VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

খালিস্তান সমৰ্থক অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 20, 2023
in মুখ্য সংবাদ
খালিস্তান সমৰ্থক  অমৃতপালৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু , নেচনেল ইনভেষ্টিগেচন এজেঞ্চীয়ে কৰিব তদন্ত ?
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱ আৰক্ষীয়ে ‘পলাতক’ খালিস্তান সমৰ্থক নেতা অমৃতপাল সিঙৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ অধীনত নতুন গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ এক সূত্ৰ অনুসৰি এই গোচৰত স্বঘোষিত শিখ ধৰ্মগুৰুজনৰ ৭ জন ঘনিষ্ঠৰ নামো সন্নিবিষ্ট কৰা হৈছে। সূত্ৰটোৱে জনোৱা মতে, এই গোচৰটো নেচনেল ইনভেষ্টিগেচন এজেঞ্চী এক্টৰ অধীনত ৰুজু কৰা হৈছে। ফলত তদন্তৰ দায়িত্ব দিয়া হ’ব নেচনেল ইনভেষ্টিগেচন এজেঞ্চীক ৷

অৱশ্যে পঞ্জাৱ আৰক্ষীয়ে এতিয়াও অমৃতপালক গ্ৰেপ্তাৰ কৰা নাই। সূত্ৰ অনুসৰি, শনিবাৰে অমৃতপলে বাইকেৰে আৰক্ষীৰ সন্মুখৰ পৰাই পলায়ন কৰে। কিন্তু অমৃতপালৰ সংগঠন ‘ৱাৰিছ পঞ্জাব দে’ (বাংলা অনুবাদৰ অৰ্থ ‘পঞ্জাৱৰ উত্তৰাধিকাৰী’)ৰ দাবীত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি গোপন স্থানলৈ লৈ গৈছিল বুলি দাবী কৰিছিল।

চৰকাৰী তথ্য অনুসৰি পঞ্জাৱত আৰক্ষীৰ অভিযানত শনিবাৰৰ পৰা ৭৮জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে ‘ৱাৰিছ পঞ্জাব দে’ সংগঠনৰ চাৰিজন নেতাক বায়ুসেনাৰ বিমানেৰে অসমৰ ডিব্ৰুগড়লৈ লৈ যোৱা হয়। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত  তেওঁলোক আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।

ফেব্ৰুৱাৰী মাহত আজনলাৰ থানাত সংঘটিত আক্ৰমণৰ পিছতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ চৰকাৰে এই অভিযান আৰম্ভ কৰে ৷ শনিবাৰে পুৱা মোগা অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অমৃতপালৰ সংগঠনৰ ছয়জন নেতাক। ইয়াৰ পিছত খালিস্তান সমৰ্থক নেতাজনক গ্ৰেপ্তাৰ কৰাৰ প্ৰচেষ্টা আৰম্ভ হয়। আৰক্ষীৰ সূত্ৰ অনুসৰি অমৃতপালে বাৰে বাৰে কাপোৰ আৰু গাড়ী সলনি কৰি পলায়ন কৰিছে ৷ জলন্ধৰত এৰি থৈ যোৱা গাড়ীখনৰ পৰাও উদ্ধাৰ হৈছে অস্ত্ৰ-শস্ত্ৰ। আৰক্ষীৰ এটা অংশৰ মতে অমৃতপালে অভিযানৰ পূৰ্বে পলায়ন কৰে ৷  অমৃতপালে পঞ্জাৱৰ নিচামুক্ত কেন্দ্ৰত চিকিৎসাধীন যুৱক-যুৱতীক মানৱ বোমা নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছিল! চোৰাংচোৱাৰ সূত্ৰৰ পৰা সেই তথ্য লাভ কৰাৰ পিছত শনিবাৰৰ পৰা আৰম্ভ হয় তেওঁক গ্ৰেপ্তাৰ কৰাৰ অভিযান।

Previous Post

কোহলী-ৰোহিতে এটা ফৰ্মেটৰ পৰা সোনকালে অৱসৰ ল’বলৈ কিয় ক’লে ৰবি শাস্ত্ৰীয়ে !

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন
মুখ্য সংবাদ

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন
মুখ্য সংবাদ

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত  শ্বাহ
মুখ্য সংবাদ

অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত শ্বাহ

June 10, 2023
লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা
মুখ্য সংবাদ

লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা

June 10, 2023
এতিয়াও শান্ত হোৱা নাই  মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব
মুখ্য সংবাদ

এতিয়াও শান্ত হোৱা নাই মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব

June 10, 2023
শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি
মুখ্য সংবাদ

শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি

June 10, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7