VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

কাৰ্বি আংলং জিলাৰ লুম্বাজং উন্নয়ন খণ্ডৰ অন্তৰ্গত ধনশিৰি মণ্ডল পৰ্যায় সংগঠনে লাভ কৰিলে “আত্মনিৰ্ভৰ সংগঠন ৰাষ্ট্ৰীয় বঁটা”

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 13, 2022
in মুখ্য সংবাদ
কাৰ্বি আংলং জিলাৰ লুম্বাজং উন্নয়ন খণ্ডৰ অন্তৰ্গত ধনশিৰি মণ্ডল পৰ্যায় সংগঠনে লাভ কৰিলে “আত্মনিৰ্ভৰ সংগঠন ৰাষ্ট্ৰীয় বঁটা”
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে নতুন দিল্লীস্থিত বিজ্ঞান ভৱনত অনুষ্ঠিত এখনি সভাত মাননীয় কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী শ্ৰী গিৰিৰাজ সিং ডাঙৰীয়াই সমগ্ৰ ভাৰতত প্ৰশংসনীয় কামৰ দ্বাৰা জনপ্ৰিয়তা লাভ কৰা ১৩ টা মণ্ডল পৰ্যায় সংগঠনক “আত্মনিৰ্ভৰ সংগঠন ৰাষ্ট্ৰীয় বঁটা” প্ৰদান কৰে। ৰাজ্যৰ কাৰ্বি আংলং জিলাৰ লুম্বাজং উন্নয়ন খণ্ডৰ অন্তৰ্গত ধনশিৰি মণ্ডল পৰ্যায় সংগঠনে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে, দেশৰ মণ্ডল পৰ্যায় সংগঠন সমূহে “আত্মনিৰ্ভৰ সংগঠন ৰাষ্ট্ৰীয় বঁটা” ৰ লগতে ১ লাখ টকাৰ মাননীও লাভ কৰিছে।
এই অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক মিছন সঞ্চালিকা শ্ৰীমতী কৃষ্ণা বৰুৱাৰ লগতে মণ্ডল পৰ্যায় সংগঠনৰ সভাপতি, সম্পাদককে ধৰি জীৱিকা সখী তথা ৰাজ্যিক আৰু খণ্ড বিষয়া সকল উপস্থিত থাকে।

Previous Post

লোক সমাজত প্ৰচলিত ফকৰা -যোজনা

Next Post

২০২৯লৈ কেজৰিৱাল দেশৰ প্ৰধানমন্ত্ৰী

Related Posts

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন  টিভি অভিনেতাৰ হত্যাত জড়িত
মুখ্য সংবাদ

কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন টিভি অভিনেতাৰ হত্যাত জড়িত

May 27, 2022
বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ
মুখ্য সংবাদ

বিশ্বনাথত হাইস্কুল মুকলি মুখ্যমন্ত্ৰীৰ

May 26, 2022
জম্মু-কাশ্মীৰত ‘দেশবিৰোধী শ্ল’গান’
মুখ্য সংবাদ

জম্মু-কাশ্মীৰত ‘দেশবিৰোধী শ্ল’গান’

May 26, 2022
Next Post
২০২৯লৈ কেজৰিৱাল দেশৰ প্ৰধানমন্ত্ৰী

২০২৯লৈ কেজৰিৱাল দেশৰ প্ৰধানমন্ত্ৰী

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 28, 2022
আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7