VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পশ্চিমবংগৰ ধৃত মন্ত্ৰীৰ ঘনিষ্ঠ অর্পিতাই ক’ত লুকুৱাই ৰাখিছে চাৰিখন টকা ভর্ত্তি বিলাসী বাহন ? আৰম্ভ ই ডিৰ অভিযান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 29, 2022
in মুখ্য সংবাদ
পশ্চিমবংগৰ ধৃত মন্ত্ৰীৰ ঘনিষ্ঠ অর্পিতাই ক’ত লুকুৱাই ৰাখিছে চাৰিখন টকা ভর্ত্তি বিলাসী বাহন ? আৰম্ভ  ই ডিৰ অভিযান
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

শিক্ষক নিযুক্তি কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন মন্ত্ৰী পার্থ চেটার্জীৰ সহযোগী অর্পিতা মুখার্জীৰ দুটা ফ্লেটত ৫০ কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ই ডিয়ে ৷ দুয়োজনকে গ্ৰেপ্তাৰ কৰাৰ পাছত ই ডিয়ে অব্যাহত ৰাখিছে অভিযান ৷ সম্প্ৰতি ই ডিয়ে সন্ধান কৰি আছে অর্পিতাৰ চাৰিখন বিশেষ গাড়ীৰ ৷ ই ডিৰ সূত্ৰই সদৰী কৰা অনুসৰি অর্পিআতৰ চাৰিওখন গাড়ীতে ৰখা হৈছে বৃহৎ পৰিমাণৰ ধন ৷  সূত্ৰই জনোৱা মতে, গাড়ীকেইখন হৈছে  এখন অ’ডি এ৪, এখন হোণ্ডা চিটি, এখন হোণ্ডা চিআৰভি, আৰু এখন মাৰ্চিডিজ বেঞ্জ ৷ অভিযানৰ সময়ত ইডিয়ে অর্পিতাৰ এটা ফ্লেটত “পি” লিখা এটা হীৰাৰ আঙঠিও উদ্ধাৰ কৰে বুলি সূত্ৰই জনায়।

অর্পিতাক গ্ৰেপ্তাৰ কৰাৰ সময়ত ইডিয়ে মাত্ৰ এখন বগা ৰঙৰ মাৰ্চিডিজ গাড়ী জব্দ কৰে। তদন্তকাৰী সংস্থাটোৱে চিচিটিভিৰ ফুটেজ স্কেন কৰি একাধিক অভিযান চলাই বাহনসমূহৰ সন্ধান অব্যাহত ৰাখিছে ৷ ৩০ বছৰীয়া মডেল,  অৰ্পিতা মুখাৰ্জীৰ কেইবাটাও ফ্লেটৰ সন্ধান লাভ কৰিছে ই ডিয়ে ৷ ই ডিৰ বিষয়াসকলৰ মতে, কলকাতাৰ বেলঘৰিয়া অঞ্চলৰ ক্লাবটাউন হাইটছত মুখাৰ্জীৰ দুটা ফ্লেট আছে। বৃহস্পতিবাৰে পুৱা ইয়াৰে এটা ফ্লেটত চলোৱা অভিযানত ইডিয়ে প্ৰায় ৩০ কোটি নগদ ধন আৰু পাঁচ কিলোগ্ৰাম সোণৰ অলংকাৰ জব্দ কৰে। দ্বিতীয়টো ফ্লেটৰ পৰা কোনোধৰণৰ সামগ্ৰী  লাভ কৰা হোৱা নাই বুলিও জানিবলৈ দিয়ে সংস্থাটোৰ বিষয়াসকলে।শুকুৰবাৰে কলকাতাৰ টলিগংগেৰ ডাইমণ্ড চিটি কণ্ডোত মুখাৰ্জীৰ মালিকানাধীন আন এটা ফ্লেটৰ পৰা তদন্ত সংস্থাটোৰ বিষয়াসকলে ২১ কোটি টকা নগদ ধন, ২ কোটি মূল্যৰ সোণৰ অলংকাৰ আৰু বিপুল পৰিমাণৰ বৈদেশিক মুদ্ৰা উদ্ধাৰ কৰিছিল।

 

 

Previous Post

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ ত অন্তভুর্ক্ত সঞ্জু চেমছন, আৰু কোন কোন থাকিব দলত !!

Next Post

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে সাক্ষাৎ কৰিলে দ্ৰৌপদী মুর্মুক

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে সাক্ষাৎ কৰিলে দ্ৰৌপদী মুর্মুক

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিলে সাক্ষাৎ কৰিলে দ্ৰৌপদী মুর্মুক

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7