VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসম কন্যা লাভলীনাৰ বিশ্ব মহিলা বক্সিঙত অংশগ্ৰহণৰ প্ৰসংগ উত্থাপন হ’ল দিল্লী উচ্চ ন্যায়ালয়ত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 12, 2021
in ক্ৰীড়া
অসম কন্যা লাভলীনাৰ বিশ্ব মহিলা বক্সিঙত অংশগ্ৰহণৰ প্ৰসংগ উত্থাপন হ’ল দিল্লী উচ্চ ন্যায়ালয়ত
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

অলপতে দিল্লী উচ্চ ন্যায়ালয়ে ভাৰতীয় বক্সিং ফেডাৰেশ্যনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰী কৰিছে। ভাৰতীয় মহিলা বক্সাৰ অৰুন্ধতী চৌধুৰীৰ অভিযোগ অনুসৰি এই জাননী প্ৰেৰণ কৰে।

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা অসম কন্যা লাভলীনা বৰগোহাঁইক কোনো ধৰণৰ প্ৰতিদ্বন্দিতা নকৰাকৈ পোনপটীয়াকৈ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ভাগ ল’বলৈ বাচনি কৰে। আনহাতে পূৰ্বৰ বিশ্ব মহিলা বক্সিঙত স্বৰ্ণ জয় কৰা অৰুন্ধতী চৌধুৰী বাচনিৰ তালিকাৰ পৰা বঞ্চিত হয়।

৭০ কেজি শাখাৰ খেলৰ বাবে নিৰ্বাচন কৰা লাভলীনা বৰগোহাঁইৰ সৈতে এখন খেলৰ আহ্বান কৰে। কিন্তু বিভাগীয় কৰ্তৃপক্ষই এই আবেদন নাকচ কৰে। ফলত বক্সাৰ গৰাকী ন্যায়ালয়ৰ দাৰস্থ হয়।

দিল্লী উচ্চ ন্যায়ালয়ে ভাৰতীয় বক্সিং ফেডাৰেচনক কাৰণ দৰ্শোৱাৰ জাননী দিছে। এই জাননীৰ ভিত্তিতে ন্যায়ালয় সিদ্ধান্তত উপনীত হ’ব। অসম কন্যা লাভলীনা বৰগোহাঁই অনাগত খেলখনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিবনে নাই এই লৈ অসমবাসীৰ মনত উৎকণ্ঠা বাঢ়িছে।

Previous Post

আপুনি আচৰিত নহৈ নোৱাৰিব যে যোৱা ৭০ বছৰ ধৰি বিশ্বৰ এইখন চহৰত মৃত্যু হোৱা নাই কোনো ব্যক্তিৰ

Next Post

কভিদ ১৯ ত আক্ৰান্ত হৈছে সিংহ

Related Posts

আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি  পাকিস্তানৰ ব’ৰ্ডৰ
ক্ৰীড়া

আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি পাকিস্তানৰ ব’ৰ্ডৰ

June 8, 2023
কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী,  মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে
ক্ৰীড়া

কেন্দ্ৰলৈ প্ৰতিবাদকাৰী মল্লযুঁজাৰুৰ পাঁচটা দাবী, মল্লযুঁজৰ সংগঠনত এগৰাকী মহিলা মূৰব্বী বিচাৰিলে প্ৰতিবাদী মল্লযুঁজাৰৱে

June 7, 2023
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলা টেষ্টত অভিলেখ গঢ়িব পাৰে এই দুজন ভাৰতীয় ক্ৰিকেটাৰে ?
ক্ৰীড়া

বুধবাৰৰ পৰা আৰম্ভ হ’ব বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, কোন সময়ৰ পৰা আৰম্ভ হ’ব মেচ ?

June 6, 2023
ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?
ক্ৰীড়া

ইংলেণ্ডলৈ গ’লেও বিশ্ব টেষ্ট ফাইনেল কিয় দেখা নাপাব যশস্বী-সূর্য্যকুমাৰৰ খেল ?

June 5, 2023
অমিত শ্বাহক প্ৰতিবাদী মল্লযুঁজাৰুৰ সাক্ষাৎ, ব্ৰীজভূষণৰ বিৰুদ্ধে শীঘ্ৰী চার্জশ্বীট দাখিল কৰাৰ নির্দেশ
ক্ৰীড়া

অমিত শ্বাহক প্ৰতিবাদী মল্লযুঁজাৰুৰ সাক্ষাৎ, ব্ৰীজভূষণৰ বিৰুদ্ধে শীঘ্ৰী চার্জশ্বীট দাখিল কৰাৰ নির্দেশ

June 5, 2023
ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে  ?
ক্ৰীড়া

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে ?

June 2, 2023
Next Post
কভিদ ১৯ ত আক্ৰান্ত হৈছে সিংহ

কভিদ ১৯ ত আক্ৰান্ত হৈছে সিংহ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7