VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মাজ আকাশত হঠাৎ তীব্ৰ জোকাৰণি! চিডনী অভিমুখী বিমানৰ যাত্ৰী আহত

voicedesk by voicedesk
May 17, 2023
in মুখ্য সংবাদ
মাজ আকাশত হঠাৎ তীব্ৰ জোকাৰণি! চিডনী অভিমুখী বিমানৰ যাত্ৰী আহত
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

উৰণৰ সময়ত হোৱা তীব্ৰ জোকৰণিৰ বাবে আজি আহত হয় এয়াৰ ইণ্ডিয়া বিমানৰ কেইবাজনো যাত্ৰী ৷ দিল্লীৰ পৰা ছিডনী অভিমুখে এয়াৰ ইণ্ডিয়াৰ বিমানখন উৰণৰ সময়তে এই দূর্ঘটনা সংঘটিত হয় ।

 

নিউজ এজেন্সি এ এন আইয়ে প্ৰকাশ কৰা অনুসৰি ছিডনী অভিমুখী এয়াৰ ইণ্ডিয়া বিমানখনত বহু যাত্ৰী আহত হয়। যান্ত্ৰিক সমস্যাৰ বাবে বিমানখন আকাশৰ মাজত জোকাৰি গৈছিল বুলি অনুমান কৰা হৈছে। এই জোকাৰণিৰ ফলত যাত্ৰীসকলক আসনৰ পৰা ইফালে সিফালে চিটিকি পৰে ৷ ফলত বহুতে আঘাত পায়।

 

ছিডনীত অৱতৰণ কৰাৰ পিছত আহত যাত্ৰীসকলক বিমানবন্দৰত চিকিৎসা প্ৰদান কৰা হয়। সংবাদ মাধ্যমৰ সূত্ৰই দাবী কৰিছে যে কোনো যাত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লগীয়া হোৱা নাই ৷

 

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ তথ্য অনুসৰি বিমানখনৰ ৭ জন যাত্ৰী আহত হয়। চিকিৎসক আৰু বিমান পৰিচাৰিকাই তেওঁলোকক বিমানত প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। পিছত বিমানবন্দৰতো চিকিৎসাৰ ব্যৱস্থা কৰা হয়। কোনো লোকৰ আঘাত গুৰুতৰ বুলি ধাৰণা কৰা হোৱা নাই। অৱশ্যে আকাশৰ মাজতে বিমানখনত জোকাৰণিৰ সৃষ্টি হোৱাত আতংকিত হৈ পৰে যাত্ৰীসকল।

 

চলিত বৰ্ষৰ মাৰ্চ মাহত আমেৰিকাৰ ব্যক্তিগত জেট বিমানত একেধৰণৰ ঘটনা সংঘটিত হৈছিল। সেইবাৰ বিমানখনত জোকাৰণিৰ বাবে এজন যাত্ৰীৰো মৃত্যু হয়। যিটো যথেষ্ট বিৰল। ধুমুহাৰ বাবে পাইলটে ব্যক্তিগত জেট বিমানখন অন্য বিমানবন্দৰত অৱতৰণ কৰিবলৈ বাধ্য হয়।

Previous Post

কৰ্ণাটকৰ ৯৭ শতাংশ বিধায়ক কোটিপতি ! ৫৫ শতাংশৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ

Next Post

গৰমৰ দিনত সঘনাই পেটৰ সমস্যাত ভোগে নেকি ? এই ৫ বিধ খাদ্যই দিব উপশম

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
গৰমৰ দিনত সঘনাই পেটৰ সমস্যাত ভোগে নেকি ? এই ৫ বিধ খাদ্যই দিব উপশম

গৰমৰ দিনত সঘনাই পেটৰ সমস্যাত ভোগে নেকি ? এই ৫ বিধ খাদ্যই দিব উপশম

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7