VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা আৰম্ভ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 7, 2023
in মুখ্য সংবাদ
কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা আৰম্ভ
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৬আগষ্ট:–কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ আন্তঃক্লাৱ ফুটবল প্ৰতিযোগিতা ৰবিবাৰৰ পৰা আৰম্ভ হৈছে । কলিয়াবৰৰ নাগশঙ্কৰস্থিত ডা: টি. আও ষ্টেডিয়ামত বিয়লি অনুষ্ঠিত এ ডিভিজনৰ উদ্বোধনী খেলত জখলাবন্ধাৰ ফ্ৰেণ্ডশ্বিপ ক্লাৱে বেঙেনাআটিৰ জাংচাৰ আফাট দলক ৪-২ গ’লৰ ব‍্যৱধানত পৰাস্ত কৰে । ফ্ৰেণ্ডশ্বিপ ক্লাৱৰ ঈলিয়াছ দদ্ৰাই হেট্ৰিক কৰা লগতে আনটো গ’ল দিয়ে আৰিশ টিক্কাই ।জাংচাৰ আফাট দলৰ হৈ গ’ল দুটা দিয়ে ক্ৰমে সুৰজ বসুমতাৰী আৰু প্ৰীতম বসুমতাৰীয়ে । উল্লেখ্য যে মধ‍্যান্তৰলৈকে ফ্ৰেণ্ডশ্বিপ ক্লাৱ ২-১ গ’লত আগবাঢ়ি আছিল।উদ্বোধনী অনুষ্ঠানত কলিয়াবৰ ক্ৰীড়া সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ কাৰ্য‍্যকৰী সভাপতি ৰবীন ভূঞাই আৰু ফুটবল প্ৰতিযোগিতাৰ এ,বি আৰু চি ডিভিজন স্তৰত অংশ লোৱা ২৬টা দলৰ পতাকা উত্তোলন কৰে দলৰ প্ৰতিনিধিসকলে । শিলঘাট অশোকাষ্টমী মেলা সমিতিৰ সভাপতি তথা সমাজকৰ্মী ধৰ্ম বৰাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰা উদ্বোধনী অনুষ্ঠানত কলিয়াবৰৰ বিশিষ্ট ক্ৰীড়াপ্ৰেমী আৰু গণ‍্যমান‍্য ব‍্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানতে কলিয়াবৰৰ প্ৰতিভাৱান ছোৱালী ফুটবলাৰ ভূপালত অনুষ্ঠিত ৬৬ সংখ‍্যক অনুৰ্দ্ধ ৰাষ্ট্ৰীয় স্কুল ক্ৰীড়াত অসমৰ ফুটবল দলৰ হৈ প্ৰতিনিধিত্ব কৰা জুচিলা ম’মিনৰ লগতে ছোৱালী ফুটবল প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয় । ষ্মৰ্তব্য যে প্ৰতিযোগিতাখনত এ ডিভিজনত ৬টা,বি ডিভিজনত ৮টা আৰু চি ডিভিজনত ১২টা দলৰে মুঠ ২৬টা দলে যোগদান কৰিছে । অহা ৩ ছেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱসৰ দিনা তিনিওটা ডিভিজনৰ চুড়ান্ত খেলখনি অনুষ্ঠিত হ’ব। সোমবাৰে এ ডিভিজনৰ উদয় ক্লাৱ,শামুঠীয়া চাহ বাগিচা আৰু মৰ্ণিং ষ্টাৰ ক্লাৱৰ মাজত অনুষ্ঠিত হ’ব ।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

নগাঁৱৰ বৰজহাত যুৱ প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰক ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনৰ “ভাৰতীয় নৃত্য গুৰু শিৰোমণি” সন্মান

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
নগাঁৱৰ বৰজহাত যুৱ প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰক ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনৰ “ভাৰতীয় নৃত্য গুৰু শিৰোমণি” সন্মান

নগাঁৱৰ বৰজহাত যুৱ প্ৰশিক্ষক বিশ্বজিৎ মজুমদাৰক ইণ্ডিয়ান হিউমেনিটি ফাউণ্ডেশ্যনৰ "ভাৰতীয় নৃত্য গুৰু শিৰোমণি" সন্মান

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7