VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

টি২০ ক্ৰিকেটৰ ভাৰতীয় পুৰুষ দলৰ অধিনায়ক ৰোহিত শৰ্মা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 12, 2021
in ক্ৰীড়া
টি২০ ক্ৰিকেটৰ ভাৰতীয় পুৰুষ দলৰ অধিনায়ক ৰোহিত শৰ্মা
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

টি২০ ক্ৰিকেটৰ পৰা বিৰাট কোহলীয়ে অধিনায়কত্ব ত্যাগ কৰাৰ পিছত ক্ৰিকেটাৰ ৰোহিত শৰ্মাক টি২০ পুৰুষ ক্ৰিকেট দলৰ অধিনায়ক হিচাপে ঘোষণা কৰা হয়।

প্ৰাক্তন অধিনায়ক কপিল দেৱে ৰোহিত শৰ্মাক দায়িত্ব পালন কৰিবলৈ সকিয়াই দিয়ে। আই পি এল দলৰ অধিনায়কত্ব আৰু ভাৰতীয় মুখ্য ক্ৰিকেট দলৰ অধিনায়কত্বৰ মাজত পাৰ্থক্য আছে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে ৰোহিত শৰ্মাই মুম্বাই ইণ্ডিয়ানছ আই পি এল দলৰ অধিনায়ক হিচাপে কেইবাবছৰৰ পৰা দায়িত্বত আছে। পূৰ্বৰ অভিজ্ঞতাসমূহে নতুন দায়িত্ব পালনত নিশ্চিতভাৱে সহায় কৰিব। ভাৰতৰ ক্ৰিকেট অনুৰাগীসকলৰ ৰোহিত শৰ্মাৰ নেতৃত্বৰ ওপৰত আশাবাদী।

অহা ১৭ নৱেম্বৰৰ পৰা ভাৰত আৰু নিউজিলেণ্ডৰ টি২০ শৃংখলা নিউজিলেণ্ডত অনুষ্ঠিত হ’ব। কিন্তু ৰোহিত শৰ্মাই তেওঁৰ অধিনায়কত্বত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন খেলত অংশগ্ৰহণ নকৰে বুলি জানিব পৰা গৈছে।

ৰোহিত শৰ্মাক পৰিৱৰ্তে আজিংক ৰাহানে ভাৰত- নিউজিলেণ্ড টি২০ শৃংখলাৰ অধিনায়কৰ দায়িত্ব পালন কৰিব বুলি জানিব পৰা গৈছে।

Previous Post

‘মিছ ডেজ্ল লুইত নৰ্থ ইষ্ট ২০২১’

Next Post

পল্টনবজাৰত কালীমন্দিৰৰ পূজাৰীৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

Related Posts

“মোৰ ফালে চোৱা বন্ধ কৰক আৰু বল কৰক”:
ক্ৰীড়া

“মোৰ ফালে চোৱা বন্ধ কৰক আৰু বল কৰক”:

May 27, 2022
‘ৰাফাই বলটো কিমান কষ্টকৰি মাৰিছিল তাক লৈ মই আচৰিত হৈছিলো’
ক্ৰীড়া

‘ৰাফাই বলটো কিমান কষ্টকৰি মাৰিছিল তাক লৈ মই আচৰিত হৈছিলো’

May 26, 2022
অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে  নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক
ক্ৰীড়া

অষ্ট্ৰেলিয়াৰ পুৰুষৰ সহকাৰী প্ৰশিক্ষক হিচাপে নিযুক্ত ডেনিয়েল ভেট্টোৰী আৰু আন্দ্ৰে বড়োভেক

May 24, 2022
২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে  মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই
ক্ৰীড়া

২০২২ বৰ্ষত দ্বিতীয়বাৰৰ বাবে মেগনাস কাৰ্লচেনক পৰাজিত কৰে ভাৰতীয় কিশোৰ প্ৰাগনান্ধাই

May 21, 2022
আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ
ক্ৰীড়া

আই পি এল ২০২২ত এজন বলাৰক বিশেষ ভাৱে প্ৰশংসা ভাৰতৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ

May 19, 2022
সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে
ক্ৰীড়া

সন্তানৰ জন্মৰ বাবে নিউজিলেণ্ডলৈ উৰা মাৰিব কেন উইলিয়ামছনে

May 18, 2022
Next Post
পল্টনবজাৰত কালীমন্দিৰৰ পূজাৰীৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

পল্টনবজাৰত কালীমন্দিৰৰ পূজাৰীৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 28, 2022
আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7