VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুনৰ অসমত ১৮ খনকৈ নতুন টোলগেট স্থাপনৰ চৰকাৰী তথ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া কৃষক মুক্তিৰ

নতুন টোলগেটৰ বিৰুদ্ধে গঢ়ি তোলা হ'ব তীব্ৰ প্ৰতিৰোধ : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুত শইকীয়াৰ মন্তব্য

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 7, 2023
in মুখ্য সংবাদ
পুনৰ অসমত ১৮ খনকৈ নতুন টোলগেট স্থাপনৰ চৰকাৰী তথ্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া কৃষক মুক্তিৰ
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ৬ এপ্ৰিল: বিধানসভাত আজি বিধায়ক অখিল গগৈৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত অসমৰ গড়কপ্তানী তথা মুখ্যমন্ত্ৰীয়ে আৰু ১৮ খনকৈ নতুন টোলগেট অসমত স্থাপন কৰাৰ পৰিকল্পানৰ বিষয়ে লিখিত উত্তৰ প্ৰদানৰ পাছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।এই চৰকাৰী জনবিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি । সংগঠনটোৰ সাধাৰন সম্পাদক বিদ্যুৎ শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ব্যাপক মূল্যবৃদ্ধিয়ে অসমৰ জনসাধাৰণক কোঙা কৰি পেলোৱাৰ সময়তে ভূতৰ ওপৰ দানৱ পৰা দি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত জনবিৰোধীয়েই নহয়,অসমবাসীৰ ওপৰত পোনপতীয়া এক আক্ৰমন। ইতিমধ্যে অসমত স্থাপন কৰা ৯ খন টোলগেটৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছো ।

বিশেষকৈ কৃষক মুক্তিৰ বৃহৎ প্ৰতিবাদৰ বাবে চৰকাৰে বন্ধ কৰি ৰাখিবলৈ বাধ্য হোৱা ৰহা আৰু বিজনী টোলগেট দুখন লকডাউন , কা আন্দোলন , অখিল গগৈ গেপ্তাৰৰ সুযোগ লৈ চৰকাৰে পুনৰ খুলি দিলে আৰু সমান্তৰাল ভাৱে নতুনকৈ আৰু ৭খন টোলগেট স্থাপন কৰিলে। এতিয়া সেই মুঠ ৯খন টোলগেটত ব্যাপক টোলটেক্স বৃদ্ধি কৰি অসমৰ ৰাইজৰ ওপৰত কৰৰ সন্ত্ৰাস চলোৱা চৰকাৰে পুনৰ নতুনকৈ আৰু ১৮ খনকৈ টোলগেট স্থাপন কৰিবলৈ ওলোৱা পৰিকল্পনা আমি কেতিয়াও বাস্তৱায়িত হ’বলৈ নিদিওঁ । একেটা পথতে লেথাৰিকৈ ইখন পাছত সিখনকৈ টোলগেটৰ জৰিয়তে যান-বাহনৰ পৰা ব্যাপক কৰ সংগ্ৰহৰ ফলত কেৱল ব্যক্তিগত বাহন ব্যৱহাৰকাৰী লোক সকলেই যে প্ৰভাৱিত হ’ব এনে নহয়; প্ৰতিখন মালবাহী , যাত্ৰীবাহী বাহনৰ পৰা যেতিয়া বৰ্ধিত হাৰত টোল কৰ সংগ্ৰহ কৰিব ,তেতিয়া ব্যৱসায়ী সকলে বস্তুৰ মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হ’ব, যাৰ প্ৰত্যক্ষ প্ৰভাৱ সামগ্ৰী সমূহ ক্ৰয় কৰা সাধাৰণ প্ৰতিগৰাকী জনসাধাৰণৰ ওপৰত পৰিব । ফলত মূল্যবৃদ্ধি দুগুনে বৃদ্ধি হ’ব ।গতিকে অসমৰ সকলো স্তৰৰ জনসাধাৰণক নতুন টোলগেট স্থাপন আৰু টোল কৰ বৃদ্ধিৰ বিৰোদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনাই নেতাগৰাকীয়ে। লগতে অসমৰ পৰা তেল, কয়লা, চূনশীল, চাহপাত ,বিজুলী, পানী লুন্ঠণ কৰা দিল্লীয়ে বিনিময়ত কেইটামান অসম্পূৰ্ণ পথ নিৰ্মান কৰি সেই পথ ব্যৱহাৰকাৰী পৰা অসমবাসীৰ পৰা এনেকৈ টোলগেটৰ জৰিয়তে কৰ সংগ্ৰহ কৰাটো অসমৰ প্ৰতি চূড়ান্ত অন্যায় বুলি তাৎপৰ্যপূৰ্ণ মন্তৱ্য কৰে সম্পাদক গৰাকীয়ে ।

Previous Post

সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো আৰম্ভ হৈছে স্বাস্থ্য সেৱা উৎসৱ

Next Post

কামৰূপ মহানগৰত আৰম্ভ স্বাস্থ্য সেৱা উৎসৱ

Related Posts

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন
মুখ্য সংবাদ

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন
মুখ্য সংবাদ

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত  শ্বাহ
মুখ্য সংবাদ

অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত শ্বাহ

June 10, 2023
লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা
মুখ্য সংবাদ

লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা

June 10, 2023
এতিয়াও শান্ত হোৱা নাই  মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব
মুখ্য সংবাদ

এতিয়াও শান্ত হোৱা নাই মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব

June 10, 2023
শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি
মুখ্য সংবাদ

শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি

June 10, 2023
Next Post
কামৰূপ মহানগৰত আৰম্ভ স্বাস্থ্য সেৱা উৎসৱ

কামৰূপ মহানগৰত আৰম্ভ স্বাস্থ্য সেৱা উৎসৱ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7