VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমত ২ কোটি ভেকচিন প্ৰদান সম্পূৰ্ণ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 28, 2021
in মুখ্য সংবাদ
ৰাজ্য চৰকাৰৰ নতুন কভিদ এছ অ’ পি প্ৰকাশ
0
SHARES
2
VIEWS
Share on FacebookShare on Twitter

অসমত ২ কোটি ভেকচিন প্ৰদান কৰা হ’ল বুলি কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টুইটাৰ যোগে ঘোষণা কৰে। স্বাস্থ্য বিভাগৰ সমূহ কৰ্মচাৰীক তেওঁলোকৰ পূৰ্ণ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। 

মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰা তথ্য অনুসৰি ৭৬,০৬,৩৩৭ সংখ্যক লোকে ইতিমধ্যে দুই পালি কভিদ ভেকচিন গ্ৰহণ কৰিছে। আনহাতে ২ কোটি ৩ হাজাৰ লোকে প্ৰথম পালি কভিদ ভেকচিন গ্ৰহণ কৰিছে। 

ৰাজ্য চৰকাৰে ইতিমধ্যে ১০০% ভেকচিন প্ৰদানৰ লক্ষ্য আগত ৰাখি আগবাঢ়ি গৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কভিদৰ তৃতীয় ঢৌৰ আগমণৰ আগতেই কভিদ ভেকচিনসমূহ গ্ৰহণ কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। 

পূজাৰ পিছৰে পৰা অসমত কভিদত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। কালিৰ দিনটোত ২৪৪ জন লোক আক্ৰান্ত হৈছে। বহু দিনৰ মূৰত আক্ৰান্তৰ সংখ্যা ৩০০ জনৰ তললৈ যোৱা পৰিলক্ষিত হৈছে।

অৱশ্যে কালিৰ দিনটোত কভিদ টেষ্টৰ সংখ্যা পূৰ্বতকৈ কম। ৩৭,৮৩৬ টা পৰীক্ষা সম্পন্ন হৈছিল। কালিৰ দিনটোত আক্ৰান্তৰ হাৰ ০.৬৪%। আনহাতে কভিদত মৃত্যু হোৱা লোকৰ সংখ্যা ৬ জন। 

 

Previous Post

মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটাৰ বাছনিৰ তালিকাত অসমৰ লাভলীনাৰ নাম

Next Post

শীঘ্ৰেই মহাকাশত অৱসৰ বিনোদন কৰিব পাৰিব

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!
মুখ্য সংবাদ

দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!

June 8, 2023
Next Post
শীঘ্ৰেই মহাকাশত অৱসৰ বিনোদন কৰিব পাৰিব

শীঘ্ৰেই মহাকাশত অৱসৰ বিনোদন কৰিব পাৰিব

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7