VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটাৰ বাছনিৰ তালিকাত অসমৰ লাভলীনাৰ নাম

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 28, 2021
in মুখ্য সংবাদ, ক্ৰীড়া
Vouge আলোচনীত অসম কন্যা লাভলীনা আৰু কিছু কথা
0
SHARES
0
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ক্ৰীড়া জগতৰ সৰ্বোচ্চ  সন্মান মেজৰ ধ্যান চাঁদ বঁটাৰ বাবে এইবাৰ টকিঅ’ অলিম্পিকত বক্সিঙত ব্ৰঞ্জৰ পদক বিজয়ী অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁইৰ নাম বাছনিৰ তালিকাত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে সমগ্ৰ অসমতে আনন্দৰ জোৱাৰ উঠিছে। মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটা বিজয়ী প্ৰথম অসমীয়া হ’ব লাভলীনা বৰগোহাঁই। 

এইবাৰ মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটাৰ বাবে লাভলীনা বৰগোহাঁইৰ উপৰিও টকিঅ’ অলিম্পিকৰ পদক বিজয়ী নীৰজ চোপ্ৰা, ৰবি ডাহিয়া, পি আৰ শ্ৰীজেশৰ নাম বাছনিলৈ উঠিছে। 

ইয়াৰ উপৰিও  তাৰকা ক্ৰিকেটাৰ মিতালী ৰাজ, পেৰালিম্পিকত শ্বুটিঙত দুটাকৈ পদক লাভ কৰা অৱনী লেখাৰা, ভাৰতৰ ফুটবলত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰা ফুটবল খেলুৱৈ সুনীল ছেত্ৰীৰ নামো তালিকাভূক্ত হৈছে। 

এওঁলোকৰ উপৰিও প্ৰমোদ ভগত, সুমিত অন্তিল, কৃষ্ণা নাগৰ আৰু এন নেৰৱালকে ধৰি সৰ্বমুঠ ১১ জন লোক বাছনিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে।

দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটা ২০২০ চনলৈকে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা হিচাপে জনাজাত আছিল। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই এই বঁটাৰ নাম সলনি কৰি হকীৰ যাদুকৰ মেজৰ ধ্যান চাঁদৰ নামত উচৰ্গা কৰিছিল। 

১৯৯২ চনৰ পৰা এই বঁটা নিয়মীয়াকৈ প্ৰদান কৰা হৈছে। বঁটাৰ মূল্য হৈছে ২৫ লাখ টকা। ডবা খেলুৱৈ বিশ্বনাথন আনন্দে এই বঁটা প্ৰথমবাৰৰ বাবে লাভ কৰিছিল। 

 

Previous Post

অন্ত পৰিল নিৰ্বাচনী প্ৰচাৰ,৫ সমষ্টিত ৩০ অক্টোবৰত ভোটগ্ৰহণ

Next Post

অসমত ২ কোটি ভেকচিন প্ৰদান সম্পূৰ্ণ

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত
মুখ্য সংবাদ

কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত

May 24, 2022
Next Post
ৰাজ্য চৰকাৰৰ নতুন কভিদ এছ অ’ পি প্ৰকাশ

অসমত ২ কোটি ভেকচিন প্ৰদান সম্পূৰ্ণ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7