VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পল্টনবজাৰত কালীমন্দিৰৰ পূজাৰীৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 12, 2021
in মুখ্য সংবাদ
পল্টনবজাৰত কালীমন্দিৰৰ পূজাৰীৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

পল্টনবজাৰৰ ৰেলৱে কলনীৰ এটা আবাসগৃহত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ। কালি নিশাৰ ভাগত মৃতদেহ উদ্ধাৰ হোৱা লোকজন হৈছে নাৰায়ন চক্ৰৱৰ্তী। স্থানীয় এটা কালী মন্দিৰৰ পূজাৰী আছিল নাৰায়ণ চক্ৰৱৰ্তী।

এদিন পূৰ্বে তেও এজন ৰেল কৰ্মচাৰীৰ ঘৰ ৰাখিবলৈ আহিছিল বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য অনুসৰি ৰেল বিভাগৰ অবাসগৃহটোত পূৰ্বৰে পৰা বাস কৰি আহিছে সঞ্জীৱ চৌধুৰীয়ে।

কিন্তু তেওঁ দুদিন পূৰ্বে ষঠ পূজাৰ বাবে ঘৰলৈ গৈছিল। যাৰ বাবে তেওঁ ৰখীয়া কৰি গৈছিল নাৰায়ণ চক্ৰৱৰ্তীক। এই সময়ছোৱাত এবাৰো ঘৰলৈ নোযোৱাত চক্ৰৱৰ্তীক বিচাৰি ৰেলৱেৰ বাসগৃহটোলৈ আহিছিল তেওঁৰ পত্নী আৰু কন্যা। তেতিয়াই ৰেলৱে আবাসগৃহতোৰ এটা কোঠাত তেঁওৰ মৃতদেহ প্রত্যক্ষ কৰে পত্নী আৰু কন্যাই।

মৃতদেহৰ মূৰৰ পাছফালে আঘাতৰ চিন স্পষ্ট হৈ থকাৰ বাবে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰা হৈছে। গধুৰ বস্তুৰে মূৰত আঘাত কৰি কোনোবাই তেওঁক হত্যা কৰা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে লতাশিল আৰক্ষীয়ে ঘটনা সন্দৰ্ভত চাৰিজন লোকক আটক কৰা বুলি জানিব পৰা গৈছে।

Previous Post

টি২০ ক্ৰিকেটৰ ভাৰতীয় পুৰুষ দলৰ অধিনায়ক ৰোহিত শৰ্মা

Next Post

এজাইল হাস্পতালত কিদৰে নাম সলাই চাকৰি কৰিছিল কিডনী ৰেকেটেৰে জড়িত চিকিৎসকে?

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
এজাইল হাস্পতালত কিদৰে নাম সলাই চাকৰি কৰিছিল কিডনী ৰেকেটেৰে জড়িত চিকিৎসকে?

এজাইল হাস্পতালত কিদৰে নাম সলাই চাকৰি কৰিছিল কিডনী ৰেকেটেৰে জড়িত চিকিৎসকে?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7