VOICE 24x7
Wednesday, February 8, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অগ্নি.৫ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 28, 2021
in মুখ্য সংবাদ, বিজ্ঞান
অগ্নি.৫ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

কালি সন্ধিয়া ৭ বাজি ৫০ মিনিটত অগ্নি.৫ ক্ষেপণাস্ত্ৰৰ উৰিষ্যাস্থিত এ পি জে আব্দুল কালাম দ্বীপত সফলভাৱে পৰীক্ষণ সম্পন্ন হয়। ৫০ হাজাৰ কেজিৰ ওজনৰ এই বেলাষ্টিক মিছাইলে ৫০০০ ৰ পৰা ৭০০০ কিলোমিটাৰলৈকে দূৰত্বৰ লক্ষ্য সাধিব পাৰিব। 

১৯৮৯ চনত এ পি জে আব্দুল কালামৰ তত্ত্বাৱধানত অগ্নি ক্ষেপণাস্ত্ৰ নিৰ্মাণ হৈছিল। ২০১৯ চনৰ নৱেম্বৰ মাহৰ পৰাহে অগ্নি ছিৰিজৰ মিছাইলসমূহ ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ অন্তৰ্ভুক্ত হয়। 

অগ্নি.৫ মিছাইল সফলতাৰে পৰীক্ষণৰ সময়ত ভাৰত চৰকাৰে ” ন’ ফাৰ্ষ্ট ইউজ” স্থিতি অৱলম্বন কৰিছে। অৰ্থাৎ সন্মুখৰ পৰা আগতে আক্ৰমণ নকৰিলে ভাৰতে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ নকৰে। কিন্তু আক্ৰমণ কৰিলে ব্যৱহাৰ কৰিব বুলি উল্লেখ কৰিছে। 

১৯৯৮ চনত পোখৰানত পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন হোৱাৰ পিছতেই ভাৰতে প্ৰথমবাৰৰ বাবে ” ন’ ফাৰ্ষ্ট ইউজ” স্থিতি গ্ৰহণ কৰিছিল। 

Previous Post

ৰজনীকান্তৰ কন্যা সৌন্দৰ্য্যাৰ নতুন এপ্লিকেচন ‘হুটে’ ভাৰতৰ প্ৰথম ভইছ বেচ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

Next Post

এতিয়াৰে পৰা অনলাইন যোগে ড্ৰাইভিং লাইচেঞ্চ লাভ কৰিব পাৰিব

Related Posts

আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ
অৰ্থনীতি

আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ

February 8, 2023
নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান
মুখ্য সংবাদ

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ
মুখ্য সংবাদ

জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ

February 7, 2023
নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য
মুখ্য সংবাদ

নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য

February 7, 2023
হিণ্ডেনবার্গৰ প্ৰতিবেদনৰ পাছত সাম্ৰাজ্য খহিলেও ধনী ব্যক্তিৰ তালিকাতে আছে গৌতম আদানি, ৪০০ কোটিৰ ঘৰ, ব্যয়বহুল একাধিক বিলাসী গাড়ী-বিমান-জাহাজকে ধৰি কি কি সম্পত্তিৰ মালিক জানেনে ?

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু
মুখ্য সংবাদ

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু

February 7, 2023
Next Post
আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

এতিয়াৰে পৰা অনলাইন যোগে ড্ৰাইভিং লাইচেঞ্চ লাভ কৰিব পাৰিব

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ

আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ

February 8, 2023
আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

February 8, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

February 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7