VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ বটদ্ৰৱাত একল বিদ্যালয়ৰ প্ৰাক ফাকুৱা উদযাপন

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
March 6, 2023
in মুখ্য সংবাদ
নগাঁৱৰ বটদ্ৰৱাত একল বিদ্যালয়ৰ প্ৰাক ফাকুৱা উদযাপন
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

অহা মঙলবাৰে ফাল্গু পূৰ্ণিমা । ফাকুৱাৰ প্ৰাক ক্ষণত নগাঁও জিলাৰ বটদ্ৰৱাত সম্প্ৰতি উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে । ফাকুৱাৰ প্ৰাক মুহূৰ্তত ৰবিবাৰে বটদ্ৰৱাত অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ উদ্যোগত তথা একল বিদ্যালয়ৰ সহযোগত প্ৰাক ফাকুৱা (প্ৰাক হোলী) উদযাপন কৰা হয় । অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ উদ্যোগত বটদ্ৰৱাৰ একল বিদ্যালয়ৰ কণ কণ শিশু সকলৰ মাজত প্ৰাক হোলী উদযাপনেৰে এক আনন্দ মুখৰ পৰিবেশৰ সৃষ্টি হয় ।

বটদ্ৰৱাৰ ভেটিয়নী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আয়োজিত অনুষ্ঠানটিৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে মাৰোৱাৰী মহিলা সন্মিলনৰ জ্যেষ্ঠ কাৰ্যকতা মনিতা মিট্টালে । একল বিদ্যালয়ৰ বটদ্ৰৱা শাখাৰ প্ৰমুখ তৃতীষা ভৰালীয়ে আঁত ধৰা অনুষ্ঠানটিত কণকণ শিশু সকলে প্ৰাৰ্থনা,সৰস্বতী বন্দনা,জ্যোতি সংগীত,বিষ্ণু ৰাভা সংগীত,কবিতা আবৃত্তি আদি মনোমোহা অনুষ্ঠান পৰিবেশন কৰে । অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলনৰ নগাঁও শাখাৰ সদস্যা ক্ৰমে শালিনী বগৰীয়া,সংগীতা গোৱেংকা,কুমুদ লোহিয়া,ৰিংকু গিডৰীয়া,অঞ্জু জাজোদীয়া,একল বিদ্যালয়ৰ আচাৰ্যা মমতা শইকীয়া,সংগীতা বৰদলৈকে আদি কৰি একল বিদ্যালয় সমিতিৰ সদস্যসকল উপস্থিতিত আয়োজিত অনুষ্ঠানটিত কণ কণ শিশুসকলক ফাকুৱাৰ ৰঙৰ উপৰি ফিচকাৰী, মিঠাইৰ টোপোলা আদি বিভিন্ন সামগ্ৰী বিতৰণ কৰে ।

Previous Post

৩৩ গৰাকী কলেজ শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ পদক্ষেপ, নথি দাখিলৰ নির্দেশ শিক্ষা বিভাগৰ

Next Post

হায়দৰাবাদত শ্বুটিঙৰ সময়তে আঘাতপ্ৰাপ্ত অমিতাভ বচ্চন আধাতে কাম সামৰি উভতিল মুম্বাইলৈ

Related Posts

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন
মুখ্য সংবাদ

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন
মুখ্য সংবাদ

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত  শ্বাহ
মুখ্য সংবাদ

অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত শ্বাহ

June 10, 2023
লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা
মুখ্য সংবাদ

লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা

June 10, 2023
এতিয়াও শান্ত হোৱা নাই  মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব
মুখ্য সংবাদ

এতিয়াও শান্ত হোৱা নাই মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব

June 10, 2023
শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি
মুখ্য সংবাদ

শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি

June 10, 2023
Next Post
হায়দৰাবাদত শ্বুটিঙৰ সময়তে আঘাতপ্ৰাপ্ত অমিতাভ বচ্চন আধাতে কাম সামৰি উভতিল  মুম্বাইলৈ

হায়দৰাবাদত শ্বুটিঙৰ সময়তে আঘাতপ্ৰাপ্ত অমিতাভ বচ্চন আধাতে কাম সামৰি উভতিল মুম্বাইলৈ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7