VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

আজি ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 2, 2021
in মুখ্য সংবাদ
আজি ৰাজ্যসভাৰ সাংসদ হিচাপে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শপত গ্ৰহণ কৰিব
0
SHARES
3
VIEWS
Share on FacebookShare on Twitter

আজি ষষ্ঠ সংখ্যক ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস পালন কৰা হয়। জয়পুৰত কেন্দ্ৰীয় বাবে উদযাপন কৰা ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱসত আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অংশ গ্ৰহণ কৰি মানৱ জীৱনত আয়ুৰ্বেদৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। 

পৰিপুষ্টিৰ বাবে আয়ুৰ্বেদ এই বৰ্ষৰ অন্যতম লক্ষ্য আৰু উদ্দেশ্য। ঔষধি উদ্ভিদকে ধৰি মূল্যবান সেউজ সম্পদেৰে ভৰা ভাৰতৰ চিকিৎসাৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীলতা ঘূৰাই অনাৰ এক উদ্দেশ্য হৈছে ৰাষ্ট্ৰীয় আয়ুৰ্বেদ দিৱস। 

সতেজ খাদ্য গ্ৰহণৰ দ্বাৰা শৰীৰ, মন আৰু প্ৰবল ইচ্ছাশক্তি কৰি তোলা হৈছে আয়ুৰ্বেদৰ অন্যতম উদ্দেশ্য। জনসাধাৰণক প্ৰাকৃতিক খাদ্য সম্ভাৰৰ প্ৰতি আগ্ৰহী কৰি তুলি নিৰোগী কৰি তোলা আয়ুৰ্বেদ দিৱসৰ অন্যতম লক্ষ্য। 

আয়ুৰ্বেদে সহজ জীৱন যাপনৰ চাৰিটা মূলমন্ত্ৰ আগবঢ়াইছে-

১. সতেজ আৰু গৰম খাদ্য গ্ৰহণ।

২. পুনৰ গৰম কৰি খোৱা খাদ্য বৰ্জন কৰা।

৩. সুখী মনেৰে খাদ্য গ্ৰহণ। 

৪. মনৰ ইচ্ছা নাথাকিলে খাদ্য বৰ্জন।

ইতিমধ্যে ভাৰত চৰকাৰে “আয়ুস ফৰ য়ুথ ” শীৰ্ষক কাৰ্য্যক্ৰম গ্ৰহণ কৰিছে যাৰ জৰিয়তে ভাৰতৰ যুৱ চামক আয়ুৰ্বেদ গুণ বিশিষ্ট খাদ্যৰ প্ৰতি আকৰ্ষিত কৰি নিৰোগী কৰি তোলাৰ লক্ষ্য স্থিৰ কৰিছে।

 

Previous Post

হৰ ঘৰ দস্তক: ঘৰে ঘৰে দিব ক’ভিড ভেকচিন

Next Post

পূৱ গাৰো পাহাৰৰ সুৱাসিত সৌন্দৰ্য্য

Related Posts

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
Next Post
পূৱ গাৰো পাহাৰৰ সুৱাসিত সৌন্দৰ্য্য

পূৱ গাৰো পাহাৰৰ সুৱাসিত সৌন্দৰ্য্য

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7