VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 29, 2023
in মুখ্য সংবাদ, ক্ৰীড়া
বৃহস্পতিবাৰে চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী ক্ৰিকেটৰ ফাইনেলত এন ডি ২৪ ৰ বিৰুদ্ধে প্ৰতিদিন

Cricket ball resting on a cricket bat on green grass of cricket pitch

0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ ট্ৰফী টি – টুৱেণ্টী ক্ৰিকেটত ফাইনেলত উপনীত হৈছে এন ডি ২৪ আৰু অসমীয়া প্ৰতিদিন গ্ৰুপ । ২৯ মাৰ্চ, বুধবাৰে পুৱা প্ৰথম ছেমি ফাইনেলত এন ডি ২৪ দলে ৭২ ৰাণত পৰাস্ত কৰে প্ৰাগ নিউজক । গুৱাহাটীৰ জজ ফিল্ডত পুৱা মেচখন উদ্ধোধন কৰে গুৱাহাটী মহানগৰৰ উপ পৌৰপতি স্মৃতা ৰয়ে । প্ৰথমে বেট ধৰি এন ডি ২৪ দলে প্ৰাথমিক বিপৰ্যয় নেওচি ৬ টা উইকেট হেৰুৱাই কৰে ১৪৯ ৰাণ । দলৰ দুই অপেনাৰ ৰঞ্জিৎ চাংমায়ে ১ আৰু অমিত গিৰিয়ে ০ ৰাণত আউট হোৱাৰ পাছত বাস্তৱ হাজৰিকাই ২ টা ছিক্সাৰসহ ৪৯, বিকাশ ছেত্ৰীয়ে ২ টা ছিক্সাৰসহ ৪০ আৰু ৰাজ হুছেইনে ২২ ৰাণ কৰে । বলিঙত প্ৰাগৰ অমিত দাসে ৩ টা, অধিনায়ক ভাৰ্গৱ ৰাজ বৈশ্য‌, নিখিল বাছফৰ আৰু ৰাজু ধৰে এটাকৈ উইকেট দখল কৰে । প্ৰত্যুত্তৰত প্ৰাগ নিউজে ১৩.১ অভাৰত ৭৭ ৰাণতে ইনিংছ সামৰে । দলৰ বিনয় বাছফৰে ১৯, অমিত দাসে ১৬ আৰু নিখিল বাছফৰে ১৩ ৰাণ কৰে ।

বলিঙত বিকাশ ছেত্ৰীয়ে ১৯ ৰাণ দি ৪ টা আৰু বাস্তৱে ১১ ৰাণ ব্যয় কৰি ৩ টা উইকেট দখল কৰে । অলৰাউণ্ড প্ৰদৰ্শনৰ বাবে বাস্তৱ হাজৰিকাক মেন অৱ দ্য মেচ ট্ৰফী প্ৰদান কৰা হয় ।

বিয়লি দ্বিতীয় খন মেচত অসমীয়া প্ৰতিদিন গ্ৰুপে ৬ উইকেটত পৰাস্ত কৰে দূৰদৰ্শন, অসম দলক ।
প্ৰথমে বেট ধৰি দূৰদৰ্শন দলে ১৯.৫ অভাৰত সকলো উইকেটৰ বিনিময়ত কৰে ১৫৪ ৰাণ । দলৰ পলাশ কুমাৰ ৰয়ে ৫১, এছ বেনাৰ্জীয়ে ৩১, হেমন্ত তালুকদাৰে ২৮ ৰাণ কৰে । বলিঙত প্ৰতিদিনৰ ৱাছিম আহমেদে ৩ টা, তৌহিদে ২ টা, অবিনাশ ঠাকুৰীয়া, পাৰ্থিৱ হাজৰিকা আৰু বিতোপন কোঁৱৰে এটাকৈ উইকেট লাভ কৰে । প্ৰত্যুত্তৰত অসমীয়া প্ৰতিদিন গ্ৰুপে ১৮.৫ অভাৰত ১৫৭ ৰাণ কৰি খিতাপ যুঁজলৈ অগ্ৰসৰ হয় । দলৰ হৈ তৌহিদ আলী তালুকদাৰে ৫৬ বলত অপৰাজিত ৮০, জগজিৎ সিঙে ১৬ আৰু নয়ন প্ৰতিম কুমাৰে ১১ ৰাণৰ বৰঙণি যোগায় । বলিঙত প্ৰতিপক্ষ দূৰদৰ্শনৰ গৌৰাংগ নন্দন গগৈয়ে ২ টা, অৰূপ ভট্ৰ আৰু অনুজ বাছফৰে এটাকৈ উইকেট লাভ কৰে ।

বেটে বলে উজ্বলি উঠা তৌহিদ আলী তালুকদাৰক মেন অৱ দ্য মেচৰ ট্ৰফী দিয়া হয় । খেলৰ আম্পায়াৰদ্বয় বুলবুল দাস আৰু বাপন দাস । স্ক’ৰাৰ আৰিফ শ‌ইকীয়া ।

৩০ মাৰ্চ, বৃহস্পতিবাৰে ফাইনেল মেচ উদ্ধোধন কৰিব গুৱাহাটী মহানগৰৰ পৌৰপতি মৃগেন শৰণীয়াই । সামৰণি অনুষ্ঠানত অসমৰ ক্ৰীড়া আৰু সাংস্কৃতিক জগতৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ।

Previous Post

‘খাদ্য আৰু পৰম্পৰাৰ সম্পর্ক অংগাংগী’-উদ্যোগ মন্ত্রী বিমল বড়া

Next Post

আঠুৰ বিষত খোজ কাঢ়িব পৰা নাই নেকি ? কেনেকৈ সকাহ পাব জানো আহকচোন

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
আঠুৰ বিষত কষ্ট পাই আছে নেকি ? কি কাৰণত আঠুৰ বিষ হয় জানেনে বাৰু ?

আঠুৰ বিষত খোজ কাঢ়িব পৰা নাই নেকি ? কেনেকৈ সকাহ পাব জানো আহকচোন

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7