VOICE 24x7
Wednesday, February 8, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মহানগৰীৰ অভিজাত বিদ্যালয়ত কভিডৰ আতংক, ১৬ শিক্ষাৰ্থী আক্ৰান্ত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 9, 2021
in মুখ্য সংবাদ
মহানগৰীৰ অভিজাত বিদ্যালয়ত কভিডৰ আতংক, ১৬ শিক্ষাৰ্থী আক্ৰান্ত
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

কভিড সংক্ৰমণ ক্ৰমাৎ হ্ৰাস পোৱাৰ লগে লগে ৰাজ্যত আৰম্ভ হৈছে স্বাভাৱিক জীৱনযাত্ৰা। খোল খাইছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। বিদ্যালয়লৈ নিয়মীয়া ভাবে হৈছে পাঠদান। ইয়াৰ মাজতে মহানগৰীৰ এখনঅভিজাত বিদ্যালয়ত বিয়পি পৰিছে কভিডৰ আতংক। গুৱাহাটীৰ এন পি এছ ইন্টাৰনেছনেল স্কুলৰ ১৬গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কভিডৰ সংক্ৰমণ।

বিগত কেইবাদিনো ধৰি বিদ্যালয়খনৰ হোষ্টেলত থকা কেইবাগৰাকী শিক্ষাৰ্থী জ্বৰ কাঁহত আক্ৰান্ত হৈ আছিল। যাৰ বাবে স্বাস্থ্য বিভাগে বিদ্যালয় খনৰ ১১১গৰাকী শিক্ষাৰ্থীৰ কভিড টেষ্ট কৰোৱাই। এই টেষ্টত মুঠ ১২জন শিক্ষাৰ্থী পজিটিভ হিচাপে ধৰা পৰে। পৰৱৰ্তী সময়ত পুনৰ বিদ্যালয়খনৰ আন একাংশ শিক্ষাৰ্থীৰ কভিড টেষ্ট কৰোৱা হয়।

যত পুনৰ আন চাৰিগৰাকী ছাত্ৰ ছাত্ৰী আক্ৰান্ত হোৱাটো নিশ্চিত হয়। ইয়াৰ পিছতে এন পি এছ ইন্টাৰনেছনেল স্কুল মাইক্ৰ কনটেইনমেণ্ট জ’ন হিচাপে ঘোষনা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। উল্লেখ্য যে এই বিদ্যালয়খনে প্ৰথমে শিক্ষাৰ্থীৰ মাজত কভিড আক্রান্ত হোৱাৰ বাতৰি গাপ দিব বিচৰা বুলি অভিযোগ উত্থাপিত হৈছে।

অৱশ্যে বিষয়টো জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে গুৰুত্ব সহকাৰে গ্ৰহণ কৰে আৰু কভিড টেষ্টৰ ব্যবস্থা কৰে। মহানগৰীৰ আন একাংশ বিদ্যালয়ত শিক্ষাৰ্থী আক্ৰান্ত হোৱা সত্বেও তথ্য লুকুৱাই ৰাখিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

Previous Post

উকীলৰ কমিছনৰাজৰ বিপক্ষে এইবাৰ বিশেষ ব্যৱস্থা মুখ্যমন্ত্ৰীৰ

Next Post

অসমত এইবাৰ জিকা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি সজাগ স্বাস্থ্য বিভাগ

Related Posts

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান
মুখ্য সংবাদ

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ
মুখ্য সংবাদ

জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ

February 7, 2023
নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য
মুখ্য সংবাদ

নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য

February 7, 2023
হিণ্ডেনবার্গৰ প্ৰতিবেদনৰ পাছত সাম্ৰাজ্য খহিলেও ধনী ব্যক্তিৰ তালিকাতে আছে গৌতম আদানি, ৪০০ কোটিৰ ঘৰ, ব্যয়বহুল একাধিক বিলাসী গাড়ী-বিমান-জাহাজকে ধৰি কি কি সম্পত্তিৰ মালিক জানেনে ?

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু
মুখ্য সংবাদ

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু

February 7, 2023
জনপ্ৰিয় খাদ্য নিৰ্মাতা প্ৰতিষ্ঠান কে.এফ.চিৰ নতুন ‘চেলিব্ৰেচন বাকেট’
মুখ্য সংবাদ

গভীৰ ৰাতি আপোনাৰো ভোক লাগে নেকি ? কিয় এনে হয় জানো আহক

February 7, 2023
Next Post
অসমত এইবাৰ জিকা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি সজাগ স্বাস্থ্য বিভাগ

অসমত এইবাৰ জিকা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি সজাগ স্বাস্থ্য বিভাগ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

February 8, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

February 8, 2023
নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7