VOICE 24x7
Thursday, June 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উকীলৰ কমিছনৰাজৰ বিপক্ষে এইবাৰ বিশেষ ব্যৱস্থা মুখ্যমন্ত্ৰীৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 9, 2021
in মুখ্য সংবাদ
উকীলৰ কমিছনৰাজৰ বিপক্ষে এইবাৰ বিশেষ ব্যৱস্থা মুখ্যমন্ত্ৰীৰ
0
SHARES
2
VIEWS
Share on FacebookShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ উকীলৰ কমিছনৰাজৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিছে। মাটিৰ দালাল, ডি টি অ’ অফিচৰ দালাল, আৰক্ষী থানাৰ দালাকত নাকী লগোৱাৰ পিছত এইবাৰ উকীলৰ ওপৰত চকু দিছে। দুৰ্ঘটনাত জড়িত লোকসকলক সকাহ দি কমিছনৰাজৰ পৰা উদ্ধাৰ কৰিবলৈ এই ব্যৱস্থা কৰিছে।

দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলে দুৰ্ঘটনাৰ ৰিপৰ্ট, পোষ্টমৰ্টেম ৰিপৰ্ট বিচাৰি উকীলৰ কাষ চাপিবলগীয়া হয়। বীমাৰ ধন উলিয়াই দিয়াৰ নামত বহুতো উকীলে ৩০-৪০% কমিশ্যন লয়। ফলস্বৰূপে সৰ্ব সাধাৰণ ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। 

এইবাৰ সৰ্ব সাধাৰণ ৰাইজৰ সুবিধাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। অহা ১ জানুৱাৰী তাৰিখৰ পৰা দুৰ্ঘটনাজনিত সকলো ৰিপৰ্ট আৰক্ষীৰ লোকে ভুক্তভোগীৰ ঘৰত গৈ দি অহাৰ ব্যৱস্থা কৰিছে। যদি কোনো লোকে সময়মতে ৰিপৰ্ট ঘৰতে লাভ নকৰে, তেন্তে আৰক্ষীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকিয়াই দিছে। 

উকীলৰ সৈতে যাতে সৰ্ব সাধাৰণ লোকৰ যোগাযোগ নহ’লেও হয়, তাৰ বাবে এই ব্যৱস্থা কৰিছে। কিবা কাৰণত যদি উকীলৰ সৈতে যোগাযোগ কৰিবলগীয়া হয় তেন্তে তাৰ বিনিময়ত উকীলজনে কেৱল ফিজহে গ্ৰহণ কৰিব পাৰিব কিন্তু কমিছন ল’ব নোৱাৰিব বুলি সকিয়নি জাৰী কৰিছে। ভুক্তভোগীয়ে অভিযোগ দাখিল কৰিলে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মুখ্যমন্ত্ৰীজনে উল্লেখ কৰে।

 

Previous Post

এ টি পি ৰেংকিঙত পুনৰ শীৰ্ষত নোভাক জক’ভিচ

Next Post

মহানগৰীৰ অভিজাত বিদ্যালয়ত কভিডৰ আতংক, ১৬ শিক্ষাৰ্থী আক্ৰান্ত

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
মহানগৰীৰ অভিজাত বিদ্যালয়ত কভিডৰ আতংক, ১৬ শিক্ষাৰ্থী আক্ৰান্ত

মহানগৰীৰ অভিজাত বিদ্যালয়ত কভিডৰ আতংক, ১৬ শিক্ষাৰ্থী আক্ৰান্ত

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7