VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চীনে পৃথিৱীৰ পৃষ্ঠত খান্দিছে ৩২ হাজাৰ ফুট গভীৰ গাঁত! কিয় খান্দিছে গভীৰ গাঁত !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 22, 2023
in মুখ্য সংবাদ
চীনে পৃথিৱীৰ পৃষ্ঠত খান্দিছে  ৩২ হাজাৰ ফুট গভীৰ গাঁত! কিয় খান্দিছে গভীৰ গাঁত !!
0
SHARES
37
VIEWS
Share on FacebookShare on Twitter

চীনত হাজাৰ হাজাৰ ফুট গভীৰ গাঁত খান্দিবলৈ লোৱা পদক্ষেপক লৈ তীব্ৰ জল্পনা-কল্পনা আৰম্ভ হৈছে । প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে, চীনে ইয়াৰ জৰিয়তে কি কৰিব বিচাৰে? উদ্দেশ্য কি? এইবাৰ জি জিনপিঙৰ দেশে ছিচুয়ান প্ৰদেশত ৩২,৮০৮ ফুট উচ্চতাৰ গাঁত খান্দিবলৈ আৰম্ভ কৰিছে। এই দাবী চীনৰ সংবাদ সংস্থা ছিনহুয়াৰ।

 

ইয়াৰ পূৰ্বে যোৱা মে’ মাহত চীনে জিনজিয়াং প্ৰদেশত একে গভীৰ গাঁত খান্দিছিল। তেতিয়াও জল্পনা-কল্পনা আৰম্ভ হৈছিল, কি উদ্দেশ্যত তেওঁলোকে এই কাম কৰিছে? যদিও সেই সময়ত দাবী কৰা হৈছিল, পৃথিৱীৰ অন্তৰ্নিহিত গঠনৰ বিষয়ে জানিবলৈ আৰু ইয়াৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ এই বৃহৎ গভীৰতা কূপ খনন কৰা হৈছে।

 

কিন্তু এইবাৰ ই তথ্যৰ সংকলন নহয়, চীনে চিচুয়ান প্ৰদেশত প্ৰাকৃতিক গেছৰ মজুত বিচাৰি এই গাঁত খান্দিছে ৷ এই তথ্য প্ৰকাশ কৰিছে জিনহুয়াই। চীনৰ দক্ষিণ-পূব প্ৰদেশ ছিচুয়ান প্ৰাকৃতিক সৌন্দৰ্য্য আৰু মছলাৰ বাবে বিখ্যাত। ইয়াৰ উপৰিও প্ৰদেশখনত কেইবাটাও প্ৰাকৃতিক গেছৰ মজুত আছে। সেই গেছৰ সন্ধানত চীনে পুনৰ মাটিত গাঁত খান্দিবলৈ আৰম্ভ কৰিছে।

 

শেহতীয়াকৈ চীন চৰকাৰে সকলো পেট্ৰলিয়াম কোম্পানীক ইন্ধন উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দিবলৈ নিৰ্দেশ দিছিল। জি জিনপিঙৰ দেশত দেশত বিদ্যুৎ আৰু শক্তিৰ নাটনি পূৰণৰ বাবে উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে আগবাঢ়িছে আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত শক্তিৰ মূল্যৰ কথা মনত ৰাখিছে। জিনজিয়াং প্ৰদেশ বিভিন্ন খনিজ পদাৰ্থ আৰু খনিজ তেলেৰে চহকী। সেইবাবেই এই প্ৰদেশখন বাছি লোৱা হৈছিল বুলি ছিনহুয়াই দাবী কৰে।

Previous Post

অভিলেখেৰে মহিলা বিশ্বকাপ ফুটবলৰ আৰম্ভণি ,নিউজিলেণ্ডৰ ঐতিহাসিক জয়

Next Post

ঈশ্বৰ আছেনে ? আইনষ্টাইনে লিখা পত্ৰ হ’ব নিলাম

Related Posts

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি
মুখ্য সংবাদ

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই
মুখ্য সংবাদ

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!
মুখ্য সংবাদ

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত
মুখ্য সংবাদ

১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত

October 2, 2023
প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক
মুখ্য সংবাদ

প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক

October 2, 2023
আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !
মুখ্য সংবাদ

আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !

October 2, 2023
Next Post
ঈশ্বৰ আছেনে ? আইনষ্টাইনে লিখা পত্ৰ হ’ব নিলাম

ঈশ্বৰ আছেনে ? আইনষ্টাইনে লিখা পত্ৰ হ’ব নিলাম

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7