VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২৮ অক্টোবৰত একেলগে তিনি কন্যা আৰু দুই পুত্ৰ সন্তান জন্ম দিলে বিহাৰৰ এগৰাকী মাতৃয়ে

বিহাৰৰ ছিৱান জিলাৰ ফুলজাহা খাটুনে চিকিৎসকক স্তম্ভিত কৰি প্ৰসৱ কৰিলে একেলগে পাঁচোটি সন্তান

voicedesk by voicedesk
October 29, 2021
in মুখ্য সংবাদ, জীৱন
২৮ অক্টোবৰত একেলগে  তিনি কন্যা আৰু দুই পুত্ৰ সন্তান  জন্ম দিলে বিহাৰৰ এগৰাকী মাতৃয়ে
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

বিহাৰৰ ছিৱান জিলাৰ  এগৰাকী মহিলা ফুলজাহা খাটুন ৷   বিহাৰৰ ছিৱান নামৰ ঠাইখনৰ সদৰ হাস্পতালত ২৮ অক্টোবৰৰ দিনা ফুলজাহাই ছিজাৰিয়ান পদ্ধতিৰে প্ৰসৱ কৰিলে তিনি কন্যা আৰু দুই পুত্ৰ অৰ্থাৎ পাঁচটি সন্তান৷ পাঁচটি সন্তান একেলগে প্ৰসৱ কৰি ফুলজাহাই আশ্চৰ্য্যচকিত কৰিছে চিকিৎসককে আদি কৰি বিহাৰৰ সৰ্বসাধাৰণ  ৰাইজক৷সম্প্ৰতি পাঁচোটি সন্তান আৰু মাতৃ ফুলজাহা  সুস্থ অৱস্থাত আছে আৰু চিকিৎসক সকলৰ সম্পূৰ্ণ তত্বাৱধানত আছে বুলি জানিব পৰা গৈছে৷

অৱশ্যে একেসময়তে কেইবাটিও সন্তান প্ৰসৱ কৰা এয়ে প্ৰথম নহয় ৷এই বৰ্ষতে জুলাই মাহত  উত্তৰ প্ৰদেশৰ বাৰাংবাকী জিলাত এগৰাকী মহিলাই প্ৰসৱ কৰিছিল চাৰিটিকৈ সন্তান৷কিন্তু বিহাৰৰ ছিৱান জিলাত এই ঘটনা এইবাৰেই প্ৰথম ৷ ফুলজাহা পাঁচটি সন্তান  একেলগে প্ৰসৱ কৰা ছিৱানৰ প্ৰথম গৰাকী মহিলা৷

Previous Post

২০২১ বৰ্ষৰ অৰ্জুন বঁটা ঘোষণা

Next Post

ৰাষ্ট্ৰীয় মহিলা বক্সিঙত যমুনা আৰু অংকুশিতাৰ ব্ৰঞ্জৰ পদক

Related Posts

জীৱন

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025
জীৱন

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025
জীৱন

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
জীৱন

ৰান্ধনী ঘৰ কোনটো দিশত হ’ব লাগে, জানো আহক চোন আজি ৰান্ধনী ঘৰৰ বিষয়ে

January 31, 2025
জীৱন

উৰা জাহাজত ভ্ৰমণ কৰে নেকি? ভ্ৰমণ কৰাৰ আগতে কি খাব নালাগে জানো আহক

January 28, 2025
জীৱন

হঠাতে কাণত পোক বা আন বস্তু সোমাই গ’লে কি কৰিব লাগে জানে নে বাৰু ?

January 21, 2025
Next Post
ৰাষ্ট্ৰীয় মহিলা বক্সিঙত যমুনা আৰু অংকুশিতাৰ ব্ৰঞ্জৰ পদক

ৰাষ্ট্ৰীয় মহিলা বক্সিঙত যমুনা আৰু অংকুশিতাৰ ব্ৰঞ্জৰ পদক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7