VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বঙাইগাঁৱত চলচ্চিত্ৰ মহোৎসৱত যতীন বৰা

voicedesk by voicedesk
March 25, 2023
in মুখ্য সংবাদ
বঙাইগাঁৱত চলচ্চিত্ৰ মহোৎসৱত যতীন বৰা
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও , ২৫ মাৰ্চ : হিন্দী, বাংলা অথবা দক্ষিণ ভাৰতীয় চিনেমাৰ লগত ফেৰ মাৰিব গলে অসমীয়া চিনেমা তথা দৰ্শকৰ যথেষ্ট কৰণীয় আছে ৷ একাধিক কাৰনৰ লগতে কাৰিকৰী দিশতো অসমীয়া চিনেমা যথেষ্ট উন্নত হোৱাৰ প্ৰয়োজন আছে ৷ দক্ষিণ ভাৰতৰ ৰামুজী ফিল্ম চিটিৰ যিবোৰ সা-সুবিধা তথা উন্নত কাৰিকৰী – প্ৰযুক্তিৰ সুবিধা আছে এইবোৰ সুবিধা অসমত থাকিলে নিশ্চয় অসমীয়া চিনেমাৰ মানদণ্ডৰো যথেষ্ট উন্নত ঘটিল হেতেন । এই মন্তব্য অসমীয়া চিনেমা তথা ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেতা যতীন বৰাৰ ৷ ২৪ মাৰ্চৰ পৰা তিনিদিনয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত প্ৰথম বঙাইগাঁৱত চলচ্চিত্ৰ মহোৎসৱত শনিবাৰে মুখামুখি অনুষ্ঠানত অংশলৈ অভিনেতা জনে কয় যে হিন্দী – বেংগলী অথবা দক্ষিণ ভাৰতীয় চিনেমাৰ দৰে অসমীয়া চিনেমা বিভিন্ন মাধ্যমত প্ৰচাৰৰ সংখ্যাও সীমিত ৷

ইয়াৰ মূলত কাৰন হৈছে অসমীয়া চিনেমা জগতত প্ৰচাৰৰ ক্ষেত্ৰত গ্ৰহন কৰা নহয় সুনিৰ্দিষ্ট পৰিকল্পনা ৷ প্ৰচাৰৰ ক্ষেত্ৰত বাজেটৰ পৰিমাণ যথেষ্ঠ কমকৈ ৰখা হয় যাৰ বাবে অইন আঞ্চলিক অথবা ৰাষ্ট্ৰীয় পৰ্যায়ৰ চিনেমাৰ লগত অসমীয়া চলচ্চিত্ৰই ফেৰ মাৰিব নোৱাৰে ৷ অভিনেতা বৰাৰ মতে অসমীয়া চিনেমা ফেৰ মাৰিব গলে প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰূপ কৰিব লাগিব আৰু প্ৰয়োজনীয় অৰ্থ এই ক্ষেত্ৰত বাজেটত ৰাখিব লাগিব ৷ আজিৰ এই মুখামুখি অনুষ্ঠানটিৰ আতঁ ধৰে অভয়াপুৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপিকা ড° মৰমী বৰঠাকুৰ তালুকদাৰে । উল্লেখ্য যে বঙাইগাঁৱৰ অন্যতম সাংস্কৃতিক – সামাজিক গোষ্ঠী ’ সূৰ্য ’ ৰ উদ্যোগত , বঙাইগাঁও চিনে ক্লাব আৰু ’ চলচিত্ৰম ’ ৰ সহযোগত বঙাইগাঁৱত অনুষ্ঠিত হৈছে এই চলচ্চিত্ৰ মহোৎসৱৰ ৷ শনিবাৰে উদ্বোধন কৰা হয় এই চলচ্চিত্ৰ মহোৎসৱৰ ৷ চলচ্চিত্ৰ মহোৎসৱ উদ্বোধন কৰে বঙাইগাঁও পৌৰসভাৰ সভাপতি সুবোধ চন্দ্ৰ দাসে।

এই অনুষ্ঠানটিৰ উদ্দেশ্য ব্যখ্যা কৰে চিনে ক্লাবৰ অন্যতম কৰ্মকৰ্তা তথা সঞ্জীৱ ৰায়ে । সভাত সামাজিক – সাহিত্যিক গোষ্ঠী সূৰ্যৰ সভাপতি তথা জেষ্ঠ সাংবাদিক সাম্য ভৰদ্বাজ , সাধাৰণ সম্পাদক অঞ্জন কুমাৰ দাস, বঙাইগাঁও চিনে ক্লাৱৰ সাধাৰণ সম্পাদক সঞ্জীৱ বৰুৱা সহ আৰু কেবজনো কৰ্মকৰ্তা উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানটিৰ আতঁ ধৰে মিতালী চৌধুৰীয়ে ৷ উল্লেখ্য যে আজি ’শৃংখল ’ , ’বান্ধোন ’ আৰু ’টিআৰপি ’ নামৰ এই তিনিখন অসমীয়া ছবি প্ৰদৰ্শন কৰা হয় । দেওবাৰে দিনৰ ১০.৩০ বজাৰ পৰা ’কেলেন্ডাৰ’ , ৩ বজাৰ পৰা ’ সোণাৰ বৰন পাখি ’’ নামৰ অসমীয়া ছবি প্ৰদৰ্শন কৰা হব ৷ দেওবাৰে দিনৰ ১ বজাৰ পৰা অসমীয়া চলচ্চিত্ৰ জগতৰ ওপৰত এক কৰ্মশালাৰো আয়োজন কৰা হৈছে ৷ উক্ত কৰ্মশালাত মুখ্য প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব ড° ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ মূৰব্বী অধ্যাপক কিশোৰ কুমাৰ শৰ্মা ৷ নিশা পৰম্পৰাগত এক ফেশ্বন শ্ব ৰো আয়োজন কৰা হৈছে কাইলৈ ৷

Previous Post

কোন গৰাকী জনপ্ৰিয় বলীউড অভিনেতাৰ আছে ঘঢ়িৰ প্ৰতি বিশেষ আকৰ্ষণ?

Next Post

চুলি সৰিছে নেকি ? সাধাৰণ পাত এখিলাৰেও হেৰোৱা চুলি ঘুৰাই আনিব পাৰি—

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
চুলি সৰিছে নেকি ? সাধাৰণ পাত এখিলাৰেও হেৰোৱা চুলি ঘুৰাই আনিব পাৰি—

চুলি সৰিছে নেকি ? সাধাৰণ পাত এখিলাৰেও হেৰোৱা চুলি ঘুৰাই আনিব পাৰি—

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7