্ত্ৰী শ্বাহৰ উপস্থিতিত দ্বিতীয় কাৰ্যকালৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মাণিক সাহাৰ

March 8, 2023
কংগ্ৰেছে পাহৰিলে আবুল কালাম আজাদক, বিজ্ঞাপনত নিদিলে আজাদক স্থানঃ দেশজুৰি প্ৰতিক্ৰিয়াত বিচাৰিলে ক্ষমা
ৰাজনীতি

কংগ্ৰেছে পাহৰিলে আবুল কালাম আজাদক, বিজ্ঞাপনত নিদিলে আজাদক স্থানঃ দেশজুৰি প্ৰতিক্ৰিয়াত বিচাৰিলে ক্ষমা

February 27, 2023
সক্ৰিয় ৰাজনীতিৰ পৰা গ্ৰহণ কৰিব নেকি অৱসৰ !!ৰায়পুৰৰ অধিৱেশনত ছোনিয়া গান্ধীৰ অৱসৰৰ ইংগিত
ৰাজনীতি

সক্ৰিয় ৰাজনীতিৰ পৰা গ্ৰহণ কৰিব নেকি অৱসৰ !!ৰায়পুৰৰ অধিৱেশনত ছোনিয়া গান্ধীৰ অৱসৰৰ ইংগিত

February 25, 2023
Next Post
ভাৰতত উপস্থিত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী , আজি উপভোগ কৰিব ভাৰত –অষ্ট্ৰেলিয়াৰ টেষ্ট মেচ

ভাৰতত উপস্থিত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী , আজি উপভোগ কৰিব ভাৰত –অষ্ট্ৰেলিয়াৰ টেষ্ট মেচ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7