VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

দেশৰ বর্তমান পৰিস্থিতিক দূর্ঘটনাৰ দিশে গৈ থকা এখন বিমানৰ সৈতে ৰিজালে এইগৰাকী প্ৰখ্যাত সাহিত্যিকে ! কিয় ক’লে এই কথা ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 5, 2022
in মুখ্য সংবাদ
দেশৰ বর্তমান পৰিস্থিতিক দূর্ঘটনাৰ দিশে গৈ থকা এখন বিমানৰ সৈতে ৰিজালে এইগৰাকী প্ৰখ্যাত সাহিত্যিকে ! কিয় ক’লে এই কথা ?
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

দেশৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ পুনৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বুকাৰ বঁটা বিজয়ী  বিশিষ্ট সাহিত্যিক অৰুন্ধতী ৰয়ে  ৷  বর্তমান দেশৰ অৱস্থাক  বিপৰীত দিশত চলা বিমানৰ সৈতে  তুলনা কৰি তেওঁ কয় যে  ই “দুৰ্ঘটনাৰ দিশে আগবাঢ়িছে।“

বুধবাৰে কাৰাগাৰত বন্দী মানৱ অধিকাৰ কৰ্মী জি এন চাইবাবাৰ নির্বাচিত  কবিতা আৰু পত্ৰৰ সংকলন “হোৱাই ডু ইউ ফিয়েৰ মাই ৱে চ’ মাচ্চ ?” নামৰ কিতাপখন উন্মোচন অনুষ্ঠানত ভাষণ দি ৰয়ে কয় যে সম্পদ আৰু ভূমিৰ পুনৰ বিতৰণৰ বাবে ১৯৬০ ৰ দশকত  বিপ্লৱ আৰম্ভ হোৱাৰ পাছত  দেশৰ নেতাসকলে এতিয়া  “৫ কিলোগ্ৰাম চাউল আৰু ১ কিলোগ্ৰাম নিমখ” বিতৰণ কৰি ভোট ভিক্ষা কৰাৰ লগতে  নিৰ্বাচনত জয় লাভ কৰিছে ৷ এই প্ৰসংগতে তেওঁ কয় “অলপতে, মই মোৰ এজন পাইলট বন্ধুক সুধিছিলো যে আপুনি এখন বিমান পিছলৈ উৰাব পাৰিবনে? তেওঁ  মোৰ কথাত হাঁহিছিল ৷  মই কৈছিলো দেশত ঠিক এইটোৱেই হৈ আছে ৷  দেশৰ বর্তমানৰ নেতাসকলে বিমানখন ওলোটাকৈ উৰুৱাই আছে আৰু সকলো বোৰ  সামগ্ৰী এফালৰ পৰা পৰি গৈছে  ৷  আমি দুৰ্ঘটনাৰ দিশে আগবাঢ়িছো।”

৬২ বছৰীয়া লেখিকাগৰাকীয়ে ভাৰতক “অত্যাধুনিক ন্যায়শাস্ত্ৰ”ৰ দেশ বুলি বৰ্ণনা কৰি কয় যে “জাতি, শ্ৰেণী, লিংগ”ৰ ওপৰত নিৰ্ভৰ কৰি আইনসমূহ বেলেগ বেলেগ ধৰণে প্ৰয়োগ কৰা হয়। ৰয়ে কয় -“আমি আজি ইয়াত কিয় সমাবেত হৈছো ? আমি এজন অধ্যাপকৰ বিষয়ে কথা পাতিবলৈ মিলিত হৈছো, যিগৰাকী ৯০ শতাংশ পক্ষাঘাতগ্ৰস্ত আৰু সাত বছৰ ধৰি কাৰাগাৰত আছে। আমি সেইটোৱেই কৰি আছো। সেয়াই যথেষ্ট। আমি আৰু ক’ব নালাগে। আমি কেনে ধৰণৰ দেশত বাস কৰি আছো সেয়া আপোনাক ক’বলৈ এয়াই যথেষ্ট। এয়া কি লাজৰ বিষয় ৷ “

৯০ শতাংশতকৈও অধিক শাৰীৰিকভাৱে  অক্ষম তথা হুইলচেয়াৰ ব্যৱহাৰ কৰা জি এন চাইবাবাক ২০১৭ চনত মহাৰাষ্ট্ৰৰ গড়চিৰোলী জিলাৰ এখন সত্ৰ আদালতে মাওবাদীৰ সম্পৰ্ক থকা আৰু “দেশৰ বিৰুদ্ধে যুদ্ধ” কৰাৰ অভিযোগত আজীৱন কাৰাদণ্ড বিহিছিল ৷

 

 

Previous Post

সংবাদ মাধ্যম আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী !

Next Post

অমৰনাথ যাত্ৰা ব্যাহত কৰাৰ চেষ্টা, ভাৰতত প্ৰৱেশ কৰিবলৈ পাকিস্তানৰ উগ্ৰবাদীয়ে খন্দা সুৰংগ উদ্ধাৰ

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত
মুখ্য সংবাদ

কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত

May 24, 2022
Next Post
অমৰনাথ যাত্ৰা ব্যাহত কৰাৰ চেষ্টা, ভাৰতত প্ৰৱেশ কৰিবলৈ পাকিস্তানৰ উগ্ৰবাদীয়ে খন্দা সুৰংগ উদ্ধাৰ

অমৰনাথ যাত্ৰা ব্যাহত কৰাৰ চেষ্টা, ভাৰতত প্ৰৱেশ কৰিবলৈ পাকিস্তানৰ উগ্ৰবাদীয়ে খন্দা সুৰংগ উদ্ধাৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7