VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জনপ্ৰিয়তা অর্জনৰ চেষ্টাঃ ৮০ লাখ অনুগামী থকা চীনৰ ব্লগাৰে কেমেৰাৰ সন্মুখতে পুৰি খালে বিৰল বগা শ্বার্কৰ মঙহ, আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 2, 2022
in মুখ্য সংবাদ
জনপ্ৰিয়তা অর্জনৰ চেষ্টাঃ  ৮০ লাখ অনুগামী থকা চীনৰ ব্লগাৰে কেমেৰাৰ সন্মুখতে পুৰি খালে বিৰল বগা শ্বার্কৰ মঙহ, আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

কেবল জনপ্ৰিয়তা লাভৰ বাবে চীনৰ এজন বল্গাৰে কৰা কার্যই সকলোৰে চকু কপালত তুলিছে ৷ দর্শকৰ অধিক সঁহাৰি লাভৰ আশাত টিজি নামেৰে পৰিচিত ব্লগাৰ গৰাকীয়ে কেমেৰাৰ সন্মুখতে পুৰি খালে এটা বিৰল বগা শ্বার্কৰ মঙহ ৷ যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আনকি বিৰল শ্বার্কটো ভক্ষণ কৰাৰ অপৰাধত তেওঁৰ বিৰুদ্ধে তদন্তও আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

জুলাই মাহৰ মাজভাগত প্ৰকাশ কৰা এটা ভিডিঅ’ত টিজিয়ে শ্বার্কৰ মঙহৰ ডাঙৰ ডাঙৰ টুকুৰাবোৰ কটাৰ সময়ত  কয় যে ইয়াক কঠিন যেন লাগিব পাৰে, কিন্তু ইয়াৰ মাংস সঁচাকৈয়ে অতি কোমল। আন্তৰ্জাতিক প্ৰকৃতি সংৰক্ষণ সংঘই বগা প্ৰজাতিৰ শ্বার্কক  বিৰল  প্ৰজাতি হিচাপে তালিকাভুক্ত কৰিছে ৷

যোৱা কেইটামান দশকত শ্বাৰ্কৰ সংখ্যা হ্ৰাস পাইছে ৷  চীনত বগা শ্বার্ক  সুৰক্ষিত  প্জাতি হিচাপে তালিকাভুক্ত কৰা হৈছে। অবৈধভাৱে এই শ্বার্ক  ৰাখিলে পাঁচৰ পৰা ১০ বছৰ পর্যন্ত  কাৰাদণ্ড হ’ব পাৰে। অৱশ্যে প্ৰায় ৮০ লাখ অনুগামী থকা টিজিক শাস্তি দিয়া হ’ব নে নহয় সেয়া স্পষ্ট হোৱা নাই।

স্থানীয় সংবাদ মাধ্যমৰ আগত টিজিয়ে কয় যে তেওঁ “আইনী মাধ্যম”ৰ জৰিয়তে শ্বাৰ্কটো লাভ কৰিছিল ৷  কিন্তু স্থানীয় কৃষি ব্যুৰোৱে সোমবাৰে তেওঁৰ দাবী অস্বীকাৰ কৰিছে ৷  আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷  চীনত শুকান বেবী শ্বাৰ্কৰ মাংস মেকুৰীৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় আৰু ইয়াক বহুতো অনলাইন ষ্ট’ৰত কিনিব পাৰি।

 

 

Previous Post

পৃথিৱীত যোগাযোগ প্ৰণালীক প্ৰভাৱিত কৰিব পৰা সৌৰ শিখাৰ বিষয়ে নাছাৰ সতৰ্কবাণী

Next Post

জৱাহিৰীক হত্যাৰ পাছত কোনে ল’ব আল কাইদাৰ দায়িত্ব! চর্চাত এইজন দুধর্ষ সন্ত্ৰাসবাদীজনৰ নাম

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
জৱাহিৰীক হত্যাৰ পাছত কোনে ল’ব আল কাইদাৰ দায়িত্ব! চর্চাত এইজন দুধর্ষ সন্ত্ৰাসবাদীজনৰ নাম

জৱাহিৰীক হত্যাৰ পাছত কোনে ল’ব আল কাইদাৰ দায়িত্ব! চর্চাত এইজন দুধর্ষ সন্ত্ৰাসবাদীজনৰ নাম

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7