VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এলাহাবাদ হাই কৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়দান – লিভ ইন ৰিলেশ্ব্যনশ্বিপ ব্যক্তিগত স্বাধীনতাৰ সৈতে জড়িত

শিৱানী বৰা by শিৱানী বৰা
October 30, 2021
in মুখ্য সংবাদ, অভিমত
এলাহাবাদ হাই কৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়দান – লিভ ইন ৰিলেশ্ব্যনশ্বিপ ব্যক্তিগত স্বাধীনতাৰ সৈতে জড়িত
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

অলপতে এলাহাবাদ হাইকৰ্টে লিভ ইন ৰিলেশ্ব্যনশ্বিপ মানুহৰ ব্যক্তিগত স্বাধীনতাৰ সৈতে জড়িত বুলি ঘোষণা কৰে। চাৰিজন যুৱক যুৱতীৰ অভিযোগৰ শুনানিত উল্লেখ কৰে যে লিভ ইন ৰিলেশ্ব্যনশ্বিপ মানুহৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ বিষয়। এই সম্পৰ্ক কেতিয়াও সমাজ বিৰোধী হ’ব নোৱাৰে। এই ক্ষেত্ৰত মানুহৰ মানসিকতাৰ সাল সলনি হোৱাৰহে প্ৰয়োজন। 

লিভ ইন ৰিলেশ্ব্যনশ্বিপ বৰ্তমান সময়ৰ এক সহজ প্ৰক্ৰিয়া। বিবাহৰ দৰে জটিল প্ৰক্ৰিয়াৰ মাজত সোমাবলৈ নিবিচাৰি মনে মিলা সংগীৰ সৈতে একেলগে জীৱন নিৰ্বাহ কৰিবলৈ আজিৰ যুগৰ নাৰী পুৰুষ আগবাঢ়ি আহিছে। দুয়োজনৰ সন্মতিত মনে মিলা সংগীৰ সৈতে গঢ়ি উঠা সম্পৰ্ক এটাত প্ৰশ্ন উত্থাপিত হোৱাটো যুক্তিসংগত নহয়।

ভাৰতীয় সমাজ ব্যৱস্থাত বিবাহ প্ৰথাক অতি পবিত্ৰ আখ্যা দিয়া হয়। প্ৰজাপতি বিবাহক আজিও শ্ৰেষ্ঠ আখ্যা দিয়া হয়। কেৱল পৰিয়ালৰ ইচ্ছাত মনৰ মিল নথকা নাৰী পুৰুষে বিবাহৰ বান্ধোনত বান্ধ খাই জীৱন অতিবাহিত কৰে। 

বিবাহ প্ৰক্ৰিয়া বৰ জটিল। কেৱল সমাজৰ এলান্ধুকলীয়া চিন্তা ধাৰাৰ বাবেই বহুতো নাৰী পুৰুষে বৈবাহিক সম্পৰ্কত জীয়াতু ভুগি জীৱন কটায়। বিবাহ বিচ্ছেদৰ আজিৰ সময়তো ঋণাত্মক দৃষ্টিৰে চোৱা হয়। 

মনৰ মিল নথকা সম্পৰ্ক এটা এসময়ত বোজালৈ পৰিৱৰ্তিত হয়। মেৰিটেল ৰেপৰ দৰে অপৰাধ ব্যাপক মাত্ৰাত সংঘটিত হয়। তথাপি এই বন্ধনৰ পৰা মুক্ত হোৱা এগৰাকী নাৰী বা পুৰুষৰ বাবে সহজ নহয়।

সেয়ে বহুতো লোকে এনে জটিল প্ৰক্ৰিয়া নিবিচাৰে। লিভ ইন ৰিলেশ্ব্যনশ্বিপত ঘৰুৱা হিংসাৰ দৰে অপৰাধ সংঘটিত হোৱাৰ ভয় কম থাকে। নিজৰ ইচ্ছাত পৰস্পৰৰ সন্মতি মৰ্মে কোনো জটিলতা নোহোৱাকৈ সম্পৰ্ক ত্যাগ কৰিব পাৰে। সেইবাবে আধুনিক সমাজ ব্যৱস্থাত লিভ ইন ৰিলেশ্ব্যনশ্বিপ সদায়েই আদৰণীয়। 

কিন্তু সমাজত এই সম্পৰ্কৰ প্ৰতি ধনাত্মক ধাৰণা এতিয়াও নাই। মনৰ মিল নথকা ঘৰুৱা হিংসাৰে ভৰা বৈবাহিক সম্পৰ্ক এটা আদৰণীয় হ’লেও মনৰ মিলনত গঢ়ি উঠা লিভ ইন ৰিলেশ্ব্যনশ্বিপৰ প্ৰতি ঘৃণাৰ বাদে একো নাই। এই ক্ষেত্ৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এই ৰায়দানে এক আশাৰ বতৰা কঢ়িয়াই আনিছে। ই নতুন সুস্থ সমাজ গঠনত সহায় কৰিব।

 

Previous Post

নেচনেল ডিফেঞ্চ একাডেমী এতিয়া মহিলাৰ বাবে মুকলি , ভাৰতে লাভ কৰিব মহিলা সেনা প্ৰধান

Next Post

শণিবৰীয়া কুইজ

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!
মুখ্য সংবাদ

দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!

June 8, 2023
Next Post
শণিবৰীয়া কুইজ

শণিবৰীয়া কুইজ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7