VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মণিপুৰ চম্ভালিবলৈ ম্যানমাৰক আবেদন বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 21, 2023
in মুখ্য সংবাদ
মণিপুৰ চম্ভালিবলৈ ম্যানমাৰক আবেদন বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ পৰিস্থিতিয়ে কেন্দ্ৰৰ ওপৰত যথেষ্ট চাপৰ সৃষ্টি কৰিছে। নিজৰ সক্ৰিয়তা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে  বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। শেহতীয়াকৈ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ম্যানমাৰৰ ৰাজ্যিক শান্তি আৰু উন্নয়ন পৰিষদৰ মুৰব্বী থান ছুইৰ সৈতে হোৱা আলোচনাত সীমান্তৰ অশান্তিৰ বিষয়ে আলোচনা কৰে। তেওঁ থান ছুইক কয় যে মণিপুৰৰ পৰিস্থিতি অতি বেয়াৰ দিশে গতি কৰিছে আৰু ম্যানমাৰে যাতে কোনো ব্যৱস্থা গ্ৰহণ নকৰে ৷  বৈদেশিক মন্ত্ৰীৰ ভাষাত “গণতান্ত্ৰিক প্ৰক্ৰিয়ালৈ ঘূৰি অহাৰ বাবে ম্যানমাৰৰ প্ৰচেষ্টাক ভাৰতে সমৰ্থন কৰে। সেই ক্ষেত্ৰত নতুন দিল্লীয়েও শান্তি আৰু নিৰাপত্তা পুনৰুদ্ধাৰৰ দিশটোক গুৰুত্ব দিব বিচাৰিছে। এই সন্দৰ্ভত আমি আমাৰ নীতি আছিয়ানৰ নীতিৰ সৈতে সমন্বয় স্থাপন কৰিম।’

 

সংশ্লিষ্ট মহলৰ মতে মণিপুৰকে ধৰি উত্তৰ-পূব ভাৰতৰ উগ্ৰপন্থীসকলক ম্যানমাৰৰ বিচ্ছিন্নতাবাদীয়ে সহায় কৰিছিল। পিছলৈ অঞ্চলটোত অবিৰত অভিযানৰ ফলস্বৰূপে তেওঁলোকে বহু পিছুৱাই যায়। এটা বৃহৎ অংশও মূলসুঁতিলৈ ঘূৰি আহিছে। কিন্তু যিসকল এতিয়াও আছে তেওঁলোকে পুনৰ গোট খাবলৈ বিচাৰিছে। মণিপুৰত পুনৰ অশান্তিৰ ইন্ধন যোগাই ম্যানমাৰৰ সেনাৰ বিৰুদ্ধে যুঁজিবলৈ মণিপুৰৰ বিচ্ছিন্নতাবাদী বাহিনীৰ সহায় বিচাৰিছে। বিশেষজ্ঞসকলৰ মতে, নগা আৰু কুকিৰ মাজত পূৰ্বে সংঘৰ্ষ হৈছিল। মণিপুৰতো বিয়পি পৰিল। সেই সময়ত কুকি নেচনেল আৰ্মী, কুকি নেচনেল ফ্ৰন্ট, ইউনাইটেড কুকি লিবাৰেচন ফ্ৰণ্টকে ধৰি বিভিন্ন বিচ্ছিন্নতাবাদী সংগঠন গঠন হৈছিল।

 

ম্যানমাৰৰ মাফিয়াৰ সহযোগত মণিপুৰৰ কুকি অঞ্চলত আফিং আৰু গাঞ্জাৰ খেতি বিয়পি পৰিছে। দেশৰ হেৰ’ইন-স্বৰ্গ হৈ পৰিছে মণিপুৰ। সীমান্তৱৰ্তী গাঁৱত দুৱাৰে দুৱাৰে ড্ৰাগছ কাৰখানা। যিমানেই বেছি ড্ৰাগছ সিমানেই বেছি টকা! গাঁওখনৰ ৰাইজে শস্যৰ খেতি বন্ধ কৰি আফিং খেতি কৰিছে। বিশেষজ্ঞসকলৰ মতে ড্ৰাগছ সৰবৰাহকাৰীয়ে সদায় অস্থিৰ ৰাজনৈতিক পৰিস্থিতি আৰু দৰিদ্ৰতাৰ সুযোগ লয়। ম্যানমাৰ-চিটাগং সীমান্তৰ সিপাৰে এতিয়া ড্ৰাগছ উৎপাদন এক সুসংগঠিত উদ্যোগ। মণিপুৰত কুকিসকলক ব্যৱহাৰ কৰি একে ব্যৱসায় বিয়পাইছে। ম্যানমাৰ আৰু মিজোৰামৰ কুকি মণিপুৰত প্ৰৱেশ কৰিছে। আফিং খেতিৰ বাহিৰেও ম্যানমাৰৰ সিটো পাৰে চীনৰ এজেণ্টে উন্নত আগ্নেয়াস্ত্ৰৰে সহায় কৰে।

Previous Post

‘চিটাডেল’ৰ কাম সামৰিয়েই এবছৰৰ বিৰতি ল’ব সামান্থাই, এবছৰৰ বিৰতিত কিমান টকা লোকচানৰ সন্মুখীন হ’ব অভিনেত্ৰীগৰাকী?

Next Post

অভিলেখেৰে মহিলা বিশ্বকাপ ফুটবলৰ আৰম্ভণি ,নিউজিলেণ্ডৰ ঐতিহাসিক জয়

Related Posts

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি
মুখ্য সংবাদ

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই
মুখ্য সংবাদ

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!
মুখ্য সংবাদ

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত
মুখ্য সংবাদ

১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত

October 2, 2023
প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক
মুখ্য সংবাদ

প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক

October 2, 2023
আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !
মুখ্য সংবাদ

আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !

October 2, 2023
Next Post
অভিলেখেৰে মহিলা বিশ্বকাপ ফুটবলৰ আৰম্ভণি ,নিউজিলেণ্ডৰ ঐতিহাসিক জয়

অভিলেখেৰে মহিলা বিশ্বকাপ ফুটবলৰ আৰম্ভণি ,নিউজিলেণ্ডৰ ঐতিহাসিক জয়

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7