VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

শাৰিৰীক অসুস্থতাৰ বাবে তিনি মাহলৈ খেলৰ বাহিৰত থাকিব বাৰ্চিলোনাৰ ষ্ট্ৰাইকাৰ ছেৰ্গিঅ’ আগুৱেৰো

খেলি থাকোতে বুকুৰ বিষত খেল পথাৰতে শুই পৰিছিল খেলুৱৈ গৰাকী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 3, 2021
in মুখ্য সংবাদ, ক্ৰীড়া
শাৰিৰীক অসুস্থতাৰ বাবে তিনি মাহলৈ খেলৰ বাহিৰত থাকিব বাৰ্চিলোনাৰ ষ্ট্ৰাইকাৰ  ছেৰ্গিঅ’ আগুৱেৰো
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

খেলি থকা অৱস্থাতে বুকুত বিষ অনুভৱ কৰি খেল পথাৰতে শুই পৰিছিল  বাৰ্চিলোনাৰ ষ্ট্ৰাইকাৰ  ছেৰ্গিঅ’ আগুৱেৰো৷ লগে লগে চিকিৎসালয়লৈ নি তেওঁৰ  হৃদযন্ত্ৰৰ পৰীক্ষা কৰোৱা হয় ৷চিকিৎসকৰ মতে তিনিমাহ  খেলপথাৰৰ বাহিৰত থাকিব লাগিব আৰ্জেণ্টিনাৰ  তাৰকা খেলুৱৈগৰাকী৷

বাৰ্চিলোনাই এক বিবৃত্তি যোগে এই কথা সদৰী কৰে যে চিকিৎসকৰ পৰামৰ্শ অনুসৰি কিছুদিন বিশ্ৰাম কৰিব লাগিব আগুৱেৰোৱে৷ এই সময় ছোৱাত তেওঁ চিকিৎসকৰ নিৰীক্ষণত থাকিব  আৰু তেওঁৰ শাৰীৰিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি হে পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷মানচেষ্টাৰ চিটিৰ পৰা বাৰ্চিলোণালৈ আৰ পিচত এতিয়ালৈকে পাঁচখন মেচ খেলিছে তাৰকা খেলুৱৈগৰাকীয়ে৷  শণিবাৰে লা-লীগাত আলাভেছৰ বিৰুদ্ধে খেলা মেচ খনত হঠাৎ তেওঁ অসুস্থ হৈ পৰিছিল৷

বিশ্ৰামত থাকিবলগীয়া হোৱাৰ বাবে চলিত মাহত উৰুগুৱে আৰু  ব্ৰাজিলৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ বিশ্বকাপৰ   যোগ্যতা অৰ্জনৰ মেচৰ পৰাও  বিৰত থাকিব লাগিব বিশ্ব তাৰকা গৰাকী৷

Previous Post

কালীপূজা আৰু ভূত চতুৰ্দশী

Next Post

ISRO এ উদ্ভাৱন কৰিব সৌৰ শক্তিৰ গণনযন্ত্ৰ, মোডী ডাঙৰীয়াৰ এটা সূৰ্য্য, এখন বিশ্ব, এটা গ্ৰিড নিৰ্মাণৰ প্ৰস্তাৱ

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি  পাকিস্তানৰ ব’ৰ্ডৰ
ক্ৰীড়া

আহমেদাবাদত বিশ্বকাপৰ খেল খেলিবলৈ আপত্তি পাকিস্তানৰ ব’ৰ্ডৰ

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
Next Post
গ্লাছগ’ কনফাৰেঞ্চত প্ৰধানমন্ত্ৰী মোডী

ISRO এ উদ্ভাৱন কৰিব সৌৰ শক্তিৰ গণনযন্ত্ৰ, মোডী ডাঙৰীয়াৰ এটা সূৰ্য্য, এখন বিশ্ব, এটা গ্ৰিড নিৰ্মাণৰ প্ৰস্তাৱ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7