VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কাজিৰঙাৰ পথত প্ৰকাণ্ড গাঁত,জীয়াতু ভূগিছে উজনি-নামনিৰ যাত্ৰীয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 26, 2023
in মুখ্য সংবাদ
কাজিৰঙাৰ পথত প্ৰকাণ্ড গাঁত,জীয়াতু ভূগিছে উজনি-নামনিৰ যাত্ৰীয়ে
0
SHARES
12
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৫জুলাই:–কাজিৰঙাৰ বিধ্বস্ত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত এতিয়া প্ৰতি ক্ষণতে দুৰ্ঘটনাৰ আশংকা ৷ পথত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত সমূহত বৰষুণৰ পানী জমা হৈ অধিক ভয়ংকৰ হৈ পৰিছে ৰাষ্ট্ৰীয় পথটোৰ যাতায়ত ব্যৱস্থা ।মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থাৱলী গ্ৰহণ কৰিছে যদিও বিষয়া কৰ্মচাৰীৰ অমনোযোগিতাৰ বাবে ইতিমধ্যে দুৰ্ঘটনা পতিত হৈ বহুকেইবাজন আহত হ’বলগীয়া হৈছে । উজনি- নামনিৰ পথ যাতায়তৰ অন্যতম বস্ততা পূৰ্ণ কাজিৰঙাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভূগিব লগীয়া হৈছে বাছ বা ব্যক্তিগত বাহনেৰে যাতায়ত কৰা যাত্ৰীসকলো ৷ অভিযোগ অনুসৰি কাজিৰঙালৈ ভি আই পি বা ভি ভি আই পিৰ আগমণৰ সময়ত জোৰা-টাপলি মাৰি মসৃণ কৰি পেলোৱা হয় পথচোৱা ৷ কিন্তু দুদিন পাৰ নৌহওঁতেই পুনৰ ধৰা দিয়ে পথটোৰ বিধ্বস্ত অৱস্থাই ৷ কিছুদিনৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ কাজিৰঙা ভ্ৰমণৰ পূৰ্বে নিশাটোৰ ভিতৰতে ব্ল’ক ইটাৰ ওপৰত ব্লেক টেপিং কৰি পথছোৱা নতুনকৈ সজাইছিল লোক নিৰ্মাণ বিভাগে ৷
সম্প্ৰতি যমৰ-যন্ত্ৰণাত উজনি-নামনি অভিমুখী বাহনৰ চালকৰ লগতে যাত্ৰী ৷ শেহতীয়াকৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এই পথেৰে অতিক্ৰম কৰোঁতে গোলাঘাট জিলাৰ উপায়ুক্তক পথছোৱা মেৰামতিৰ কথা কৈছিল যদিও গা নলৰে সংশ্লিষ্ট বিভাগৰ ৷ বিশেষকৈ “এনিমেল কৰিড’ৰ” সমূহত অধিক ভয়াবহ হৈছে পৰিস্থিতি । স্পৰ্শকাতৰ “এনিমেল কৰিড’ৰ”ত পাৰ্কিং বন্ধ যদিও ঠায়ে ঠায়ে বিকল হৈ ৰৈছে বাহন ৷ তাৰ পাছতো চৰকাৰে পথটো মেৰামতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুণ্ণ হৈ পৰিছে কাজিৰঙাবাসী । সকলোৰে অভিযোগ যে বিভাগে সকলো দেখিও নেদেখাৰ ভাও ধৰি থকাৰ বাবে দিনক দিনে পথটোৰ অৱস্থা বিপদাপন্ন হৈ পৰিছে ৷ এনেক্ষেত্ৰত স্থানীয় লোকৰ দাবী চৰকাৰে অতি শীঘ্ৰে পথটো মেৰামতিৰ ব্যৱস্থা কৰি সাধাৰণ নাগৰিকৰ নিৰাপত্তা সুনিশ্চিত কৰক ৷

Previous Post

নগাঁৱৰ সোণাইঘাট প্ৰেছ ক্লাৱত সাংবাদিক,সমাজকৰ্মীক সম্বৰ্ধনা

Next Post

বিশ্বকাপৰ গুৰুত্বপূর্ণ কমিটীত দেৱজিৎ শইকীয়া, তিনিস্থানৰ ক্ষেত্ৰ পৰিদর্শন কৰিব বিচিচিআইৰ যুটীয়া সম্পাদক গৰাকীয়ে

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
বিশ্বকাপৰ গুৰুত্বপূর্ণ কমিটীত দেৱজিৎ শইকীয়া, তিনিস্থানৰ ক্ষেত্ৰ পৰিদর্শন কৰিব বিচিচিআইৰ যুটীয়া সম্পাদক গৰাকীয়ে

বিশ্বকাপৰ গুৰুত্বপূর্ণ কমিটীত দেৱজিৎ শইকীয়া, তিনিস্থানৰ ক্ষেত্ৰ পৰিদর্শন কৰিব বিচিচিআইৰ যুটীয়া সম্পাদক গৰাকীয়ে

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7