VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ সোণাইঘাট প্ৰেছ ক্লাৱত সাংবাদিক,সমাজকৰ্মীক সম্বৰ্ধনা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 26, 2023
in মুখ্য সংবাদ
নগাঁৱৰ সোণাইঘাট প্ৰেছ ক্লাৱত সাংবাদিক,সমাজকৰ্মীক সম্বৰ্ধনা
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৫জুলাই:–নগাওঁ জিলাৰ সোণাই পৰীয়া সাংবাদিকৰ উমৈহতীয়া মঞ্চ সোণাইঘাট প্ৰেছ ক্লাৱৰ উদ্যোগত মংগলবাৰে বিয়লি নগাঁৱৰ সাংবাদিক আৰু সমাজকৰ্মীক সম্বৰ্ধনা জনোৱা হয় । সোণাইঘাট প্ৰেছ ক্লাৱৰ উদ্যোগত চলি থকা বাণিজ্য মেলা উপলক্ষে বিয়লি প্ৰেছ ক্লাৱৰ সভাপতি তথা সাংবাদিক বাহাৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সাংবাদিক সম্বৰ্ধনা অনুষ্ঠানটিত জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা,নগাওঁ প্ৰেছ ক্লাৱৰ উপ সভাপতি চফিকুৰ ৰহমান, সাংবাদিক-কবি অজয় মাহাতুক ফুলাম গামোচা,সৰুদৈয়া জাপি,কলম আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱা হয় । সোণাইঘাট প্ৰেছ ক্লাৱৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মুস্তাফা কামালে আঁত ধৰা আৰু সামগ্ৰিকভাৱে পৰিচালনা কৰা অনুষ্ঠানত সমাজকর্মী-গাঁওপ্ৰধান দিপু দাস,পাৰ্থপ্ৰতিম হাজৰিকা আৰু আমিৰ হুছেইনকো সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰি সাংবাদিক দেৱজিৎ হাজৰিকাই কয় যে শংকৰ-আজানৰ পৰম্পৰাই সমৃদ্ধ সোণাইপৰীয়া ৰাইজে তাহানিৰ দৰে আজিও এক ঐক্যৰে বান্ধ খাই আছে, ভৱিষ্যতও থাকিব । এইয়া নগাঁৱৰ গৌৰৱ তথা সমন্বয়ৰ বাৰ্তা । সভাত সাংবাদিক চফিকুৰ ৰহমান,অজয় মাহাতুয়ে সাৱলীল ভাষণ প্ৰদান কৰা অনুষ্ঠানত শিশু শিল্পী অনুষ্কা দাস আৰু ৰিম্পী দাসৰ নৃত্যই জীপাল কৰি তোলে ।

Previous Post

প্ৰবীণ পাঞ্জাবী গায়ক সুৰিন্দৰ ছিন্দাৰ মৃত্যু, সাংস্কৃতিক মহলত শোকৰ ছাঁ

Next Post

কাজিৰঙাৰ পথত প্ৰকাণ্ড গাঁত,জীয়াতু ভূগিছে উজনি-নামনিৰ যাত্ৰীয়ে

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
কাজিৰঙাৰ পথত প্ৰকাণ্ড গাঁত,জীয়াতু ভূগিছে উজনি-নামনিৰ যাত্ৰীয়ে

কাজিৰঙাৰ পথত প্ৰকাণ্ড গাঁত,জীয়াতু ভূগিছে উজনি-নামনিৰ যাত্ৰীয়ে

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7