VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ঈশ্বৰ আছেনে ? আইনষ্টাইনে লিখা পত্ৰ হ’ব নিলাম

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 22, 2023
in মুখ্য সংবাদ
ঈশ্বৰ আছেনে ? আইনষ্টাইনে লিখা পত্ৰ হ’ব নিলাম
0
SHARES
28
VIEWS
Share on FacebookShare on Twitter

বিজ্ঞানত ঈশ্বৰৰ ব্যাখ্যা কি? এলবাৰ্ট আইনষ্টাইনে ঈশ্বৰক বিশ্বাস কৰিছিল নেকি? ১৯৫০ চনত ধর্মীয় শিক্ষয়িত্ৰী মাৰ্থা মংকে আইনষ্টাইনলৈ এখন চিঠি লিখিছিল। জানিব বিচাৰিছিল, আধুনিক পদাৰ্থ বিজ্ঞানৰ পিতৃয়ে ঈশ্বৰক বিশ্বাস কৰে নেকি? ঈশ্বৰ বা কোনো পৰম শক্তিয়ে এই জগতখন সৃষ্টি কৰিছিল বুলি তেওঁ ভাবেনে? আইনষ্টাইনে মাৰ্থাক উত্তৰ দিছিল। তেওঁ লিখা চিঠিখন আমেৰিকাৰ স্বাক্ষৰ সংগ্ৰহকাৰী সংস্থা ‘দ্য ৰেব কলেকচন’ই নিলাম কৰিব । ১ লাখ ২৫ হাজাৰ ডলাৰৰ পৰা আৰম্ভ হ’ব এই নিলাম। যিটো ভাৰতীয় মুদ্ৰাত ১.০২ কোটি।

 

আইনষ্টাইনৰ চিঠিখন ইমান দিনে মাৰ্থাৰ উত্তৰাধিকাৰী এজনে সযতনে ৰাখিছিল। মাৰ্থাৰ প্ৰশ্নৰ উত্তৰত আইনষ্টাইনে লিখিছে: ‘যেতিয়ালৈকে শাস্ত্ৰত লিখা কাহিনীবোৰ আক্ষৰিক অৰ্থত লোৱা হ’ব, তেতিয়ালৈকে সাধাৰণ মানুহে কি বিশ্বাস কৰিব সেয়া প্ৰত্যাশিত ।’ তেওঁ লগতে লিখিছিল, ‘যদি আপুনি শাস্ত্ৰৰ প্ৰতীকীভাৱে ব্যাখ্যা কৰে, তেন্তে ঈশ্বৰক মানুহ হিচাপে কল্পনা কৰা হৈছিল নে নাই সেয়া  স্পষ্ট নহয়। মই ভাবো মোটামুটি বৈজ্ঞানিক মনোভাৱৰ ব্যক্তিৰ বাবে বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ আঁৰৰ ধৰ্মীয় ব্যাখ্যা যুক্তিসংগত নহয়। কাৰণ তেওঁ বিজ্ঞানৰ যুক্তি কষ্টেৰে বিচাৰে।”

 

১৯৩৩ চনত জাৰ্মানীত এডলফ হিটলাৰ ক্ষমতালৈ অহাৰ পিছত আইনষ্টাইন আমেৰিকালৈ পলায়ন কৰে। জাৰ্মানী এৰি যোৱাৰ পিছত তেওঁ বেলজিয়ামত প্ৰথম আশ্ৰয় লাভ কৰে। ইয়াৰ পিছত ছয় সপ্তাহ ব্ৰিটেইনত থাকিল। অৱশেষত আমেৰিকালৈ আহিল। আইনষ্টাইন এদশক ধৰি আমেৰিকাৰ নাগৰিক আছিল।

Previous Post

চীনে পৃথিৱীৰ পৃষ্ঠত খান্দিছে ৩২ হাজাৰ ফুট গভীৰ গাঁত! কিয় খান্দিছে গভীৰ গাঁত !!

Next Post

অৰুণাচলত আৰম্ভ কৰি গুজৰাটত অন্ত,পূবৰ পৰা পশ্চিমলৈ পুনৰ ভাৰত জোৰো যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে

Related Posts

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি
মুখ্য সংবাদ

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই
মুখ্য সংবাদ

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!
মুখ্য সংবাদ

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত
মুখ্য সংবাদ

১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত

October 2, 2023
প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক
মুখ্য সংবাদ

প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক

October 2, 2023
আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !
মুখ্য সংবাদ

আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !

October 2, 2023
Next Post
অৰুণাচলত আৰম্ভ কৰি গুজৰাটত অন্ত,পূবৰ পৰা পশ্চিমলৈ পুনৰ ভাৰত জোৰো যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে

অৰুণাচলত আৰম্ভ কৰি গুজৰাটত অন্ত,পূবৰ পৰা পশ্চিমলৈ পুনৰ ভাৰত জোৰো যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7