VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষকৰ টীমত লাচিথ মালিঙ্গা-পেডি আপটন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 11, 2022
in ক্ৰীড়া
ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষকৰ টীমত  লাচিথ মালিঙ্গা-পেডি আপটন
0
SHARES
3
VIEWS
Share on FacebookShare on Twitter

আগন্তুক আই পি এল  ছিজনৰ পূর্বে ৰাজস্থান ৰয়েলছে লাচিথ মালিঙ্গা আৰু পেডি আপটনক  প্ৰশিক্ষক হিচাপে নিযুক্তি  দিছে। মালিঙ্গা দলটোৰ নতুন ফাষ্ট-বলিঙৰ প্ৰশিক্ষক হ’ব ৷ আনহাতে আপটনক দলৰ বিশ্লেষক হিচাপে  দায়িত্ব অর্পন কৰা হৈছে ৷ মুম্বাই ইণ্ডিয়ানছৰ হৈ কেইবাখনো খেল খেলা  মালিংগাই  যোৱা জানুৱাৰীত সকলো ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷  মালিঙ্গা শেহতীয়াকৈ শ্ৰীলংকাৰ পুৰুষ দলৰ বলিং  প্ৰশিক্ষক হিচাপে অষ্ট্ৰেলিয়ালৈ গৈছিল। নিযুক্তিৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মালিঙ্গাই কয়- “আই পি এললৈ উভতি অহাটো মোৰ বাবে এক আনন্দকৰ অনুভৱ আৰু ৰাজস্থান ৰয়েলছত যোগদান কৰাটো এক সন্মান ৷ সদায় যুৱ প্ৰতিভাৰ প্ৰচাৰ আৰু বিকাশ কৰাত এই  ফ্ৰেঞ্চাইজিটোৱে গুৰুত্ব আৰোপ কৰি আহিছে । “আপটন ২০১৩-১৫ বৰ্ষলৈ আৰু তাৰ পিছত ২০১৯ চনত ৰাজস্থান ৰয়েলচৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছিল ৷  কুমাৰ চাংগাকাৰা এই ছিজনৰ বাবে  দলটোৰ  মুখ্য প্ৰশিক্ষক হিচাপে থাকিব  ৷  চাংগাকাৰাই  দুয়োজন নতুন সদস্যক  দললৈ আদৰণি জনাইছে। আনহাতে ৰাজস্থান ৰয়েলচে আশা প্ৰকাশ কৰে যে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ টি-২০ দ্ৰুত বলাৰসকলৰ মাজৰ অন্যতম লাচিথ মালিংগাৰ দৰে বলাৰৰ নিযুক্তিয়ে  দলটোক লাভান্বিত কৰিব ৷

Previous Post

কাশ্মীৰত সেনাৰ চিতা হেলিকপ্টাৰ দূর্ঘটনাগ্ৰস্ত

Next Post

নির্বাচনত পৰাজয়ৰ পাছত কি ক’লে ভূপেন বৰাই

Related Posts

সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে
ক্ৰীড়া

সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে

May 18, 2022
এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে
ক্ৰীড়া

এটা হোৱাটছএপ গ্ৰুপে ভাৰতৰ জয়ত এক ডাঙৰ ভূমিকা পালন কৰিছে

May 16, 2022
‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে  চিএছকে অধিনায়ক হ’ব পাৰে’
ক্ৰীড়া

‘এই খেলুৱৈজন দীৰ্ঘদিনৰ বাবে চিএছকে অধিনায়ক হ’ব পাৰে’

May 14, 2022
এ বি ডি ভিলিয়ৰ্ছ  উভতি আহিছে নেকি  আৰ চি বিলৈ ?
ক্ৰীড়া

এ বি ডি ভিলিয়ৰ্ছ উভতি আহিছে নেকি আৰ চি বিলৈ ?

May 11, 2022
ইটালিয়ান অপেনৰ সময়ত ধৈৰ্যচ্যূত হৈ পিছত  ক্ষমা বিচাৰিলে জনপ্ৰিয় খেলুৱৈ ডেনিছ শাপোভালভে
ক্ৰীড়া

ইটালিয়ান অপেনৰ সময়ত ধৈৰ্যচ্যূত হৈ পিছত ক্ষমা বিচাৰিলে জনপ্ৰিয় খেলুৱৈ ডেনিছ শাপোভালভে

May 10, 2022
‘আই পি এল২০২২’ৰ  ৫৫ তম মেচত   চেন্নাই চুপাৰ কিংছৰ বিজয়
ক্ৰীড়া

‘আই পি এল২০২২’ৰ ৫৫ তম মেচত চেন্নাই চুপাৰ কিংছৰ বিজয়

May 9, 2022
Next Post
নির্বাচনত পৰাজয়ৰ পাছত কি ক’লে ভূপেন বৰাই

নির্বাচনত পৰাজয়ৰ পাছত কি ক’লে ভূপেন বৰাই

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7