VOICE 24x7
Wednesday, February 8, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কানাড়া ছবিজগতৰ অপ্পু আৰু নাই, শোকত ভাগি পৰিল অনুৰাগী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 29, 2021
in মুখ্য সংবাদ
কানাড়া ছবিজগতৰ অপ্পু আৰু নাই, শোকত ভাগি পৰিল অনুৰাগী
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

কানাড়া ছবিজগতৰ জনপ্ৰিয় অভিনেতা পুনিত ৰাজকুমাৰ আৰু নাই । অনুৰাগীৰ মাজত অপ্পু হিচাপে জনপ্ৰিয় অভিনেতাগৰাকীৰ আজি বিয়োগ ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল মাত্র 46 বছৰ। হৃদৰোগত আক্ৰান্ত হোৱা অভিনেতাজনক আজি পোৱা প্ৰায় 11.30 বজাত বেংগালুৰুৰ বিক্ৰম হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । লগে লগে বিশেষজ্ঞ চিকিৎসকৰ দলে আই চি ইউত ভৰ্তি কৰি চিকিৎসা আৰম্ভ কৰে।

কিন্তু ভর্তি কৰোৱাৰ সময়তে তেওৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটে। আনহাতে প্ৰিয় অভিনেতা জনৰ অসুস্থতাৰ বাতৰি বিয়পি পৰাৰ লগে লগে হাস্পতালৰ বাহিৰত অসংখ্য অনুৰাগীয়ে ভিৰ কৰে। আনকি বহু অনুৰাগী কান্দোনত ভাগি পৰে। বিয়লি তেওঁৰ মৃত্যুৰ পাছত সমগ্ৰ ৰাজ্যখনতে নিৰাপত্তা বৃদ্ধি কৰা হৈছে। পুনিত ৰাজকুমাৰে 29 খন ছবিত মূল চৰিত্ৰত কৰিছিল।

সৰুৰে পৰা অভিনয়ৰ প্ৰতি আগ্ৰহী পুনিতে শিশু অভিনেতা হিচাপে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তেওঁৰ জনপ্ৰিয় ছবিসমূহৰ অন্যতম হৈছে অপ্পু ,অভি,আকাশ,অজয়,হুদুগাৰু,ৰাজকুমাৰ,মিলন আদি।

Previous Post

দেৱালীত ফটকাৰ নিষেধাজ্ঞা কঠোৰভাৱে পালনৰ নিৰ্দেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে৷

Next Post

পলাশবাৰীৰ অঞ্জলি দাস বৰফাবৃত লাডাখৰ শৃংগত জয় আই অসম নিচান উৰুৱা প্ৰথম গৰাকী অসমীয়া মহিলা

Related Posts

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান
মুখ্য সংবাদ

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ
মুখ্য সংবাদ

জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ

February 7, 2023
নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য
মুখ্য সংবাদ

নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য

February 7, 2023
হিণ্ডেনবার্গৰ প্ৰতিবেদনৰ পাছত সাম্ৰাজ্য খহিলেও ধনী ব্যক্তিৰ তালিকাতে আছে গৌতম আদানি, ৪০০ কোটিৰ ঘৰ, ব্যয়বহুল একাধিক বিলাসী গাড়ী-বিমান-জাহাজকে ধৰি কি কি সম্পত্তিৰ মালিক জানেনে ?

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু
মুখ্য সংবাদ

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু

February 7, 2023
জনপ্ৰিয় খাদ্য নিৰ্মাতা প্ৰতিষ্ঠান কে.এফ.চিৰ নতুন ‘চেলিব্ৰেচন বাকেট’
মুখ্য সংবাদ

গভীৰ ৰাতি আপোনাৰো ভোক লাগে নেকি ? কিয় এনে হয় জানো আহক

February 7, 2023
Next Post
পলাশবাৰীৰ অঞ্জলি দাস বৰফাবৃত লাডাখৰ শৃংগত জয় আই অসম নিচান উৰুৱা প্ৰথম গৰাকী অসমীয়া মহিলা

পলাশবাৰীৰ অঞ্জলি দাস বৰফাবৃত লাডাখৰ শৃংগত জয় আই অসম নিচান উৰুৱা প্ৰথম গৰাকী অসমীয়া মহিলা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ

আপুনি যদি অসমৰ বাসিন্দা, তেনেহ’লে আপোনাৰ বাবে আছে ভাল খবৰ

February 8, 2023
আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

February 8, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

February 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7