VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মণ্ডাছ ঘূর্ণীবতাহৰ প্ৰভাৱত হ’ব ধুমুহা-বৰষুণ , ক’ত ক’ত পৰিব প্ৰভাৱ !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 6, 2022
in মুখ্য সংবাদ
মণ্ডাছ ঘূর্ণীবতাহৰ প্ৰভাৱত হ’ব ধুমুহা-বৰষুণ , ক’ত ক’ত পৰিব প্ৰভাৱ !!
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

ঘূৰ্ণীবতাহ ‘মণ্ডাছ’-এ প্ৰভাৱ পেলাব ৰাজ্যৰ কেইবাখনো ৰাজ্যত ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰ অনুসৰি বংগৰ দক্ষিণ-পূব উপসাগৰত লাহে লাহে ঘনীভূত হোৱা নিম্ন চাপ ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে ৷ বতৰ বিজ্ঞান সংস্থাৰ নিৰ্দেশনা অনুসৰি ঘূৰ্ণীবতাহৰ সৃষ্টি হ’লে কোনো এখন দেশে ঘূৰ্ণীবতাহৰ নাম দিয়ে। এইবাৰ সংযুক্ত আৰব আমিৰ শ্বাহীয়ে ইয়াক ‘মণ্ডাছ’ নামেৰে নামাকৰণ কৰিছে ৷ আৰবী ভাষাত ‘মণ্ডাছ’ শব্দৰ অৰ্থ হৈছে ‘গহনা বাকচ’।

বতৰ কাৰ্যালয়ৰ তথ্য অনুসৰি দক্ষিণ-পূব বংগ উপসাগৰৰ ওপৰত গঠন হোৱা গভীৰ নিম্ন চাপ বুধবাৰে ঘূৰ্ণীবতাহলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞানীসকলে কয় যে এই ঘূৰ্ণীবতাহৰ প্ৰভাৱ তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু পুডুচেৰীৰ উপকূলীয় অঞ্চলত অধিক হ’ব।

বতৰ বিজ্ঞোন বিভাগে  ৮ ডিচেম্বৰত ১৩খন জিলাত আৰু ৯ ডিচেম্বৰত ১২খন জিলাত কমলা সতৰ্কতা জাৰি কৰিছিল। প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা থকা জিলাসমূহৰ ভিতৰত চেন্নাই, কাঞ্চিপুৰম, তিৰুভাল্লুৰ আৰু চেংগালপেট অন্যতম।চেন্নাইৰ বতৰ কাৰ্যালয়ৰ উপ-সঞ্চালক প্ৰধান এছ বালাচন্দ্ৰনে কয় যে, “৭ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ তামিলনাডু, পুডুচেৰী আৰু কৰিকালৰ বেছিভাগ অঞ্চলতে বৰষুণৰ সম্ভাৱনা আছে।”

চেন্নাইৰ বতৰ কাৰ্যালয়ৰ উপ-সঞ্চালক প্ৰধান এছ বালাচন্দ্ৰনে কয় যে, “৭ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ তামিলনাডু, পুডুচেৰী আৰু কৰিকালৰ বেছিভাগ অঞ্চলতে বৰষুণৰ সম্ভাৱনা আছে।” সোমবাৰে পুৱা ৫:৩০ বজাত বংগোপসাগৰত নিম্ন চাপ গঠন হোৱাৰ পিছৰে পৰা লাহে লাহে পশ্চিম-উত্তৰ-পশ্চিম দিশলৈ গতি কৰিছে।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি মঙলবাৰে সন্ধিয়াৰ ভিতৰত দক্ষিণ-পূব উপসাগৰৰ ওপৰত এই নিম্নচাপ অধিক গভীৰ হ’ব ৷ ইয়াৰ পিছত ই আৰু উত্তৰ-পশ্চিম দিশলৈ গতি কৰি তীব্ৰ ঘূৰ্ণীবতাহত পৰিণত হ’ব পাৰে আৰু ৮ ডিচেম্বৰৰ সন্ধিয়াৰ ভিতৰত উত্তৰ তামিলনাডু-পুডুচেৰী আৰু ইয়াৰ কাষৰীয়া দক্ষিণ অন্ধ্ৰপ্ৰদেশ উপকূলত আঘাত কৰিব পাৰে।

আগতীয়া ঘূৰ্ণীবতাহৰ প্ৰভাৱৰ বাবে বুধবাৰৰ পৰা কুড্ডালোৰ আৰু মায়লাদুথুৰাই জিলাত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। অহা ৮ ডিচেম্বৰত উত্তৰ তামিলনাডুৰ বিভিন্ন জিলাত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা আছে। তিৰুপট্তুৰ, কৃষ্ণগিৰি, ধৰ্মপুৰী আৰু চেলেম অঞ্চলত অহা ৯ ডিচেম্বৰত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা।বতৰ বিজ্ঞান বিভাগে লগতে কয় যে এই ঘূৰ্ণীবতাহৰ ফলত দক্ষিণ আন্দামান সাগৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহো প্ৰভাৱিত হ’ব। ৭ ডিচেম্বৰতো বৰষুণ হ’ব এই অঞ্চলসমূহত ৷

 

 

Previous Post

বাহুবলী-আৰ আৰ আৰো হৈ পৰিব নগণ্য, বাজেট-চিত্ৰনাট্যৰে নতুন চমক দিবলৈ সাজু এছ এছ ৰাজামৌলি

Next Post

ইণ্ডোনেছিয়াত উদ্গীৰণ মাউণ্ট চেমেৰু আগ্নেয়গিৰি, স্থানীয় লোকক স্থানান্তৰ সুৰক্ষিত ঠাইলৈ

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
ইণ্ডোনেছিয়াত উদ্গীৰণ মাউণ্ট চেমেৰু আগ্নেয়গিৰি, স্থানীয় লোকক স্থানান্তৰ সুৰক্ষিত ঠাইলৈ

ইণ্ডোনেছিয়াত উদ্গীৰণ মাউণ্ট চেমেৰু আগ্নেয়গিৰি, স্থানীয় লোকক স্থানান্তৰ সুৰক্ষিত ঠাইলৈ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7