VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জাতি ৰক্ষাৰ বিকল্প ৰাজনীতি নেকি?

শিৱানী বৰা by শিৱানী বৰা
November 1, 2021
in মুখ্য সংবাদ, অভিমত
জাতি ৰক্ষাৰ বিকল্প ৰাজনীতি নেকি?
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

অসমীয়া জাতি এতিয়া কোন দিশে ধাৱমান হৈছে সেয়া সৰ্বজনবিদিত। সংবিধান বিৰোধী “কা”ৰ বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ৰ অধীনত। সম্প্ৰতি জাতি ৰক্ষাৰ বাবে কঁকালত  টঙালি বান্ধি বহু লোক ওলাই আহিছে। ৰাজনৈতিক দল গঠন কৰিছে। 

এতিয়া সততে আমাৰ জনসাধাৰণৰ মনত উদয় হোৱা প্ৰশ্নটো হৈছে জাতি ৰক্ষা কৰিবলৈ সক্ষম হ’বনে ৰাজনৈতিক দলসমূহ? 

প্ৰশ্নটো স্বাভাৱিক। কাৰণ ইতিহাস সাক্ষী আছে। জাতি স্বাৰ্থত গঠন হোৱা প্ৰতিটো দল বা প্ৰতিজন নায়ক শেষত ব্যক্তি স্বাৰ্থত নিয়োজিত হৈ আহিছে। পৰবৰ্ত্তী সময়ছোৱাত যে এনে ঘটনাৰ পুনৰাবৃত্তি নহ’ব , তাৰ কি নিশ্চয়তা আছে? 

প্ৰতিঘৰে নিজৰ চোতালে চোতালে মাঘ বিহুৰ ভোজ খাই ঘৰৰ চোতালত মেজি জ্বলাও আমি। আকৌ বহি ৰাজ্যৰ পৰা অহা মেছিনত বোৱা ঊলৰ সূতাৰ দুই ফালে ফুল থকা বিহাৰৰ গামোচা কান্ধত লৈ জাতি ৰক্ষাৰ শ্লোগান দিলে জানোঁ অসমীয়াৰ জাতি বাচি থাকিব? পৰম্পৰাগত পিঠা জলপানতকৈ ইডলি, থেকুৱা, কেকেৰে বিহুৰ দিনা অতিথিক আপ্যায়ন কৰি আপ্লুত হওঁ আমি। আধুনিকতাৰ ধ্বজা উৰুৱাই  নামঘৰত কেক কাটিবলৈও শিকিছোঁ আমি। হুঁচৰিও আজিকালি আমি মানুহৰ ঘৰ চাইহে গাবলৈ যাওঁ। তামোল পানযোৰতকৈ মাননিৰ সন্মান বেছি আজিকালি। 

 অসমীয়া সমাজত যৌতুক পৰম্পৰা কাহানিও নাছিল। কইনাৰ লগত বাকচ এটাত কাঁহী বাতি দুযোৰ, গামোচা, চেলেং আৰু দুসাজ কাপোৰেই আছিল আমাৰ পৰম্পৰা। টনকিয়াল ঘৰে প্ৰয়োজনীয়  আচবাব সকলো দিছিল আৰু টোকোনা ঘৰে কাঁহী বাতি দুযোৰৰ সৈতে বিদায় দিছিল। কিন্তু বৰ্তমান যৌতুকৰ যেন প্ৰতিযোগিতা চলিছে। মান ধৰা পৰম্পৰাৰ নামত দামী কাপোৰে স্থান পালে।অসমীয়াৰ মান তামোলখন, চেলেং, গামোচা এলাগী হৈ ৰ’ল। আকৌ বিবাহ অনুষ্ঠানত আমি মেহেন্দী, সংগীত পাতি গৌৰৱবোধ কৰোঁ। 

অনা অসমীয়া ব্যৱসায়ীসকলৰ লগত হিন্দীত কথা পাতি আমি গৌৰৱবোধ কৰোঁ আমি। বছৰ বছৰ ধৰি অসমত থাকি অসমীয়া ভাষা উচ্চাৰণ কৰিব নিবিচৰা কথাটো আমাৰ কাৰণে কেতিয়াও লাজৰ কথা নহয়। 

আমি অসমীয়া সকলে নিজৰ পৰিচয় নিজেই হেৰুৱাইছোঁ। কৌৰৱাচৌথৰ দৰে নাৰীক অৱনমিত কৰিব খোজা উত্তৰ ভাৰতীয় কু প্ৰথাক আমি সংস্কৃতি হিচাপে আকোঁৱালি লৈছোঁ। কিন্তু বাপোতি সাহোন বিহুটিৰ বেলিকা আজিকালি বিহু মঞ্চতহে আছে বুলি সামৰণি মাৰিছোঁ। 

 আমাৰ অসমীয়াৰ অস্তিত্ব কেৱল আমাৰ অসমীয়াৰ হাতত। অসমীয়া ৰাইজ নিজেই সচেতন নহ’লে অসমীয়া জাতি বাছি নাথাকিবগৈ। বঙালীৰ দৰে স্বয়ং সম্পূৰ্ণ এটা জাতিৰ সন্মুখত অসমীয়া জাতিৰ কি অস্তিত্ব থাকিবগৈ এয়া লক্ষনীয় কথা। 

 

Previous Post

এইবাৰ ৰাজনীতিলৈ বিশ্ব বক্সিং তাৰকা মেৰী কমৰ স্বামী কে অনখ’লে

Next Post

অসমীয়াৰ তামোল-পাণ

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!
মুখ্য সংবাদ

দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!

June 8, 2023
Next Post
অসমীয়াৰ তামোল-পাণ

অসমীয়াৰ তামোল-পাণ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7