VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক গ্ৰেপ্তাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 2, 2021
in মুখ্য সংবাদ, আইন, ৰাজনীতি
মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক গ্ৰেপ্তাৰ
0
SHARES
1
VIEWS
Share on FacebookShare on Twitter

ধনৰ অবৈধ লেনদেনৰ অভিযোগত এনফৰ্চমেণ্ট সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছে মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক।এনফৰ্চমেণ্টৰ কাৰ্যালয়ত ১২  ঘণ্টা সোধাপোচা কৰাৰ অন্তত দেশমুখক গ্ৰেপ্তাৰ কৰে। এনফৰ্চমেণ্টৰ জাননী লাভ কৰা পিছতেই তেওঁৰ বিৰুদ্ধে আৰম্ভ কৰা তদন্ত প্ৰক্ৰিয়া খাৰিজ কৰাৰ প্রাৰ্থনাৰে বোম্বে উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল প্ৰাক্তন গৃহমন্ত্ৰী তথা এন চি পিৰ জ্যেষ্ঠ নেতাজনে। অৱশ্যে তেওঁ উচ্চ ন্যায়ালয়ত কোনো সকাহ লাভ নকৰিলে। যাৰ বাবে এনফৰ্চমেণ্টৰ কাৰ্যালয়ত ১২ ঘণ্টা জেৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰে।আনহাতে এক ভিডিও বাৰ্তাত দেশমুখে তেওঁৰ বিৰুদ্ধে উথাপিত অভিযোগ মিছা বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে মুম্বাইৰ প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়া পৰম বীৰ সিঙে দেশমুখৰ বিৰুদ্ধে অভিযোগ আনিছিল। গৃহমন্ত্ৰী হৈ থকাৰ সময়ত দেশমুখে প্ৰতিমাহে   বেআইনী ভাবে ১০০ কোটি টকা সংগ্ৰহ কৰিবলৈ আৰক্ষীক বাধ্য কৰাইছিল বুলি সিঙে অভিযোগ আনিছিল।  উদ্যোগপতি মুকেশ  আম্বানীৰ বাসগৃহৰ সন্মুখত বিস্ফোৰক উদ্ধাৰ হোৱা তদন্তৰ গাফিলতি কৰা বুলি সিঙক নিজৰ পদবীৰ পৰা আঁতৰাই দিয়াৰ পিছতে দেশমুখৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগক লৈ সমগ্ৰ ৰাজ্য খনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনকি গৃহমন্ত্ৰীৰ পদ ত্যাগ কৰিবলগীয়া হৈছিল দেশমুখে।

Previous Post

ব্ৰাজিলত অনুশীলনৰ সময়তে গুহা খহি অগ্নি নিৰ্বাপক বাহিনীৰ ৯ গৰাকী কৰ্মচাৰী নিহত

Next Post

গুৱাহাটীৰ পৰা লীলাবাৰীলৈ আৰম্ভ হ’ব বিমান সেৱা

Related Posts

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই
মুখ্য সংবাদ

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ
মুখ্য সংবাদ

ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ

May 18, 2022
কন্যা হত্যাৰ গোচৰত অভিযুক্ত  ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত
মুখ্য সংবাদ

কন্যা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত

May 18, 2022
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

ৰাজীৱ গান্ধীৰ হত্যাকাৰীক মুক্তি দিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

May 18, 2022
তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব এজন অসমীয়া
আইন

তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হ’ব এজন অসমীয়া

May 18, 2022
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি
মুখ্য সংবাদ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি

May 18, 2022
Next Post
গুৱাহাটীৰ পৰা লীলাবাৰীলৈ আৰম্ভ হ’ব বিমান সেৱা

গুৱাহাটীৰ পৰা লীলাবাৰীলৈ আৰম্ভ হ'ব বিমান সেৱা

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7