VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মন-মগজুৰ পৰা নেতিবাচক চিন্তা দূৰ কৰিব বিছাৰিছে নেকি! বিজ্ঞানীৰ পৰামর্শ-পিয়ানো শুনক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 7, 2022
in মুখ্য সংবাদ
মন-মগজুৰ পৰা নেতিবাচক চিন্তা দূৰ কৰিব বিছাৰিছে নেকি! বিজ্ঞানীৰ পৰামর্শ-পিয়ানো শুনক
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

সকলোৰে প্ৰিয় সংগীত ৷ মনৰ অৱসাদ দূৰ কৰিবলৈ সংগীত শুনাটো বহু মানুহৰ অভ্যাস ৷  শেহতীয়া  এক গৱেষণাৰ তথ্য অনুসৰি  পিয়ানোৰ দৰে বাদ্যযন্ত্ৰৰ সংগীত হতাশা দূৰ কৰাত বিশেষভাৱে ফলপ্ৰসূ। লণ্ডনৰ বাথ বিশ্ববিদ্যালয়ৰ গৱেষক ক’ৰিন পেট্ৰিনিয়ে কয় যে বাদ্যযন্ত্ৰ শুনা বা বজোৱাটো ভাৱমূর্তি উন্নত কৰাৰ এক অদ্ভুত উপায়। কিন্তু ভাল মানসিক স্বাস্থ্যৰ বাবে বাদ্যযন্ত্ৰৰ সংগীত শুনাতকৈ শিক্ষণ অধিক গুৰুত্বপূৰ্ণ।

বাদ্যযন্ত্ৰৰ সংগীত শিকিবলৈ আঙুলি আৰু মগজু দুয়োটা অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ পিয়ানো শিকিবলৈ। আঙুলিৰ লগত মগজুৰ মিল নাথাকিলে কোনো বাদ্যযন্ত্ৰ শিকিব নোৱাৰি। মগজুত তাল আৰু ছন্দৰ বাবে দুটা সুকীয়া কক্ষ আছে। ইয়াৰ ভিত্তিতে দুহাতেও  কাম কৰে। এই হাত আৰু মগজুৱে যেতিয়া একেলগে কাম কৰিবলৈ আৰম্ভ কৰে, তেতিয়া ইয়াৰ প্ৰভাৱ মগজুৰ নেতিবাচক চিন্তাধাৰাত পৰে। যাৰ পৰিণতিত মগজুৰ ভিতৰত সকলো সময়তে চলি থকা ভাল বেয়াৰ সংঘাতত ইতিবাচক মনোভাৱ জয়ী হয়। ইয়াৰ উপৰিও ‘হেপি হৰম’ন’ চেৰ’টনিনৰ প্ৰভাৱো বৃদ্ধি পায়।

Previous Post

থেস্প’ থিয়েটাৰ ফেষ্টিভেললৈ উত্তৰ পূবৰ প্ৰথমখন নাটক

Next Post

অর্থনীতি টনকিয়াল কৰিবলৈ তৎপৰ বাংলাদেশ, এইবাৰ মেঘনাৰ ওপৰত নির্মাণ কৰিব আন এখন দলং

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
অর্থনীতি টনকিয়াল কৰিবলৈ তৎপৰ বাংলাদেশ, এইবাৰ মেঘনাৰ ওপৰত নির্মাণ কৰিব আন এখন দলং

অর্থনীতি টনকিয়াল কৰিবলৈ তৎপৰ বাংলাদেশ, এইবাৰ মেঘনাৰ ওপৰত নির্মাণ কৰিব আন এখন দলং

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7