VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

নেচনেল ডিফেঞ্চ একাডেমী এতিয়া মহিলাৰ বাবে মুকলি , ভাৰতে লাভ কৰিব মহিলা সেনা প্ৰধান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 30, 2021
in মুখ্য সংবাদ
নেচনেল ডিফেঞ্চ একাডেমী এতিয়া মহিলাৰ বাবে মুকলি , ভাৰতে লাভ কৰিব মহিলা সেনা প্ৰধান
0
SHARES
0
VIEWS
Share on FacebookShare on Twitter

দেশবাসীৰ বাবে এটা ভাল খবৰ। ইতিমধ্য চলিত বৰ্ষত মহিলা কেডাৰৰ নামভৰ্তিৰ বাবে প্ৰ পত্ৰ পূৰণ আৰম্ভ হৈছে। কেইবছৰমানৰ ভিতৰতে দেশৰ সামৰিক বাহিনীত মহিলাৰ সংখ্যা বৃদ্ধি পাব।

পুণেত উপস্থিত হৈ ১৪১তম পাছিং আউট পেৰেড অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতীয় সেনা প্ৰধান মনোজ মুকুন্দ নাৰাৱনে ভাৰতীয় সেনা বাহিনীত মহিলাৰ মোতায়েনৰ কথা উল্লেখ কৰে। NDA ত মহিলাৰ অন্তৰ্ভুক্তিয়ে অদূৰ ভৱিষ্যতে ভাৰতত মহিলা সেনা প্ৰধান লাভ কৰাত সহায় কৰিব। 

নেচনেল ডিফেঞ্চ একাডেমীত মহিলাৰ বাবে অলপ পৃথক আন্তঃগাঁঠনিৰে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰিছে। পুৰুষক প্ৰদান কৰা সকলো সামৰিক শিক্ষা মহিলাৰ বাবেও উপলব্ধ হ’ব। কিন্তু শিক্ষণ প্ৰক্ৰিয়া পুৰুষতকৈ কিছু পৃথক হ’ব বুলি সেনা প্ৰধানজনে উল্লেখ কৰে।

ভাৰতীয় সেনা বাহিনীত অতীতৰে পৰা চলি অহা লিংগ বৈষম্য দূৰ কৰিবলৈ কৰা প্ৰচেষ্টা আদৰণীয়। ইতিমধ্যে ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় নৌ সেনাত যুঁজাৰু জাহাজৰ দায়িত্ব মহিলাৰ হাতত অৰ্পণ কৰা হৈছে। চীন ভাৰতীয় সীমান্তত অত্যাধুনিক অস্ত্ৰৰে সৈতে মহিলা সেনা বিষয়া নিয়োগ কৰা হৈছে।

Previous Post

অসমৰ কভিদ পৰিস্থিতি, কামৰূপ মহানগৰৰ দুখন স্কুলক কণ্টেইনমেণ্ট জ’ন ঘোষণা

Next Post

এলাহাবাদ হাই কৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়দান – লিভ ইন ৰিলেশ্ব্যনশ্বিপ ব্যক্তিগত স্বাধীনতাৰ সৈতে জড়িত

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত
মুখ্য সংবাদ

কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত

May 24, 2022
Next Post
এলাহাবাদ হাই কৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়দান – লিভ ইন ৰিলেশ্ব্যনশ্বিপ ব্যক্তিগত স্বাধীনতাৰ সৈতে জড়িত

এলাহাবাদ হাই কৰ্টৰ গুৰুত্বপূৰ্ণ ৰায়দান - লিভ ইন ৰিলেশ্ব্যনশ্বিপ ব্যক্তিগত স্বাধীনতাৰ সৈতে জড়িত

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7