VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৱাহাটী প্ৰেছ ক্লাবত শণিবাৰে অসম লেখিকা সংস্থাৰ গিৰিবালা চৌধুৰী বঁটা‌ প্ৰদান ও গ্ৰন্থ উন্মোচনী অনুষ্ঠান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 1, 2021
in মুখ্য সংবাদ
গুৱাহাটী প্ৰেছ ক্লাবত শণিবাৰে অসম লেখিকা সংস্থাৰ গিৰিবালা চৌধুৰী বঁটা‌ প্ৰদান ও গ্ৰন্থ উন্মোচনী অনুষ্ঠান
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

৩০অক্টোবৰৰ দিনা দিনৰ এক বজাত গুৱাহাটী প্ৰেছ ক্লাবত অসম লেখিকা সংস্থাৰ অন্তৰ্গত দক্ষিণ গুৱাহাটী‌ শাখাৰ উদ্যোগত গুৱাহাটী‌ বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড° নিৰ্মল কুমাৰ চৌধুৰী দেৱে তেখেতৰ মাতৃ‌ মহিয়সী গিৰিবালা চৌধুৰীৰ নামত ২০০৮চনৰ‌ পৰাই প্ৰদান কৰি অহা গিৰিবালা চৌধুৰী বঁটা‌ ২০২১বৰ্ষত দ্বিতীয় বাৰৰ বাবে প্ৰদান কৰা হয় লগতে দক্ষিণ গুৱাহাটী‌ লেখিকা সংস্থাৰ উদ্যোগত আৰু অসম লেখিকা সংস্থাৰ পূৰ্ণ সহযোগিতাত তিনিখন কৈ গ্ৰন্থ উন্মোচন কৰা হয়।

অনুষ্ঠান টোত বিশিষ্ট লেখিকা তথা অসম লেখিকা সংস্থাৰ আজীৱন সদস্যা বিউটি ভট্টাচাৰ্যক গিৰিবালা চৌধুৰী বঁটা প্ৰদান কৰা হয় । বঁটা প্ৰদান কৰে অসমৰ স্বনামধন্য কবি ,অসম লেখিকা সংস্থাৰ বিশেষ সন্মানীয় সদস্যা মীৰা ঠাকুৰে।

আনহাতে সভাত দক্ষিণ গুৱাহাটী‌ লেখিকা সংস্থাৰ তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। অসম লেখিকা সংস্থাৰ সাংস্কৃতিক সম্পাদিকা তথা দক্ষিণ গুৱাহাটী‌ শাখা লেখিকা সংস্থাৰ উপসভানেত্ৰী জুৰি বৰুৱাৰ প্ৰবন্ধ সংকলন ‘বাৰেৰহণীয়া সংস্কৃতিৰ বাকৰিত’, অসম লেখিকা সংস্থাৰ কাৰ্য্যকৰী সদস্যা তথা দক্ষিণ গুৱাহাটী‌ শাখা‌ লেখিকা সংস্থাৰ সম্পাদিকা পাৰুল‌ বৰুৱাৰ কাব্য সংকলন অৰণ্যৰ ফুল আৰু দক্ষিণ গুৱাহাটী‌ শাখা লেখিকা সংস্থাৰ অণু গল্প সংকলন বাঙ্ময় বৰ্ণৰ দাপোন উন্মোচন কৰা হয়। জুৰি বৰুৱাৰ প্ৰবন্ধ সংকলন বাৰেৰহণীয়া সংস্কৃতিৰ বাকৰিত গ্ৰন্থ উন্মোচন কৰে পদ্মশ্ৰী ড°সূৰ্য্য হাজৰিকাই,অণু গল্প সংকলন বাঙ্ময় বৰ্ণৰ দাপোন উন্মোচন কৰে বিশিষ্ট লেখিকা আৰু অসম লেখিকা সংস্থাৰ সভানেত্ৰী মঞ্জুলা শৰ্মা ভট্টাচাৰ্যই। সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট সাহিত্যিক ড°জয়ন্ত মাধৱ বৰাই পাৰুল বৰুৱাৰ অৰণ্যৰ ফুল নামৰ কাব্য সংকলন খনি উন্মোচন কৰে।

উক্ত অনুষ্ঠানটো বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে অসম লেখিকা সংস্থাৰ নামনি গোটৰ কাৰ্য্যকৰী সভাপতি ও বিশিষ্ট লেখিকা মৃদুলা শৰ্মাই।

দক্ষিণ গুৱাহাটী‌ শাখা‌ লেখিকা সংস্থাৰ সভানেত্ৰী উৎপলা বৰাই মুকলি সভাৰ পৌৰাহিত্য কৰাৰ লগতে বিশিষ্ট অনাতাঁৰ শিল্পী যুগব্ৰতা দত্তই গিৰিবালা চৌধুৰীৰ বিষয়ে বক্তব্য আগবঢ়ায়। বঁটা প্ৰাপক‌ বিউটি ভট্টাচাৰ্যৰ‌ বিষয়ে দুআষাৰ কয় দক্ষিণ গুৱাহাটী‌ শাখা লেখিকা সংস্থাৰ প্ৰতিষ্ঠাপক সভাপতি নয়নতৰা দত্তই। সভাখনত অসম লেখিকা সংস্থাৰ কেইবাগৰাকীও বিষয়ববীয়া, বিশিষ্ট লেখিকা উপস্থিত থকাৰ লগতে অসমৰ কেইবাগৰাকীও স্বনামধন্য ব্যক্তি আৰু অসম লেখিকা সংস্থাৰ সদস্যা সকল‌ উপস্থিত থাকি সভাখনৰ‌ সৌষ্ঠৱ বৃদ্ধি কৰে।

Previous Post

প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰা বিমানত কি কি সুবিধা আছে জানেনে?

Next Post

নিউজিলেণ্ডৰ হাতত ভাৰতৰ শোচনীয় পৰাজয়

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!
মুখ্য সংবাদ

দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!

June 8, 2023
Next Post
নিউজিলেণ্ডৰ হাতত ভাৰতৰ শোচনীয় পৰাজয়

নিউজিলেণ্ডৰ হাতত ভাৰতৰ শোচনীয় পৰাজয়

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7