VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

এক অনন্য চিন্তাৰে কৰ্মচাৰীক দেৱালী উপলক্ষে উপহাৰ প্ৰদান কৰিলে ছুৰাটৰ এক ব্যৱসায়ীক প্ৰতিষ্ঠানে

৩৫ গৰাকী কৰ্মচাৰীক প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা বৈদ্যুতিক স্কুটাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 6, 2021
in মুখ্য সংবাদ, অৰ্থনীতি, সমাজ
এক অনন্য চিন্তাৰে কৰ্মচাৰীক দেৱালী উপলক্ষে  উপহাৰ প্ৰদান কৰিলে ছুৰাটৰ এক ব্যৱসায়ীক প্ৰতিষ্ঠানে
0
SHARES
3
VIEWS
Share on FacebookShare on Twitter

ছুৰাটৰ এম্ব্ৰয়ডাৰী মেচিনৰ ব্যৱসায় চলাই থকা এক ব্যৱসায়ীক প্ৰতিষ্ঠান  এলায়েন্স গ্ৰুপে তেওঁলোকৰ ৩৫ গৰাকী কৰ্মচাৰীক পোহৰৰ উৎসৱ দেৱালী উপলক্ষে উপহাৰ দিলে বৈদ্যুতিক স্কুটাৰ৷  এক সূত্ৰৰ পৰা জানিব পৰা মতে প্ৰতিষ্ঠানটোৱে উপহাৰ দিয়া  অকিনাৱা প্ৰেইজ প্ৰ’ স্কুটাৰ সমূহৰ প্ৰতি খনৰ মূল্য ৭৬,৮৪৮টকা ৷

এই সন্দৰ্ভত এলায়েঞ্চ গ্ৰুপৰ সঞ্চালক সুভাষ ডাৱাৰে কয় যে, ‘বিগত সময়ছোৱাত ইন্ধনৰ মূল্যবৃদ্ধিৰ লগতে আন বিভিন্ন দিশৰ প্ৰতি লক্ষ ৰাখি আমি কৰ্মচাৰী সকলক বৈদ্যুতিক স্কুটাৰ উপহাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ৷ইন্ধনৰ মূল্যবৃদ্ধিয়ে সংবাদ  মাধ্যমৰ শিৰোনাম দখল কৰাৰ লগতে  ব্যৱসায়িক প্ৰতিষ্ঠান সমূহৰ বাবেও প্ৰত্যাহবান হিচাপে থি্য় দিছে৷ অমাৰ এনে পদক্ষেপে ইন্ধন ৰাহি কৰাৰ লগতে পৰিবেশ সুৰক্ষাতো অৰিহণা যোগাব৷

Previous Post

ৰাষ্ট্ৰীয় জুনিয়’ৰ আৰ্টিষ্টিক জিমনাষ্টিক চেম্পিয়নশ্বিপলৈ অসমৰ দল

Next Post

ভাৰতীয় জনতা পাৰ্টিক পূৰ্বাঞ্চল বিৰোধী আখ্যা দি আম আদমী পাৰ্টিৰ টুইট

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
কিমান  টকা হ্ৰাস পালে  সোণৰ মূল্য?
অৰ্থনীতি

কিমান টকা হ্ৰাস পালে সোণৰ মূল্য?

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন  টিভি অভিনেতাৰ হত্যাত জড়িত
মুখ্য সংবাদ

কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন টিভি অভিনেতাৰ হত্যাত জড়িত

May 27, 2022
Next Post
ভাৰতীয় জনতা পাৰ্টিক পূৰ্বাঞ্চল বিৰোধী  আখ্যা দি  আম আদমী পাৰ্টিৰ টুইট

ভাৰতীয় জনতা পাৰ্টিক পূৰ্বাঞ্চল বিৰোধী আখ্যা দি আম আদমী পাৰ্টিৰ টুইট

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 28, 2022
আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7