VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ৰজনীকান্তৰ কন্যা সৌন্দৰ্য্যাৰ নতুন এপ্লিকেচন ‘হুটে’ ভাৰতৰ প্ৰথম ভইছ বেচ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

মুঠ ১১টা ভাষাত উপলব্ধ হ'ব এই এপলিকেচনৰ সেৱা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 28, 2021
in মনোৰঞ্জন, মুখ্য সংবাদ
ৰজনীকান্তৰ কন্যা সৌন্দৰ্য্যাৰ নতুন এপ্লিকেচন ‘হুটে’ ভাৰতৰ প্ৰথম ভইছ বেচ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ ভাৰতৰ ছবিজগতৰ চুপাৰষ্টাৰ  লগতে  সমগ্ৰ ভাৰতাৰে জনপ্ৰিয় অভিনেতা  ৰজনীকান্তে অলপতে কন্যা সৌন্দৰ্য্যাৰ এটা ছ’চিয়েল মিডিয়া এপলিকেচন মুকলি কৰে ৷ এপলিকেচন টোৰ নাম ‘হুটে’৷কণ্ঠস্বৰৰ ভিত্তিত নাম নিৰ্দ্ধাৰণ কৰা এপটোৰ বগা ফেঁচাৰ কণ্ঠস্বৰৰ আধাৰতে নাম ৰখা হৈছে ‘হুটে’৷ সৌন্দৰ্য্যাৰ লগতে এপলিকেচনটোৰ সহযোগী প্ৰতিষ্ঠাপক হিচাপে আছে এমটেক্সৰ চি ই অ’ ছানী পোকালা৷

হুটেৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে হিন্দী ,টেলেগু,মাৰাঠী,মালয়লম,কানাড়া,বেংগলী আৰু গুজৰাটীকে ধৰি ৮টা ভাৰতীয় ভাষাত  ভয়চ নোটছৰ দ্বাৰা নিজৰ মত বিনিময় কৰিব পাৰিব৷লগতে ৩টা আন্তঃৰাষ্ট্ৰীয় ভাষাতো ‘হুটে’ৰ সেৱা উপলব্ধ হ’ব৷

Previous Post

নীটৰ ফলাফল ঘোষণা কৰিবলৈ অনুমতি উচ্চতম ন্যায়ালয়ৰ

Next Post

অগ্নি.৫ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন

Related Posts

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
কংগনা ৰাণাৱটৰ ছবি ‘ঢাকড়’ৰ ৮ম দিনত সংগ্ৰহ ৪৪২০ টকা
মনোৰঞ্জন

কংগনা ৰাণাৱটৰ ছবি ‘ঢাকড়’ৰ ৮ম দিনত সংগ্ৰহ ৪৪২০ টকা

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’
মনোৰঞ্জন

‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

May 27, 2022
Next Post
অগ্নি.৫ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন

অগ্নি.৫ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7