VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সামাজিক মাধ্যমত ভাইৰেল স্কাৰ্ট পিন্ধা এক বিশেষ আইচক্ৰীম

আইচক্ৰীমক পিন্ধোৱা হ’ল চীনৰ পৰম্পৰাগত সাজ ‘মা মিয়ান কান’

voicedesk by voicedesk
July 29, 2023
in মুখ্য সংবাদ
বিশ্বৰ ভিতৰতে সৰ্বাধিক দীঘলীয়া ৰাণৱে থকা প্ৰথমটো বিমানবন্দৰ জানেনে ?
0
SHARES
73
VIEWS
Share on FacebookShare on Twitter

প্ৰচণ্ড গৰমত এতিয়া বিশ্বৰ প্ৰায় বেছিভাগ গৰম ঠাইতে এতিয়া আইচক্ৰীম সকলোৰে প্ৰিয় ৷এই আইচক্ৰীম বিক্ৰীৰ বাবে গ্ৰাহক সকলক আকৰ্ষিত কৰিবলৈ ব্যস্ত হৈ পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহো ৷
আজি আমি ক’বলৈ ওলাইছো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা তেনে এক আইচক্ৰীমৰ কথা ৷ বৰ্তমান সময়ত চীনত অতি জনপ্ৰিয় হৈ পৰিছে এই বিশেষ আইচক্ৰীম৷ ফেশ্বন ফ্লেভাৰৰ সৈতে চীনৰলোকসকলে উপভোগ কৰিছে এই বিশেষ আইচক্ৰীম।
সংবাদ মাধ্যম সমূহৰ প্ৰতিবেদন অনুসৰি চীনৰ জিয়াংছু প্ৰদেশত এখন দোকানত খাদ্যপ্ৰেমীসকলক পৰিবেশন কৰা ঐছে এই আইচক্ৰীম ৷ ঠাণ্ডা আইচক্ৰীম ক’ণটোক এটা স্কাৰ্ট পিন্ধাই ভালদৰে সজাই পৰাই পৰিবেশন কৰিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰাই এই কথা সামাজিক মাধ্যমত দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে যি বৰ্তমান হাজাৰ হাজাৰ লোকক আকৰ্ষিত কৰিছে ।
হৰ্ছ-ফে’চ স্কাৰ্ট বা মা মিয়ান কান হৈছে চীনৰ এবিধ পৰম্পৰাগত সাজ-পোছাক যি ৯৬০চনৰ পৰা ১২৭৯চনলৈকে ছং বংশৰ শাসনকালৰ পৰাই চলি আহিছে। আনহাতে আইচক্ৰীমৰ দোকানখনে এই স্কাৰ্ট পিন্ধাই আইচক্ৰীমৰ ডিজাইন কৰা বুলি জানিব পৰা গৈছে।
ষ্ট’ৰৰ এজন কৰ্মচাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে জিয়াংনান আৰু চীনা সংস্কৃতিৰ প্ৰচাৰৰ বাবে এই আইচক্ৰীমসমূহ ডিজাইন কৰিছে।
স্কাৰ্ট পৰিধান কৰা এই মৰমলগা আইচক্ৰীমটো দেখি নিশ্চয় আপোনাৰো মন গৈছে ইয়াৰ সোৱাদ ল’বলৈ ?
সঁচাকৈয়ে আচৰিত নহয়নে ?
এতিয়া আইচক্ৰীমেও পিন্ধিলে স্কাৰ্ট

Previous Post

বিশ্বৰ ভিতৰতে সৰ্বাধিক দীঘলীয়া ৰাণৱে থকা প্ৰথমটো বিমানবন্দৰ জানেনে ?

Next Post

এখন গাঁও, য’ত নিৰ্দিষ্ট বয়সৰ পিছত ল’ৰা হৈ পৰে ইয়াৰ ছোৱালীবোৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বিশ্বৰ ভিতৰতে সৰ্বাধিক দীঘলীয়া ৰাণৱে থকা প্ৰথমটো বিমানবন্দৰ জানেনে ?

এখন গাঁও, য’ত নিৰ্দিষ্ট বয়সৰ পিছত ল’ৰা হৈ পৰে ইয়াৰ ছোৱালীবোৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7