VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰথমবাৰৰ বাবে নৌসেনাত যোগদান ৩৪১ গৰাকী মহিলা নাৱিক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 3, 2022
in মুখ্য সংবাদ
প্ৰথমবাৰৰ বাবে নৌসেনাত যোগদান ৩৪১ গৰাকী মহিলা নাৱিক
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

প্ৰথমবাৰৰ বাবে ভাৰতীয় নৌসেনাই অগ্নিবীৰ আঁচনিৰ অধীনত ৩৪১ গৰাকী মহিলা নাৱিকক নিযুক্তি প্ৰদান কৰিছে ৷ ভাৰতীয় নৌসেনাই ২০৪৭ চনৰ ভিতৰত চৰকাৰক ‘আত্মনিৰ্ভৰ’ (আত্মনিৰ্ভৰশীল) কৰি তুলিব বুলি আশ্বাস দিছে ৷  আজি নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰে এই কথা প্ৰকাশ কৰে।

নৌসেনা দিৱসৰ পূর্বে সংবাদমেল সম্বোধন কৰি তেওঁ লগতে কয় যে ভাৰত মহাসাগৰীয় অঞ্চলত চীনৰ বিভিন্ন সামৰিক আৰু গৱেষণা জাহাজৰ গতিবিধিৰ ওপৰত নৌসেনাই দৃষ্টি ৰাখিছে ৷ তেওঁ কয় যে ভাৰতীয় নৌসেনাই যোৱা এবছৰত নিজকে যথেষ্ট শক্তিশালী কৰিছে ৷

নৌসেনাৰ মুৰব্বীগৰাকীয়ে কয়, “চৰকাৰে আত্মনিৰ্ভৰ ভাৰত সন্দৰ্ভত আমাক স্পষ্ট নিৰ্দেশনা দিছে। আমি আশ্বাস দিছো যে ২০৪৭ চনৰ ভিতৰত ভাৰতীয় নৌসেনা আত্মনিৰ্ভৰ হ’ব।”

এডমিৰেল হৰি কুমাৰে লগতে কয় যে যোৱা এবছৰত নৌসেনাই যথেষ্ট সফলতা অর্জন কৰিছে ৷ বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তৰ আৰম্ভণি ভাৰতৰ বাবে এক উল্লেখযোগ্য ঘটনা বুলিও তেওঁ কয়।

নৌসেনাৰ মুৰব্বীগৰাকীয়ে কয় যে নৌসেনাৰ লক্ষ্য দেশৰ বাবে মেড-ইন-ইণ্ডিয়া নিৰাপত্তা সমাধান প্ৰস্তুত কৰা ৷ নৌসেনাত যোগদান কৰিছে প্ৰায় ৩ হাজাৰ অগ্নিবীৰ ৷ ইয়াৰে ৩৪১ গৰাকী মহিলা। প্ৰথমবাৰৰ বাবে আমি মহিলা নাৱিকক নিযুক্তি দিছো বুলিও কয় এডমিৰেল কুমাৰে।

 

Previous Post

এইবাৰ বিশ্বকাপত অনুৰাগীয়ে নেদেখিবও পাৰে নেইমাৰৰ দুভৰিৰ ছন্দ, এতিয়াও সুস্থ হোৱা নাই আঘাত

Next Post

দেওবাৰে ১৯০ বছৰীয়া জনাথনৰ জন্মদিন

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
দেওবাৰে ১৯০ বছৰীয়া  জনাথনৰ জন্মদিন

দেওবাৰে ১৯০ বছৰীয়া জনাথনৰ জন্মদিন

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7