VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

টি ২০ত ভাৰতৰ সৰ্বাধিক উইকেট দখলৰ অভিলেখ কোনে ৰচিলে জানেনে?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 6, 2021
in মুখ্য সংবাদ, ক্ৰীড়া
টি ২০ত ভাৰতৰ সৰ্বাধিক উইকেট দখলৰ অভিলেখ কোনে ৰচিলে জানেনে?
0
SHARES
2
VIEWS
Share on FacebookShare on Twitter

আই পি এলৰ পাছত বিশ্বজুৰি আৰম্ভ হৈছে টি ২০ বিশ্বকাপৰ আলোড়ন। প্ৰতিখন টুৰ্ণামেন্টৰ দৰে সম্প্ৰতি ডুবাইত চলি থকা টি২০ বিশ্বকাপত কেইবাজনো ক্ৰিকেটাৰে ৰচিছে নতুন অভিলেখ। এই ক্ষেত্ৰত পিছপৰি থকা নাই ভাৰতীয় ক্ৰিকেটাৰসকলো। কালি চুইডেনৰ বিৰূদ্ধে অনুষ্ঠিত মেচত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হল জচপ্ৰীত বুমৰাহে। পুৰুষৰ টি ২০মেচত ভাৰতৰ সৰ্বাধিক উইকেট লাভ কৰা ক্ৰিকেটাৰ হিচাপে স্থান লাভ কৰিছে বেগী বলাৰজনে। বৰ্তমানলৈ টি ২০ মেচত মুঠ ৬৪টা উইকেট দখল কৰি তেওঁ এই অভিলেখ গঢ়িছে। বুমৰাহৰ হৈছে পুৰুষৰ টি ২০ত সর্বাধিক মেইডেন অ’ভাৰ দিয়া ক্ৰিকেটাৰে। মুঠ ৮অ’ভাৰ মেইডেন বলিং কৰি তেওঁ এই অভিলেখ ৰচিছে।

Previous Post

উদ্বেগজনকভাৱে উত্তৰ পূবত বৃদ্ধি পাইছে কেঞ্চাৰ ৰোগীৰ সংখ্যা

Next Post

নতুন উপন্যাস ” জিপি” ৰ ওপৰত কিছু আলোকপাত

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত
মুখ্য সংবাদ

কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত

May 24, 2022
Next Post
নতুন উপন্যাস ” জিপি” ৰ ওপৰত কিছু আলোকপাত

নতুন উপন্যাস " জিপি" ৰ ওপৰত কিছু আলোকপাত

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7