VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দেশৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, উন্নীতকৰণ কৰা হ’ব ১২০০ ৰো অধিক ৰে’ল ষ্টেচন; তালিকাত অন্তৰ্ভুক্ত আছে অসমৰ ৪৯ টা ষ্টেচনৰ নাম, কিন্তু কোনকেইটা

দেশৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, উন্নীতকৰণ কৰা হ’ব ১২০০ ৰো অধিক ৰে’ল ষ্টেচন; তালিকাত অন্তৰ্ভুক্ত আছে অসমৰ ৪৯ টা ষ্টেচনৰ নাম, কিন্তু কোনকেইটা

voicedesk by voicedesk
February 11, 2023
in মুখ্য সংবাদ
দেশৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, উন্নীতকৰণ কৰা হ’ব ১২০০ ৰো অধিক ৰে’ল ষ্টেচন; তালিকাত অন্তৰ্ভুক্ত আছে অসমৰ ৪৯ টা ষ্টেচনৰ নাম, কিন্তু কোনকেইটা

Trains are seen parked at Guwahati Railway Station, during nationwide lockdown, as a preventive measure against the COVID-19 coronavirus, in Guwahati, Assam, India on 2 April, 2020. (Photo by David Talukdar/NurPhoto via Getty Images)

0
SHARES
88
VIEWS
Share on FacebookShare on Twitter

কিয়নো এই ১২৭৫ টা ৰে’ল ষ্টেচনৰ ভিতৰত অসমৰ ৪৯ টা ষ্টেচনে স্থান লাভ কৰিছে । এই সন্দৰ্ভত ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই আজি সামাজিক মাধ্যমত এটা পোষ্ট দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ।

উল্লেখ্য যে অসমৰ যি কেইটা ৰে’ল ষ্টেচন উন্নীত কৰা হ’ব সেই কেইটাৰ ভিতৰত আছে আমগুৰি , অৰুণাচল, চাপৰমুখ, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিফু, দুলীয়াজান, ফকৰিগ্ৰাম জংচন, গৌৰীপুৰ, গহপুৰ, গোলাঘাট, গোঁসাইগাও হাত, হয়বৰগাওঁ, হাৰমতি, হোজাই, জাগীৰোড, যোৰহাট, কামাখ্যা, কোকৰাঝাৰ, লংকা, লিডু, লামডিং, মাজবাট, মাকুম জংচন, মাৰ্ঘেৰিটা, মৰিয়নী, মুৰকেংচেলেক, নাহৰকটীয়া, নলবাৰী, নামৰূপ, নাৰেংগী, নিউ বঙাইগাওঁ, নিউ হাফলং, নিউ কৰিমগঞ্জ, নিউ তিনিচুকীয়া, উত্তৰ লখিমপুৰ, পাঠশালা, ৰঙাপাৰা উত্তৰ, ৰঙিয়া জংচন, সৰুপথাৰ, শিৱসাগৰ টাউন, চিলাপথাৰ, শিলচৰ, শিমলুগুৰি, টংলা, তিনীচুকীয়া, ওদালগুৰি আৰু বিশ্বনাথ চাৰিআলি ৷

এই সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাই ফেচবুকত লিখিছে এইদৰে- “অমৃত ভাৰত ষ্টেচন” আচঁনিৰ অধীনত আধুনিকীকৰণ কৰিবলগীয়া দেশৰ ১২৭৫ টা ৰে’ল ষ্টেচনৰ তালিকাত অসমৰ ৪৯ টা ষ্টেচনৰ অন্তৰ্ভুক্তিৰ বাবে শ্ৰীযুত নৰেন্দ্ৰ মোদীদেৱ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জনালোঁ ।

বিগত বৰ্ষত উত্তৰ-পূবৰ সাংসদসকল আৰু ৰে’ল বিভাগৰ শীৰ্ষ বিষয়াবৰ্গৰ মাজত হোৱা আলোচনাত কৈছিলোঁ যে অধিক যাত্ৰী সমাগম হোৱা ব্যস্ত ৰে’ল ষ্টেচনসমূহৰ আধুনিকীকৰণৰ নিশ্চিতভৱে প্ৰয়োজনীয়তা আছে । কিন্তু যিহেতু অসমত প্ৰথম ট্ৰেইন চলিছিল ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটা হৈ লিডু পৰ্যন্ত, সেয়েহে এই ঐতিহ্যমণ্ডিত ষ্টেচন কেইটাকো সামৰি লোৱাটো এক কৰ্তব্য ।

ইয়াৰোপৰি তেওঁ এখন তালিকা আপলোড কৰি একেটা পোষ্টতে লিখিছে, মোৰ কথাৰ প্ৰভাৱ পৰিছিল নে নাই নাজানো, কিন্তু সতীৰ্থ সাংসদৰ প্ৰশ্নোত্তৰত প্ৰদত্ত তালিকাত আমাৰ অসমৰ সকলোবোৰ নামৰ লগতে ঘৰৰ মাৰ্ঘেৰিটা, মাকুম আৰু লিডুৰ নামকেইটাও দেখি বৰ সুখ অনুভৱ কৰিছোঁ ।

Previous Post

তিনিদিন ধৰি প্ৰস্ৰাৱ খাই জীৱন ৰক্ষা , ভূমিকম্পত তুৰস্ক আৰু ছিৰিয়াত ২৪ হাজাৰ লোকৰ মৃত্যু

Next Post

মহানগৰীত নিশা ভয়ংকৰ ঘটনা, ইঞ্জিন নোহোৱাকৈ ৪ কিলোমিটাৰ চলিল এখন ৰে’ল, কিন্তু কেনেকৈ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
মহানগৰীত নিশা ভয়ংকৰ ঘটনা, ইঞ্জিন নোহোৱাকৈ ৪ কিলোমিটাৰ চলিল এখন ৰে’ল, কিন্তু কেনেকৈ?

মহানগৰীত নিশা ভয়ংকৰ ঘটনা, ইঞ্জিন নোহোৱাকৈ ৪ কিলোমিটাৰ চলিল এখন ৰে’ল, কিন্তু কেনেকৈ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7