VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আপুনি আচৰিত নহৈ নোৱাৰিব যে যোৱা ৭০ বছৰ ধৰি বিশ্বৰ এইখন চহৰত মৃত্যু হোৱা নাই কোনো ব্যক্তিৰ

লাংগ ইয়েৰবেন  নামৰ এই চহৰখন নৰৱে’ৰ  উত্তৰ দিশত অৱস্থিত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 12, 2021
in জীৱন
আপুনি আচৰিত নহৈ নোৱাৰিব যে যোৱা ৭০ বছৰ ধৰি বিশ্বৰ  এইখন চহৰত মৃত্যু হোৱা নাই কোনো ব্যক্তিৰ
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

এই কথা শুনি আপুনি নিশ্চয়  আচৰিত নোহোৱাকৈ থাকিব নোৱাৰিব ৷ এই কথা সঁচা যে যিখন ঠাইৰ কথা ক’বলৈ ওলাইছোঁ সেইখন ঠাইত  যোৱা ৭০বছৰ ধৰি কোনো এজন ব্যক্তিৰেই মৃত্যু হোৱা নাই ৷ আপুনি যদি ভাবিছে যে ইয়াত মানুহ নাথাকে সেয়াও হ’ব আপোনাৰ ভুল ধাৰণা কাৰণ  তাত আপোনাৰ মোৰ দৰে সাধাৰণ মানুহেই বছৰ বছৰ জুৰি বসবাস কৰি আহিছে৷ ৷

আজি যিখন ঠাইৰ কথা ক’বলৈ ওলাইছোঁ সেইখন ঠাই হ’ল  নৰৱে’  ৷  প্ৰাকৃতিক সৌন্দৰ্য্য আৰু পৰ্য্যটনৰ  বাবেও বিশ্ব বিখ্যাত  নৰৱে’  ‘মিড নাইট চান’ নামেৰে জনাজাত কাৰণ ইয়াত মে’ৰ পৰা জুলাইৰ শেষলৈকে সূৰ্যাস্ত নহয় যাৰ বাবে ইয়াত  এই সময় চোৱাত ৰাতি নহয় আৰু ৭৬ দিনলৈকে একেৰাহে দিন হৈ থাকে  ৷ নৰৱে’ৰ ‘লাংগ ইয়েৰবেন ‘ নামৰ  এই চহৰত কোনো মানুহৰ বেমাৰ হ’লে তেওঁক আকাশ মাৰ্গেৰে বেলেগ ঠাইলৈ পঠিয়াই দিয়া হয় আৰু তেওঁৰ মৃত্যুৰ পিছত অন্তিম সংস্কাৰো তাতেই  কৰা হয়৷ জানিব পৰা মতে ‘লাংগ ইয়েৰবেন’  নামৰ এই ঠাইখন নৰৱে’ৰ  উত্তৰ দিশত অৱস্থিত ৷ ইয়াত গোটেই বছৰ জুৰি  শীতৰ প্ৰকোপ বেছি হোৱা বাবে মৃত্যুৰ পিছতো ইয়াত পুতি থোৱা  শ বিলাক  মাটিত মিলি নাযায়  সেই কাৰণেই ইয়াৰ প্ৰশাসনে ইয়াত মৃত্যুৰ ক্ষেত্ৰত  নিষেধাজ্ঞা জাৰি কৰিছে ৷  আচৰিত কথা যে এই চহৰত  যোৱা ৭০ বছৰ জুৰি এজনো মানুহৰ মৃত্যু হোৱা নাই ৷১৯১৭চনত  ইন্ফুৱেঞ্জাত মৃত্যু হোৱা এগৰাকী  খ্ৰীষ্টীয়ান ধৰ্মগুৰুৰ মৃত্যুৱেই আছিল  এই চহৰৰ শেষৰটো মৃত্যুৰ  বাতৰি৷ লাংগ ইয়েৰবেনত   তেওঁক কবৰ দিয়াৰ পিছতো আজি পৰ্য্যন্ত তেওঁৰ  দেহত ইন্ফুৱেঞ্জাৰ ভাইৰাছ পোৱা গৈছে৷ এই মহামাৰী দেশত বিয়পিব নোৱাৰিবলৈ  প্ৰশাসনে মৃত্যুৰ ক্ষেত্ৰত  এই  নিষেধাজ্ঞা জাৰি কৰিছে ৷

Previous Post

লাৰ্ছেন এণ্ড টাৰ্বো কোম্পানীৰ বিশেষ পদক্ষেপে মহিলাৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা

Next Post

অসম কন্যা লাভলীনাৰ বিশ্ব মহিলা বক্সিঙত অংশগ্ৰহণৰ প্ৰসংগ উত্থাপন হ’ল দিল্লী উচ্চ ন্যায়ালয়ত

Related Posts

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয়  সাপ্তাহিক বন্ধ
জীৱন

ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকে নহয় জীৱ-জন্তুকো দিয়া হয় সাপ্তাহিক বন্ধ

August 19, 2023
১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’
জীৱন

১৯ আগষ্টত সমগ্ৰ বিশ্বতে পালন কৰা হয় ‘আন্তঃৰাষ্ট্ৰীয় ব’ দিৱস’

August 19, 2023
শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?
জীৱন

শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমিছে? খাদ্যাভ্যাসৰ কি কি পৰিৱৰ্তনে শৰীৰক শক্তিশালী কৰি ৰাখিব?

June 7, 2023
চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?
জীৱন

চাহৰ লগত বিস্কুট খাবলৈ ভাল পায় নেকি? এনে অভ্যাসে কি কি স্বাস্থ্যজনিত বিপদৰ সৃষ্টি কৰে জানেনে?

June 7, 2023
ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন
জীৱন

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্যলৈকে পকা অমিতাই ল’ব পাৰে যত্ন

June 6, 2023
আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ
জীৱন

আপুনিও খায় নেকি ওটছ্! কেবল ওজন নিয়ন্ত্ৰণেই নহয়, ওটছ্ৰ আছে একাধিক গুণ

June 5, 2023
Next Post
অসম কন্যা লাভলীনাৰ বিশ্ব মহিলা বক্সিঙত অংশগ্ৰহণৰ প্ৰসংগ উত্থাপন হ’ল দিল্লী উচ্চ ন্যায়ালয়ত

অসম কন্যা লাভলীনাৰ বিশ্ব মহিলা বক্সিঙত অংশগ্ৰহণৰ প্ৰসংগ উত্থাপন হ'ল দিল্লী উচ্চ ন্যায়ালয়ত

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7