VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ISRO এ উদ্ভাৱন কৰিব সৌৰ শক্তিৰ গণনযন্ত্ৰ, মোডী ডাঙৰীয়াৰ এটা সূৰ্য্য, এখন বিশ্ব, এটা গ্ৰিড নিৰ্মাণৰ প্ৰস্তাৱ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 3, 2021
in মুখ্য সংবাদ
গ্লাছগ’ কনফাৰেঞ্চত প্ৰধানমন্ত্ৰী মোডী
0
SHARES
2
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠানে সৌৰশক্তিৰ গণনযন্ত্ৰ নিৰ্মাণ কৰিব। যাৰ জৰিয়তে সমগ্ৰ বিশ্বৰ প্ৰতিখন দেশে ব্যৱহাৰ কৰা বা খৰচ কৰা সৌৰ শক্তিৰ উমান পোৱা যাব। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই গ্লাছগ’ত ইউনাইটেড নেচনছ ক্লাইমেট চেঞ্জ কনফাৰেঞ্চ ত অংশ গ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে। 

তেখেতে ভাষণত কয় যে সূৰ্য্যৰ পৰা লাভ কৰা শক্তি বিশুদ্ধ আৰু বহনক্ষম। কিন্তু সূৰ্য্যৰ শক্তি কেৱল দিনৰ সময়চোৱাতহে পোৱা যায়। সেমেকা বতৰেও সূৰ্য্যৰ শক্তিত প্ৰভাৱ পেলায়। প্ৰতিখন দেশে সূৰ্য্যৰ শক্তি লাভ কৰিবলৈ হ’লে সমগ্ৰ বিশ্বৰ বাবে সূৰ্য্য শক্তিৰ এটা গ্ৰিড নিৰ্মাণৰ প্ৰয়োজন। যাৰ দ্বাৰা অন্য দেশসমূহেও জলবায়ুৰ তাৰতম্য থকা স্বত্বেও এই শক্তি গ্ৰহণ কৰিব পাৰিব। প্ৰধান মন্ত্ৰীজনে এটা সূৰ্য্য, এখন পৃথিৱী আৰু এটা গ্ৰিডৰ দ্বাৰা সমগ্ৰ বিশ্বক একত্ৰিত কৰি কাৰ্বনমুক্ত সুস্থ পৃথিৱী গঢ়াৰ প্ৰস্তাব আগবঢ়ায়।

উল্লেখযোগ্য যে ২০১৮ চনৰ ইন্টাৰনেচনেল চ’লাৰ এলায়েঞ্চটো নৰেন্দ্ৰ মোডী ডাঙৰীয়াই এই প্ৰস্তাৱ আগবঢ়াইছিল। এই প্ৰস্তাৱ ৰূপায়নৰ ক্ষেত্ৰত ISRO এ এক বলিষ্ঠ ভূমিকা পালন কৰিব। 

সৌৰ শক্তিৰ ব্যৱহাৰে জলবায়ু নিয়ন্ত্ৰণ কৰাৰ লগতে পৃথিৱীৰ গড় আয়ুস বৃদ্ধি কৰিব।

Previous Post

শাৰিৰীক অসুস্থতাৰ বাবে তিনি মাহলৈ খেলৰ বাহিৰত থাকিব বাৰ্চিলোনাৰ ষ্ট্ৰাইকাৰ ছেৰ্গিঅ’ আগুৱেৰো

Next Post

পুনৰ খেল পথাৰলৈ উভতিব ক্ৰিকেটাৰ যুৱৰাজ সিং

Related Posts

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
Next Post
পুনৰ খেল পথাৰলৈ উভতিব ক্ৰিকেটাৰ যুৱৰাজ সিং

পুনৰ খেল পথাৰলৈ উভতিব ক্ৰিকেটাৰ যুৱৰাজ সিং

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7