VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

দেৱালীত ফটকাৰ নিষেধাজ্ঞা কঠোৰভাৱে পালনৰ নিৰ্দেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে৷

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 29, 2021
in মুখ্য সংবাদ, আইন
দেৱালীত ফটকাৰ নিষেধাজ্ঞা কঠোৰভাৱে পালনৰ নিৰ্দেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে৷
0
SHARES
1
VIEWS
Share on FacebookShare on Twitter

পোহৰৰ উৎসৱ দেৱালীৰ প্ৰাক্ মুহূৰ্তত উচ্চতম ন্যায়ালয়ে ফটকা ফুটোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা কঠোৰ ভাৱে পালন কৰিবলৈ  নিৰ্দেশনা দিছে৷  ন্যায়াধীশ এম আৰ শ্বাহ আৰু ন্যায়াধীশ এ এছ বোপান্নাৰ এখন বিচাৰপীঠে এই নিষেধাজ্ঞা কোনো উৎসৱৰ কাৰণে নহয় বৰঞ্চ ই জীয়াই থকাৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় বুলি উল্লেখ কৰে৷

আদালতে স্পষ্ট কৰি দিয়ে যে সকলোধৰণৰ আতচবাজী,ফটকাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হোৱা নাই  কেৱল নিষিদ্ধ ঘোষিত সামগ্ৰীৰে প্ৰস্তুত কৰা ফটকা আদিৰ ওপৰতহে নিষেধাজ্ঞা জাৰি কৰা হৈছে৷

Previous Post

দেশৰ দহ স্থানত কম্পিটিচন কমিছন অৱ্ ইণ্ডিয়াৰ তদন্তকাৰী বিষয়াৰ সুৰা কোম্পানীত তালাচী

Next Post

কানাড়া ছবিজগতৰ অপ্পু আৰু নাই, শোকত ভাগি পৰিল অনুৰাগী

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা, জামিন দি এসপ্তাহ চৰবত আৰু খোৱাপানী  বিলাবলৈ কাক নির্দেশ দিলে আদালতে !
আইন

সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা, জামিন দি এসপ্তাহ চৰবত আৰু খোৱাপানী বিলাবলৈ কাক নির্দেশ দিলে আদালতে !

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
Next Post
কানাড়া ছবিজগতৰ অপ্পু আৰু নাই, শোকত ভাগি পৰিল অনুৰাগী

কানাড়া ছবিজগতৰ অপ্পু আৰু নাই, শোকত ভাগি পৰিল অনুৰাগী

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7