VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ব্ৰাজিলত অনুশীলনৰ সময়তে গুহা খহি অগ্নি নিৰ্বাপক বাহিনীৰ ৯ গৰাকী কৰ্মচাৰী নিহত

তিনিজন গুৰুতৰ ভাৱে আহত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 2, 2021
in মুখ্য সংবাদ, সমাজ
ব্ৰাজিলত অনুশীলনৰ সময়তে গুহা খহি অগ্নি নিৰ্বাপক বাহিনীৰ ৯ গৰাকী কৰ্মচাৰী নিহত
0
SHARES
0
VIEWS
Share on FacebookShare on Twitter

ব্ৰাজিলৰ ছাও পাওলো প্ৰদেশৰ এণ্টিনোপলিছৰ এটা গুহাত অনুশীলন কৰি থকাৰ  সময়তে গুহাৰ ওপৰৰ পৰা শিল মাটি খহি পৰাত অগ্নি নিৰ্বাপক বাহিনীৰ ৯জনকৈ কৰ্মচাৰী থিতাতে নিহত হয়৷  ১নৱেম্বৰৰ পুৱাৰ ভাগত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ সময়ত ২৬ গৰাকী কৰ্মচাৰীয়ে অনুশীলন কৰি আছিল ৷ হঠাৎ গুহাৰ ওপৰৰ পৰা শিল মাটি খহি  কৰ্মচাৰী সকলক হেঁচা মাৰি ধৰে ৷৯গৰাকী লোক এই ঘটনাত নিহত হোৱাৰ ওপৰিও বাকী আঘাতপ্ৰাপ্ত  সকলকো প্ৰায় ১২ ঘণ্টাৰ পিছত হে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উদ্ধাৰ হোৱা সকলৰ ভিতৰত তিনিজন কৰ্মচাৰীক হাড় ভগা আৰু হাইপ’থাৰ্মিয়াৰ চিকাৰ হোৱা বাবে ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷

 

Previous Post

NEET পৰীক্ষাৰ ৰিজাল্ট ঘোষণা

Next Post

মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক গ্ৰেপ্তাৰ

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
Next Post
মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক গ্ৰেপ্তাৰ

মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক গ্ৰেপ্তাৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7