VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

থেস্প’ থিয়েটাৰ ফেষ্টিভেললৈ উত্তৰ পূবৰ প্ৰথমখন নাটক

অসমীয়া যুৱতীৰ নাটকে লাভ কৰিছে এই বিশেষ ৰাষ্ট্ৰীয় স্বীকৃতি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 7, 2022
in মুখ্য সংবাদ
থেস্প’ থিয়েটাৰ ফেষ্টিভেললৈ উত্তৰ পূবৰ প্ৰথমখন নাটক
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

নতুন প্ৰজন্মৰ বহু অসমীয়া যুৱক-যুৱতী এতিয়া জিলিকি উঠিছে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত। এইবাৰ অসমৰ নাট্য জগতলৈ এটি সুখবৰ কঢ়িয়াই আনিলে এগৰাকী অসমীয়া যুৱতীয়ে। যি প্ৰতিজন অসমীয়াৰ বাবে এক গৌৰৱৰ খবৰ কাৰণ এইবাৰ হিয়া অনুপম নামৰ এগৰাকী অসমীয়া যুৱতীৰ নাটকে লাভ কৰিছে এক বিশেষ ৰাষ্ট্ৰীয় স্বীকৃতি ।
অসমৰ অনুপ হাজৰিকা আৰু পাকিজা বেগমৰ একমাত্ৰ সন্তান তথা
দিল্লী বিশ্ববিদ্যালয়ৰ লেডী শ্ৰীৰাম কলেজৰ স্নাতকোত্তৰ হিয়া অনুপমৰ নাটক ‘ASMR’ এইবাৰ নিৰ্বাচিত হৈছে থেস্প’ থিয়েটাৰ ফেষ্টিভেললৈ। জনপ্ৰিয় সামাজিক মাধ্যম ফেচবুকৰ যোগেদি এই বিষয়ে সবিশেষ জনালে নিলোৎপল বৰুৱা নামৰ এজন নাট্যপ্ৰেমী ব্যক্তিয়ে ।
উল্লেখযোগ্য যে দেশৰ পঁচিশ বছৰৰ অনুৰ্দ্ধ সম্ভাৱনাময় নাট্যকাৰ-পৰিচালকৰ বাবে সুকীয়াকৈ পতা এই থেস্প’ (THESPO) থিয়েটাৰ ফেষ্টিভেলৰ এইটো প্ৰাক-ৰূপালী জয়ন্তী বৰ্ষ। সমগ্ৰ দেশৰ মুঠ ১১৭খন নাটকৰ ভিতৰত মাত্ৰ ৫খন নাটকহে নিৰ্বাচন কৰা হৈছে এই ৰাষ্ট্ৰীয় নাট উৎসৱৰ বাবে। এই থেস্প’ (THESPO) থিয়েটাৰ ফেষ্টিভেল অনুষ্ঠিত হ’ব মুম্বাইৰ সন্মানীয় পৃথ্বী থিয়েটাৰত।
থেস্প’ থিয়েটাৰ ফেষ্টিভেললৈ নিৰ্বাচিত হোৱা এইখনেই বোধকৰো উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন নাটক।
হিয়া অনুপমৰ‌ এই সাফল্যত আনন্দিত তেওঁৰ পিতৃ-মাতৃৰ লগতে গৌৰৱান্বিত সমগ্ৰ অসমবাসী।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

মন-মগজুৰ পৰা নেতিবাচক চিন্তা দূৰ কৰিব বিছাৰিছে নেকি! বিজ্ঞানীৰ পৰামর্শ-পিয়ানো শুনক

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
মন-মগজুৰ পৰা নেতিবাচক চিন্তা দূৰ কৰিব বিছাৰিছে নেকি! বিজ্ঞানীৰ পৰামর্শ-পিয়ানো শুনক

মন-মগজুৰ পৰা নেতিবাচক চিন্তা দূৰ কৰিব বিছাৰিছে নেকি! বিজ্ঞানীৰ পৰামর্শ-পিয়ানো শুনক

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে  ?

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে ?

June 2, 2023
‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7