VOICE 24x7
Sunday, October 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চীনৰ হেকাৰৰ দৃষ্টি ভাৰতৰ কম্পিউটাৰ, বাৰে বাৰে চাইবাৰ আক্ৰমণৰ চেষ্টা, কর্মচাৰীক সাৱধান হ’বলৈ চৰকাৰৰ সকীয়নি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 13, 2022
in মুখ্য সংবাদ
চীনৰ হেকাৰৰ দৃষ্টি  ভাৰতৰ কম্পিউটাৰ, বাৰে বাৰে  চাইবাৰ আক্ৰমণৰ চেষ্টা, কর্মচাৰীক সাৱধান হ’বলৈ চৰকাৰৰ সকীয়নি
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

চীনে বাৰে বাৰে ভাৰতক চাইবাৰ আক্ৰমণৰ চেষ্টা চলাইছে। ইতিমধ্যে তেওঁলোকৰ কেইবাটাও পদক্ষেপ ব্যাহত হৈছে। কেন্দ্ৰীয় মন্ত্ৰালয়ত কৰ্মৰত লোকসকলক চৰকাৰে চীনৰ হেকাৰৰ পৰা সতর্ক হ’বলৈ সতর্ক কৰি দিছে ৷

কেন্দ্ৰীয় মন্ত্ৰালয়ৰ কৰ্মচাৰী আৰু ৰাজহুৱা খণ্ডৰ ইউনিট (পিএছইউ)ৰ সকলো কৰ্মচাৰীক এটা মানক পৰিচালনা প্ৰট’কল মানি চলিবলৈ কোৱা হৈছে। তাৰ লগতে কিছুমান সাধাৰণ নিয়ম বাধ্যতামূলকভাৱে মানি চলিব লাগিব ৷ যেনে, কামৰ পিছত কম্পিউটাৰ বন্ধ কৰা, কামৰ পিছত জিমেইলৰ পৰা লগ আউট কৰা বা যিকোনো গুৰুত্বপূৰ্ণ একাউণ্টৰ পাছৱৰ্ড সঘনাই সলনি কৰা। এই নিয়ম পালন নকৰিলে কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে ।

কিছুদিন পূৰ্বে দিল্লীৰ এইমছত এক বৃহৎ চাইবাৰ আক্ৰমণ সংঘটিত হৈছিল। তদন্তৰ অন্তত পোহৰলৈ আহিছিল যে কর্মচাৰীসকলৰ এজনে কাম কৰাৰ সময়ত এই সাধাৰণ নিয়মসমূহ পালন নকৰাৰ বাবেই ইমান ডাঙৰ বিপদৰ সৃষ্টি হৈছিল। বহু সময়ত কর্মচাৰীয়ে কামৰ পিছত কম্পিউটাৰ বন্ধ কৰি ঘৰলৈ যায়, কিন্তু হোৱাটছএপ বা জিমেইল একাউণ্টৰ পৰা লগ আউট নকৰে। আনকি কিছুমানে কামৰ পিছত কম্পিউটাৰ বন্ধ কৰিবলৈও পাহৰি যায়। এইমছৰ ক্ষেত্ৰতো েকেই ব্যৱস্থা চলি আহিছিল ৷ এনে দুৰ্যোগ যাতে ভৱিষ্যতে পুনৰ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব বিচাৰিছে চৰকাৰে।

কেৱল এইমছেই নহয়, বেংকৰ পৰা আৰম্ভ কৰি বিদ্যুৎ বিভাগলৈকে বিভিন্ন স্থানত শেহতীয়াকৈ চাইবাৰ আক্ৰমণৰ চেষ্টা চলোৱা হৈছে। কিন্তু সকলো ক্ষেত্ৰতে দেশৰ চাইবাৰ বিশেষজ্ঞই অপৰাধীৰ পৰিকল্পনা বিফল কৰিবলৈ সক্ষম হৈছে। চাইবাৰ বিশেষজ্ঞসকলে কয় যে এই আক্ৰমণৰ অধিকাংশই চীনৰ পৰাই উদ্ভৱ হৈছে। চীনৰ হেকাৰে চাইবাৰস্পেচৰ জৰিয়তে ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ বাৰে বাৰে চেষ্টা চলাইছে। চেষ্টা অব্যাহত ৰাখিছে।

ইয়াৰ ভিতৰত চৰকাৰী কৰ্মচাৰীৰ বাবে মানক অপাৰেটিং প্ৰট’কল বা নিয়ম নির্ধাৰণ কৰা হৈছে । ইতিমধ্যে কর্মচাৰীৰ বাবে প্ৰায় দুডজন নিয়ম নিৰ্দিষ্ট কৰা হৈছে। কিন্তু এইবাৰ সেইবোৰ কঠোৰভাৱে পালন কৰা হৈছে নে নাই সেইটো নিৰীক্ষণ কৰা হ’ব। অন্যথা চৰকাৰেও শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। এই ক্ষেত্ৰত গৃহ পৰিক্ৰমা মন্ত্ৰালয় আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে অতিৰিক্ত কাম-কাজ আৰম্ভ কৰিছে।

 

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

টাইটানিকৰ দূর্ঘটনা পূর্ব পৰিকল্পিত আছিল নেকি ? কিহৰ বাবে একাংশ তত্ত্ববিদে কৰিছে এই আশংকা !!

Related Posts

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা
মুখ্য সংবাদ

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি
মুখ্য সংবাদ

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
পুৰীৰ জগন্নাথ মন্দিৰৰ নামত নামত সাতখন ৰাজ্যত কিমান মাটি আছে জানেনে ?
মুখ্য সংবাদ

পুৰীৰ জগন্নাথ মন্দিৰৰ নামত নামত সাতখন ৰাজ্যত কিমান মাটি আছে জানেনে ?

October 1, 2023
আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান
মুখ্য সংবাদ

আজিৰে পৰা পৰ্যটকৰ বাবে মুকলি হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান

October 1, 2023
অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”
মুখ্য সংবাদ

অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”

October 1, 2023
অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম
মুখ্য সংবাদ

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম

October 1, 2023
Next Post
টাইটানিকৰ দূর্ঘটনা পূর্ব পৰিকল্পিত আছিল নেকি ? কিহৰ বাবে একাংশ তত্ত্ববিদে কৰিছে এই আশংকা !!

টাইটানিকৰ দূর্ঘটনা পূর্ব পৰিকল্পিত আছিল নেকি ? কিহৰ বাবে একাংশ তত্ত্ববিদে কৰিছে এই আশংকা !!

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7