VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বাহুবলী-আৰ আৰ আৰো হৈ পৰিব নগণ্য, বাজেট-চিত্ৰনাট্যৰে নতুন চমক দিবলৈ সাজু এছ এছ ৰাজামৌলি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 6, 2022
in মনোৰঞ্জন
বাহুবলী-আৰ আৰ আৰো হৈ পৰিব নগণ্য, বাজেট-চিত্ৰনাট্যৰে নতুন চমক দিবলৈ সাজু এছ এছ ৰাজামৌলি
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

এছ এছ ৰাজামৌলি ছবি মানেই সকলোৰে বাবে আকর্ষণ ৷ ইতিমধ্যে বাহুবলী ছিৰিজৰ জৰিয়তে নিজকে প্ৰমাণ কৰি দেখুৱাইছে এছ এছ ৰাজামৌলিয়ে। ৰামচৰণ আৰু জুনিয়ৰ এন টি আৰৰ সৈতে ‘আৰ আৰ আৰ’ৰ দৰে ছবিয়ে ৰাজামৌলিৰ পৰা দৰ্শকৰ আশা বহুগুণে বৃদ্ধি কৰিছে। গতিকে এইবাৰ পৰিচালকে আন এক  ডাঙৰ  চমক দিবলৈ সাজু হৈছে ৷

চর্চা অনুসৰি পৰৱৰ্তী ছবিখনে তেওঁ এতিয়ালৈকে নিৰ্মাণ কৰা সকলো ছবিকে অতিক্ৰম কৰিব। কেবল বাজেটৰ চমকেই নহয়,  চিত্ৰনাট্যও হ’ব পৃথক ৷ কিন্তু আটাইতকৈ উংকণ্ঠাৰ বিষয়টো হৈছে নায়কৰ বাছনি। কোন হ’ব ৰাজামৌলিৰ পৰৱর্তী ছবিৰ নায়ক ৷ চর্চা অনুসৰি মহেশ বাবুক এইবাৰ ৰজামৌলিৰ ছবিৰ পৰ্দাত দেখা পোৱাৰ সম্ভাৱনা আছে ৷

হলিউডৰ এটা ডাঙৰ প্ৰডাকচন হাউছ তেওঁলোকৰ অ’টিটি আৰু ভিএফএক্স ব্যৱস্থাৰ সৈতে ছবিখনৰ সৈতে জড়িত হ’ব। ইয়াৰ বাহিৰেও ৰজামৌলি নিজেই প্ৰযোজক হিচাপে অংশীদাৰ হ’ব বুলি জনা গৈছে । ছবিখনৰ লাভো ভাগ কৰা হ’ব।

অৱশ্যে মহেশ বাবুৱে তেওঁৰ পাৰিশ্ৰমিকৰ পৰিমাণ হ্ৰাস কৰিছে। কিন্তু তেওঁ ছবিখন যিমানেই লাভজনক হ’ব সিমানেই  ধন আদায় ল’ব বুলি দাবী কৰিছে ৷  কিন্তু হলিউডৰ প্ৰডাকচন কোম্পানী জড়িত হ’লে এনে নিয়ম প্ৰযোজ্য হ’ব নে নহয় সেই লৈ সন্দেহৰ সৃষ্টি হৈছে।

শেহতীয়াকৈ পিতৃৰ  মৃত্যুৰ পিছত হতাশ হৈ পৰিছিল মহেশ বাবু। শেহতীয়াকৈ তেওঁৰ পিতৃ ছুপাৰষ্টাৰ কৃষ্ণৰ মৃত্যু তেওঁৰ বাবে এক দাঙৰ আঘাত ৷ ইয়াৰ মাজতে তেওঁ পুনৰ কামলৈ ঘূৰি আহিছে । ইতিমধ্যে ছ’চিয়েল মিডিয়াত তেওঁৰ নতুন ৰূপটো শ্বেয়াৰ কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি এছ এছ ৰাজামৌলিক বিচাৰিছে মাৰ্ভেল কোম্পানীৰ মালিক কেভিন ফেইগে। ‘আৰ আৰ আৰ’ৰ পৰিচালকজনক তেওঁ ছবি নির্মাণৰ প্ৰতিশ্ৰুতি দিছে ৷ দক্ষিণৰ পৰিচালকজনে  কি কৰিব? শেহতীয়াকৈ তেওঁ এই বিষয়েও প্ৰকাশ কৰিছে ৷ এক সাক্ষাৎকাৰত তেওঁ কয়, ‘মই হলিউডৰ পৰা বহুত অফাৰ পাইছো। কিন্তু বৰ্তমান মোৰ মহেশ বাবুৰ লগত কামৰ চুক্তি আছে। তেওঁ এজন ডাঙৰ তেলেগু তাৰকা। প্ৰথমে তেওঁৰ লগত ছবিখন শেষ কৰোঁ, তাৰ পিছত আন কথা।”

Previous Post

দক্ষিণ কোৰিয়াক ৪ গ’লত পৰাস্ত কৰি অসুস্থ পেলেৰ ছবি লৈ ফটোৰ বাবে প’জ দিলে ব্ৰাজিলৰ ফুটবলাৰে, হাস্পতালৰ বিচনাৰ পৰাই পেলেই কিদৰে জনালে শুভেচ্ছা

Next Post

মণ্ডাছ ঘূর্ণীবতাহৰ প্ৰভাৱত হ’ব ধুমুহা-বৰষুণ , ক’ত ক’ত পৰিব প্ৰভাৱ !!

Related Posts

মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি
মনোৰঞ্জন

মহাৰাষ্ট্ৰৰ কলহাপুৰ চহৰত বলীউডৰ জনপ্ৰিয় অভিনতা চনু সুদৰ  ৮৭ হাজাৰ বৰ্গফুটৰ এক বিস্ময়কৰ প্ৰতিকৃতি

January 28, 2023
বহুল ভাৱে চৰ্চিত দক্ষিণাত্যৰ তাৰকা ৰজনীকান্তৰ এটা বক্তব্য
মনোৰঞ্জন

বহুল ভাৱে চৰ্চিত দক্ষিণাত্যৰ তাৰকা ৰজনীকান্তৰ এটা বক্তব্য

January 27, 2023
কোন বাৰু এইগৰাকী বলীউডৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ?
মনোৰঞ্জন

কোন বাৰু এইগৰাকী বলীউডৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী ?

January 26, 2023
‘আৰ আৰ আৰ’ ছবিখনে অস্কাৰ লাভ কৰাটো  সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰৰ বাবে  হ’ব এক সোণালী মুহূৰ্ত
মনোৰঞ্জন

‘আৰ আৰ আৰ’ ছবিখনে অস্কাৰ লাভ কৰাটো সমগ্ৰ ভাৰতীয় চলচ্চিত্ৰৰ বাবে হ’ব এক সোণালী মুহূৰ্ত

January 25, 2023
বিবাহপাশত আবদ্ধ হ’ল আথিয়া আৰু ৰাহুল
মনোৰঞ্জন

বিবাহপাশত আবদ্ধ হ’ল আথিয়া আৰু ৰাহুল

January 24, 2023
মুক্তিলাভ কৰিলে  অক্ষয়-ইমৰাণ অভিনীত ছবি ‘চেলফি’ৰ ট্ৰেইলাৰে
মনোৰঞ্জন

মুক্তিলাভ কৰিলে অক্ষয়-ইমৰাণ অভিনীত ছবি ‘চেলফি’ৰ ট্ৰেইলাৰে

January 23, 2023
Next Post
মণ্ডাছ ঘূর্ণীবতাহৰ প্ৰভাৱত হ’ব ধুমুহা-বৰষুণ , ক’ত ক’ত পৰিব প্ৰভাৱ !!

মণ্ডাছ ঘূর্ণীবতাহৰ প্ৰভাৱত হ’ব ধুমুহা-বৰষুণ , ক’ত ক’ত পৰিব প্ৰভাৱ !!

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7